চতুৰ্থ অধ্যায়

ব্যৱসায় আৰু বাণিজ্য 


১। ভাৰতখন কি প্ৰধান দেশ? 

উত্তৰঃ ভাৰত প্ৰধানকৈ কৃষি প্ৰধান দেশ। 

২। ভাৰতীয় শিল্পীসকলৰ নিৰ্মাণ কৌশলত অভিভূত হৈ কিমান জন খনিকৰক আগ্ৰাত এটা অট্টালিকা নিৰ্মাণ কামত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ভাৰতীয় শিল্পীসকলৰ নিৰ্মাণ কৌশলত অভিভূত হৈ ৬৮০জন খনিকৰক আগ্ৰাত এটা অট্টালিকা নিৰ্মাণ কামত ব্যৱহাৰ কৰিছিল।

৩। কিমান শতিকাৰ শেষ ভাগত চুৰাট টকাশালৰ উৎপাদন আছিল?

উত্তৰঃ ১৭ শতিকাৰ শেষ ভাগত চুৰাট টকাশালৰ উৎপাদন আছিল। 

৪। কিমান খৃঃত ব্ৰিটিছসকলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে যোগদান কৰিছিল?

উত্তৰঃ ১৬৮০ খৃঃত ব্ৰিটিছসকলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে যোগদান কৰিছিল।

৫। ক'ত বিদেশী আধিপাত্য লাভ কৰিছিল?

উত্তৰঃ বিদেশী বজাৰত বিদেশী আধিপাত্য লাভ কৰিছিল।

৬। কোনে ৰাজ্যৰ মানচিত্ৰ সলনি কৰিছিে?

উত্তৰঃ ৰাজ্যৰ অৰ্থনৈতিকে মানচিত্ৰ সলনি কৰিছে।

৭। কোনে চিক্ল উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল?

উত্তৰঃ আকবৰে চিক্ল উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। 

৮। বস্ত্ৰ উদ্যোগৰ কেইখনমান গুৰুত্বপূৰ্ণ কেন্দ্ৰৰ নাম লিখা?

উত্তৰঃ বস্ত্ৰ উদ্যোগৰ কেইখনমান গুৰুত্বপূৰ্ণ কেন্দ্ৰ নাম হ'ল বংগ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আদি।

৯। কোনে জাহাজ নিৰ্মাণ উদ্যোগত উৎসাহ যোগাইছিল?

উত্তৰঃ মোগল সম্ৰাটসকলে জাহাজ নিৰ্মাণ উদ্যোগত উৎসাহ যোগাইছিল।

১০। বজাৰ বা মণ্ডিবোৰ প্ৰধানকৈ ক'ত অৱস্থিত আছিল ?

উত্তৰঃ বজাৰ বা মণ্ডিবোৰ প্ৰধানকৈ মুলতান, লাহোৰ আৰু দিল্লীত অৱস্থিত আছিল।

১১। কোনখন অঞ্চলত বণিকসকলক ৰাজ্যৰ পহৰাৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছিল?

উত্তৰঃ পাতল জনবসতি অঞ্চলত বণিকসকলক ৰাজ্যৰ পহৰাৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছিল।

 ১২। মোগল সম্ৰাটসকলে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ওপৰত যথেষ্ট কি দিছিল?

উত্তৰঃ মোগল সম্ৰাটসকলে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ওপৰত যথেষ্ট মনোযোগ দিছিল।

১৩। কিমান শতিকাত সৃষ্টি হোৱা অৰাজকতা আৰু শংকাই ৰাজ্যৰ বেপাৰ বাণিজ্যত বাধাৰ প্ৰধান প্ৰাচীন হৈ পৰিছিল?

উত্তৰঃ ১৮ শতিকাত সৃষ্টি হোৱা অৰাজকতা আৰু শংকাই ৰাজ্যৰ বেপাৰ বাণইজ্যত বাধাৰ প্ৰধান প্ৰাচীন হৈ পৰিছিল। 

১৪।  আবুল ফজলেও কিমান প্ৰকাৰ চিল্ক ৰপ্তানি কৰা বুলি উল্লেখ কৰিছিল?

উত্তৰঃ আবুল ফজলেও ৩৩ প্ৰকাৰ চিল্ক ৰপ্তানি কৰা বুলি উল্লেখ কৰিছিল। 

১৫।  ভাৰতীয় ব্যৱসায়ীসকল প্ৰধানকৈ কি আছিল?

উত্তৰঃ ভাৰতীয় ব্যৱসায়ীসকল প্ৰধানকৈ গুজৰাটী, বণিয়া আৰু দাক্ষিণাত্য আছিল।

১৬। তামৰ মুদ্ৰা ওজন কিমান আছিল?

উত্তৰঃ তামৰ মুদ্ৰা ওজন ৩২৩ গ্ৰেইন আছিল।

১৭। তামৰ অভাৱ হোৱা ঔৰংজেৱৰ সময়ত তামৰ মুদ্ৰা ওজন কিমান লৈ হ্ৰাস কৰা হৈছিল ? 

১৮। মোগলসকলে মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰঃ  মোগলসকলে মুদ্ৰাক আশ্ৰাফি বুলি কোৱা হয়।

১৯। নতুনকৈ প্ৰস্তুত কৰা মুদ্ৰাবোৰক কি বোলা হৈছিল?

উত্তৰঃ নতুনকৈ প্ৰস্তুত কৰা মুদ্ৰাবোৰক টাজা চিক্কা বোলা হৈছিল।

২০। আকবৰৰ সময়ত কিমান ৰূপৰ ডাম এক ৰূপয়াৰ সমান বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ আকবৰৰ সময়ত ৪০ ৰূপৰ ডাম এক ৰূপয়াৰ সমান বুলি গণ্য কৰা হৈছিল। 



Type- Parina Hazarika



Post ID: DABP001835