Who invented laptop?
লেপটপ কোনে উদ্ভাৱন কৰিছিল?
Answer: Adam Osborne
Adam Osborne (এডাম অছবৰ্ণে) Osborne (অছবৰ্ণ) কম্পিউটাৰ প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৮১ চনত Osborne (অছবৰ্ণ) ১ প্ৰস্তুত কৰিছিল। Osborne (অছবৰ্ণ) 1-ত এটা পাঁচ ইঞ্চিৰ Screen (স্ক্ৰীণ) আছিল, য'ত এটা Modem port (মডেম পোৰ্ট), দুটা 5 1/4 Inch floppy drive (ইঞ্চি ফ্লপী ড্ৰাইভ), আৰু Bundled software applications (বাণ্ডেল কৰা ছফ্টৱেৰ এপ্লিকেচন)ৰ এক বৃহৎ সংগ্ৰহ অন্তৰ্ভুক্ত আছিল।
Himadree Bora