Chapter 5 -
আমাৰ সংস্কৃতি
আইতাৰ বৰপেৰা
কথা পাতোঁ আহা
প্ৰশ্ন ক) আইতাই গহনাবোৰ ক’ত ভৰাই ৰাখিছিল?
উত্তৰ: আইতাই গহনাবোৰ বৰপেৰাত ভৰাই ৰাখিছিল।
প্ৰশ্ন খ) সুলেখাইতে কি কি গহনা পিন্ধিছিল?
উত্তৰ: সুলেখাইতে জোনবিৰি আৰু ঢোলবিৰি পিন্ধিছিল।
প্ৰশ্ন গ) বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল?
উত্তৰ: আইতাকে ৰিহা, মেখেলা, টঙালি, চুৰীয়া আৰু গামোচা উলিয়াইছিল।
প্ৰশ্ন ঘ) বিহুত নাচনীয়ে কিদৰে সাজোন-কাচোন কৰে?
উত্তৰ: বিহুত নাচনীয়ে ৰিহা-মেখেলা, গামোচা, জোনবিৰি, ঢোলবিৰি আদি পৰিধান কৰি সাজোন-কাচোন কৰে।
লিখোঁ আহা
প্ৰশ্ন ক) সুলেখাইতে কি কৰিবলৈ যাব?
উত্তৰ: সুলেখাইতে হুঁচৰি গাবলৈ যাব।
প্ৰশ্ন খ) আইতাকে কাপোৰ আৰু অলংকাৰ ক’ত ভৰাই থৈছিল?
উত্তৰ: আইতাকে কাপোৰ আৰু অলংকাৰ বৰপেৰাত ভৰাই থৈছিল।
প্ৰশ্ন গ) অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক কি কি দিছিল?
উত্তৰ: ককাকে অমলক চুৰীয়া, টঙালি আৰু বাঁহৰ টকা এটাও দিছিল।
প্ৰশ্ন ঘ) আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল?
উত্তৰ: আইতাকে সুলেখাহঁতক বিহা-মেখেলা, জোনবিৰি আৰু ঢোলবিৰি পিন্ধাই দিছিল।
সাঁথৰ ভাঙো আহা
সাঁথৰ ১: শাহটো পেলাই বাকলিটো খায় সেইটোনো কি কোৱাচোন ভাই?
উত্তৰ: ঔটেঙা
সাঁথৰ ২: তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। কি?
উত্তৰ: জাকৈ
সাঁথৰ ৩: এযোৰ পখী আছে। পিছে কোনেও কাকো নেদেখে। কি?
উত্তৰ: চকু
অতিৰিক্ত প্ৰশ্ন উত্তৰ
উত্তৰ: বিহুৱা, নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে আইতাকৰ ওচৰলৈ গৈছিল।
প্ৰশ্ন ২: আইতাকে কাপোৰবোৰ ক’ত ৰাখিছিল?
উত্তৰ: আইতাকে কাপোৰবোৰ নিজৰ বৰপেৰাত ভৰাই ৰাখিছিল।
প্ৰশ্ন ৩: অমলে ঢোল ক'ৰ পৰা পাল?
উত্তৰ: অমলে ককাকৰ পুৰণি ঢোলটো বেৰৰ পৰা নমাই কান্ধত আঁৰি লৈছিল।
প্ৰশ্ন ৪: অমলৰ ঢোলটোত কি হৈছিল?
উত্তৰ: কেইঘৰমানত বিহু মৰাৰ পিছতে অমলৰ ঢোলটো ফাটি গৈছিল।
প্ৰশ্ন ৫: শেষত সিহঁতে ক’ত বিহু উৰুৱালে?
উত্তৰ: শেষত সিহঁতে নৈ কাষৰ শিমলু জোপাৰ তলত বিহু উৰুৱালে।
প্ৰশ্ন ৬: ঢোল ফাটি যোৱাৰ পাছত সিহঁতে কি কৰিলে?
উত্তৰ: ঢোল নথকাটো মনত নৰি, সিহঁতে টকা বজায়ে বিহু নাচিলে।
বিহু গীত
বিহু গীত
ক) তোমালোকে কেতিয়াবা বিহু নাচি পাইছানে?
