Chapter 6

বজাৰ 

শনিবৰীয়া বজাৰ

ক) ওপৰৰ ছবিখনত কি কি গছ দেখিছা কোৱা?
উত্তৰ: ছবিখনত কলগছ, নিমগছ, আৰু দুমোহা গছ দেখা গৈছে।

খ) ছবিখনত ল'ৰা-ছোৱালীবোৰে কি কৰিছে?
উত্তৰ: ছবিখনত ল’ৰা-ছোৱালীবোৰে বজাৰত বিভিন্ন বস্তু বিক্ৰী আৰু ক্ৰয় কৰিছে।

গ) বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে?
উত্তৰ: বজাৰখনত বিদ্যালয়ৰ ল’ৰা-ছোৱালীবোৰে আৰু শিক্ষক-শিক্ষিকাই বস্তু বিক্ৰী কৰিছে।

ঘ) বজাৰত কি কি বস্তু ওলাইছে?
উত্তৰ: বজাৰত নেমু, পাণ, কৰদৈ, তামোল, শাক-পাচলি, ফল-মূল আদিৰে ভৰা দেখা গৈছে।

ঙ) বজাৰখন ক’ত বহিছে?
উত্তৰ: বজাৰখন মেৰীহঁতৰ বিদ্যালয়ৰ চৌহদত বহিছে।

ও পড়ো আহা — উত্তৰ লেখো আহা

শুদ্ধ চিন দিওঁ আহা (✔):
খ) মেৰীয়ে ১০ টা... আনিছিল। (✔ কৰদৈ)

লিখোঁ আহা
ক) মেৰীহঁতৰ বিদ্যালয়ত আজি কি বহিছে?
উত্তৰ: মেৰীহঁতৰ বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ বহিছে।

খ) মেৰীয়ে কি কি বেচিছে?
উত্তৰ: মেৰীয়ে নেমু, পাণ, আৰু কৰদৈ বেচিছে।

গ) মেৰীয়ে কি কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে?
উত্তৰ: মেৰীয়ে ১০ টা নেমু ৫ টকাকৈ বিক্ৰী কৰি ৫০ টকা, ২ গুচি পাণ বিক্ৰী কৰি ৫ টকা, আৰু ৫ টা কৰদৈ বিক্ৰী কৰি ১৫ টকা পালে। সেয়া মুঠ ৫০ + ৫ + ১৫ = ৭০ টকা পালে।

ঘ) বজাৰত কি কৰা হয়?
উত্তৰ: বজাৰত বিভিন্ন বস্তু কিনা-বেচা কৰা হয়।

শুনো আৰু কওঁ আহা — যুক্তাক্ষৰ
যুক্তাক্ষৰযুক্ত শব্দবোৰ:
কক্স — ক + স্
রুক্মিনী — ক্ + ম
যুগ্ম — গ্ + ম
অযুগ্ম — গ্ + ম
আত্মা — ত্ + ম
মহাত্মা — ত্ + ম
পদ্ম — দ্ + ম
ছদ্ম — দ্ + ম
চম্পা — ম্ + প
চম্পাৱতী — ম্ + প

জানো আহা — যুক্তাক্ষৰ বিশ্লেষণ
অম্বৰ — ম্ + ব
নীলাম্বৰ — ম্ + ব
দ+ম — দ্ + ম
ম+বস্ব — ম্ + ব
গ+মগ্ম — গ্ + ম
ম+ভস্ত — ভ্ + স্ + ত
ৰম্ভা — ম্ + ভ
সম্ভাৰ — ম্ + ভ
ত+মত্ম — ত্ + ম
ম+পস্প — ম্ + প
ক+মক্স — ক্ + স্
ম+লম — ল্ + ম
অম্ল — ম্ + ল
অম্লান — ম্ + ল

কওঁ আৰু লিখোঁ আহা
যুক্তাক্ষৰৰ সহায়ত শব্দ গঠন:
পদ্ম → দ্ম
যুগ্ম → গ্ম
আত্মা → ত্ম
মহা → মহাত্মা
কুসুম্বৰ → ম্বৰ
সম্ভাৰ → ভাৰ
সম্পদ → ম্প
ভূমিক → মিক

 পড়ো আহা — তথ্য ভিত্তিক উত্তৰ
ক) মহাত্মা গান্ধীক বাপুজী বুলিও জনা যায়।
খ) শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা।
গ) তুলসী গুল্মজাতীয় গছ।
ঘ) যুগ্ম মানে যোৰ।



পুতলা কিনিবা কোনে

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা:
ক) মিতালী, অনু আৰু অংকুৰ ক'লৈ গৈছিল?
উত্তৰ: বজাৰলৈ (√)

খ) মিতালীৰ কি খাবলৈ মন গৈছিল?
উত্তৰ: জিলাপি (√)

গ) পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল?
উত্তৰ: অংকুৰে (√)

লিখোঁ আহা
ক) তোমালোকে খুচুৰা পইচা ক’ত জমা কৰা?
উত্তৰ: মই খুচুৰা পইচা মাটিