Changing Seasons

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

1. What makes a yearly seasonal chain ?

(বাৰ্ষিক বতৰীয়া শৃঙ্খল কিহে বনায় ?)

Ans: Summer, winter and the rain make a yearly seasonal chain.

গ্ৰীষ্ম, শীত আৰু বৰষুণে বছৰেকীয়া ঋতুভিত্তিক শৃংখল গঠন কৰে।



2. How is the weather in the plains ? (সমতল ভূমিত বতৰ কেনেকুৱা হয়।)

Ans: The weather in the plain is warm.

সমভূমিৰ বতৰ উষ্ণ।



3. How is the weather in the monsoon ? (বৰ্ষাকালত বতৰ কেনেকুৱা হয় ?)

Ans: There is thunder and rain in the monsoon.

বাৰিষাত বজ্ৰপাত আৰু বৰষুণ। 

 


Type by Dipawali Bora


Post ID: DABP001738