উত্তৰ: হয়, মই বিহুত নাচি পাইছোঁ।
খ) বিহুৰ উপৰি তোমালোকে আন কি কি নাচ দেখিছা?
উত্তৰ: মই বিহুৰ উপৰি ভাওনা নৃত্য, আধুনিক নৃত্য আৰু আদিবাসী নৃত্য দেখিছোঁ।
গ) বিহু নাচনীয়ে কি কি অলংকাৰ পিন্ধে?
উত্তৰ: বিহু নাচনীয়ে জাংফাই, গোমচেঙ, কন্থাল, থুৰিয়া আদি অলংকাৰ পিন্ধে।
ঘ) তোমালোকৰ ঘৰত কোনে কি কাপোৰ পিন্ধে কোৱা?
উত্তৰ: মোৰ ঘৰত দেউতাই ধুতি আৰু চোলা পিন্ধে, মায়ে মেখেলা-চাদৰ পিন্ধে, আৰু মই চুৰিদাৰ বা জামা-পেণ্ট পিন্ধোঁ।
মিলোৱা (কিহৰ লগত কি মিলে)
বর্হমথুৰি — ওঁঠত বং লগাৰ পৰা দীঘলীয়া পাতৰ এবিধ গছ
জেতুকা — সৰু সৰু টুবুকা পাতেৰে এবিধ সৰু গছ, যি হাতত লগালে ৰঙা ধৰে
জাংফাই — কাণত পিন্ধা এবিধ গহনা
স্বৰ্গদেউ — বাটচ'ৰা-পদুলিমুখত সাজি থোৱা ঘৰ
গোমচেঙ — বুটাবচা মিহি পাটৰ কাপোৰ
কি পিন্ধিবা কোৱা টপৰাই পিন্ধিবা নেকি বিছা?
উত্তৰ: মই পিন্ধিম পিনি-পেকক আৰু গামোচা।
মিলোৱা (পোচাক আৰু নাম)
পিনি পেকক — কার্বি জনজাতিৰ পিন্ধা পোচাক
ফাচকাই — পেৰাত থকা চানেকি
দখনা — বড়ো জনজাতিৰ পিন্ধা পোচাক
চুৰিয়া — আধুনিক পিন্ধা এটা
পাটানি — বিহুত পিন্ধা ধৰণৰ পাট কাপোৰ
বিগু বিখাউছা — ডিমাচা জনজাতিৰ পোচাক
যুক্তাক্ষৰৰ শব্দ
বান্দৰ, বন্ধ, সুগন্ধি, অন্ত, জন্ম, সম্মান, উন্মেষ, উন্মীলন
শব্দ আৰু যুক্তাক্ষৰ বহুৱাওঁ
বান্দৰ — বান্ + দৰ
বন্ধ — বন্ + ধ
সুগন্ধি — সু + গন্ + ধি
অন্ত — অন্ + ত
জন্ম — জন্ + ম
সম্মান — সম্ + মান
উন্মেষ — উন্ + মেষ
উন্মীলন — উন্ + মীলন
কথা পাতোঁ আহা — শুৱালকুছি
ক) শুৱালকুছি কিহৰ বাবে বিখ্যাত?
উত্তৰ: শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে বিখ্যাত।
খ) শিপিনীয়ে সূতা কাটিবৰ বাবে কি ব্যৱহাৰ কৰে?
উত্তৰ: শিপিনীয়ে সূতা কাটিবৰ বাবে যতৰ ব্যৱহাৰ কৰে।
গ) এৰী সূতাৰ পৰা কি তৈয়াৰ কৰা হয়?
উত্তৰ: এৰী সূতাৰ পৰা এৰী কাপোৰ তৈয়াৰ কৰা হয়।
ঘ) তাঁতশালত আৰু কি কি সঁজুলি ব্যৱহাৰ কৰা হয়?
উত্তৰ: তাঁতশালত যত, তাঁত, বঁটা আদি সঁজুলি ব্যৱহাৰ কৰা হয়।
ছবি আৰু বাক্য
তাঁত বৈছে।
যতৰত সূতা কাটিছে।
বিহু নাচিছে।
ভাত বান্ধিছে।
বিদ্যালয় সপ্তাহ
ক) ছাত্র-ছাত্রীসকলে কিয় ভিন ভিন সাজপাৰ পিন্ধি আহিছিল?
উত্তৰ: তেওঁলোকে বিভিন্ন জনজাতিৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে ভিন ভিন সাজপাৰ পিন্ধি আহিছিল।
খ) ৰমেনহঁতে কি সাজ পৰিধান কৰিছিল?
উত্তৰ: ৰমেনহঁতে ডিমাচা সাজ বিগু ৰিখাউছা পৰিধান কৰিছিল।
গ) মূর্ছনাই ডিঙিত লোৱা আৰ'নাইখন কোন জনজাতিৰ?
উত্তৰ: বড়ো জনজাতিৰ।
ঘ) তোমাক যদি সাজ পিন্ধিবলৈ দিয়া হয়, তুমি কি পিন্ধিবা?
উত্তৰ: মই মেখেলা-চাদৰ আৰু গামোচা পিন্ধিম।
ঙ) তোমাৰ বন্ধু যদি ঢলি পৰে, তুমি কি কৰিবা?
উত্তৰ: মই তাইক সহায় কৰিম, পানী খুৱাম আৰু শিক্ষক-শিক্ষিকাক জনাম।
ও পড়ো আহা
বড়োসকলৰ — বাথৌ
মিচিংসকলৰ — আলি-আয়ে-লিগাং
আদিবাসীসকলৰ — কৰম পূজা, ঝুমুৰ নাচ
যুক্তাক্ষৰৰ শব্দ
সান্দহ, চন্দন, আনন্দ, বন্দন, অন্ধ, বন্ধ, জন্ম, ধুৰন্ধৰ, উল্লাস, কল্লোল, পল্লব
ছবি চাই বাক্য সম্পূৰ্ণ কৰা
অমলহঁতে আকাশত ঘূৰণীয়া চৰাই দেখিছে।
পটো আহা
ক) দেখা চৰাইৰ তালিকা: হাঁহ, ময়ূৰ, কাক, কপৌ, গুছুক, ধনেশ, বাজপেখ, চাহ-চাহী।
খ) মই ৮ ধৰণৰ চৰাই দেখিছোঁ, মোৰ লগৰীয়াই ১০ ধৰণৰ চৰাই দেখিছে। তাই বেছি চৰাই চিনে। মই কিছুমান নাম পাহৰি গৈছোঁ।
বাকচত শব্দ সাজোৱা
যুক্তাক্ষৰৰ সহায়ত:
প্রফু → ধুৰন্ধৰ
চ → সান্দহ
ন → আনন্দ
বাব → বন্দন
উ → উল্লাস
তা → পল্লব
স → সুৰ
ন → জন্ম
ধুৰ → ধুৰন্ধৰ
ব → বন্ধ
Old
পাঠ ৫
বুধিয়ক বীৰবল
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১) কওঁ আহা
ক) আকবৰ কোন আছিল?
উত্তৰঃ আকবৰ দিল্লীৰ বাদছাহ আছিল।
খ) আকবৰ ৰাজসভাৰ আটাইতকৈ বুধিয়ক সভাসদগৰাকী কোন আছিল?
উত্তৰঃ আকবৰ ৰাজসভাৰ আটাইতকৈ বুধিয়ক সভাসদগৰাকী বীৰবল আছিল।
গ) বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে?
উত্তৰঃ আকবৰে আকি থোৱা ৰেখাডালৰ তলতে বীৰবলে আন এডাল দীঘল ৰেখা আকি আকবৰৰ ৰেখাডাল চুটি কৰি পেলালে।
ঘ) আকবৰে বীৰবলক কি দিলে?
উত্তৰঃ আকবৰে বীৰবলক পুৰস্কাৰ দিলে।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আঢ়া
দিল্লী ল্ল = ল + ল লই লই ল্ল
ল্ল ল + ল লই লই ল্ল - দিল্লী, পাল্লা।
চ্চ চ + চ চই চই চ্চ - উচ্চ, উচ্চাৰণ।
ন্ন ন + ন নই নই ন্ন - অন্ন, উন্নতি।
ম্ম ম + ম মই মই ম্ম - আম্মা, মহম্মদ।
৩) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ল + ল লই লই ল্ল
চ + চ চই চই চ্চ
ন + ন নই নই ন্ন
ম + ম মই মই ম্ম
৪) পঢ়ো আহাঁ
ল্ল পাল্লা, ৰসগোল্লা, চল্লিছ, সাতচল্লিছ।
চ্চ উচ্চ, উচ্চতা, উচ্চতৰ, উচ্চচাপ।
ন্ন অন্ন, পান্না, অভিন্ন, পঁচপন্ন।
ম্ম আম্মা, মহম্মদ।
৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
নমস্কাৰ স্ক = স + ক সই কই স্ক
স্ক স্ক = স + ক সই কই স্ক - বিস্কুট, নমস্কাৰ
স্ত স্ত = স + ত সই তই স্ত - স্তৰ, বস্তা
স্থ স্থ = স + থ সই থই স্থ - স্থান, আস্থা
স্ন স্থ = স + থ সই থই স্থ - স্নেহ, স্নান
স্প স্প = স + প সই পই স্প - স্পৰ্শ, স্পষ্ট
৬) যুক্তাক্ষৰ গঠন কৰোঁ আহা
স্ক = স + ক সই কই স্ক
স্ত = স + ত সই তই স্ত
স্থ = স + থ সই থই স্থ
স্থ = স + থ সই থই স্থ
স্প = স + প সই পই স্প
৭) যুক্তাক্ষৰ ভাঙি লিখাঁ
উদাহৰণ- স্ক = স + ক = স্ক
স্ত = স + ত = স্ত ল্ল = ল + ল = ল্ল স্ন
স্ন = স + ন = স্ন চ্চ = চ + চ = চ্চ
স্প = স + প = স্প ন্ন = স + প = স্প
স্থ = স + থ = স্থ ম্ম = ম + ম = ম্ম
৮) ছবিৰ লগত মিলা নামটো কাষৰ ঘৰত লিখা
উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা নিজে নোৱাৰিলে ছাৰ-বাইদেউক সুধিবা।
৯) শব্দত থকা যুক্তাক্ষৰ ভাঙি দেখুওৱা
দিল্লী, = ল্ল = ল + ল
উন্নয়ন = ন্ন = ন + ন
উচ্চাৰণ। = চ্চ = চ + চ
মহম্মদ। = ম্ম = ম +ম
১০) 'ক' যুক্তাক্ষৰসমূহ 'খ' অংশৰ শব্দত বিচাৰি শব্দটো লিখা
'ক' অংশ 'খ' অংশ
ল্ল ন্ন চ্চ ম্ম পাল্লা, মহম্মদ, উচ্চ, উচ্চতা, দিল্লী, উন্নত, উচ্চমান, অন্ন,
বিভিন্ন, আম্মা, ৰসগোল্লা
উদাহৰণ一
ল্ল 一 দিল্লী, ৰসগোল্লা, পাল্লা। ন্ন 一 বিভিন্ন, উন্নত, অন্ন,
চ্চ 一 উচ্চ, উচ্চতা, উচ্চমান,
ম্ম 一 মহম্মদ, আম্মা
১১) যুক্তাক্ষৰকেইটাৰে দুটাকৈ শব্দ সাজা
ল্ল 一 লালকিল্লা, দিল্লী।
স্থ 一 স্থান, আস্থা।
স্ন 一 স্নেহ, স্নায়ু।
স্ত 一 স্তৰ, বস্তা।
চ্চ 一 উচ্চ, উচ্চতা।
স্প 一 স্পৰ্শ, স্পৃহা।
স্ক 一 স্কেল, স্কুল.
ন্ন 一 অন্ন, পান্না।
১২) বাক্য় সাজি লিখা
ৰসগোল্লা 一 ৰসগোল্লা বহুত মিঠা।
ৰাস্তা 一 টেক্টৰ আহি ৰাস্তাটোৰ বেয়া কৰি পেলাইছে।
পুৰস্কাৰ 一 ৰবীনে খেল খেলোতে পুৰস্কাৰ পালে।
উপস্থিত 一 আজি স্কুলত ৰীণা বাইদেউ উপস্থিত নাই
স্নেহ 一 মাকে পুতেকক বহুত স্নেহ কৰে।
১৩) চাই চাই লিখা
উত্তৰঃ এই তিনিখাৰী হাতৰ আখৰ তোমালোকে নিজে লিখা।
Post ID: DABP001823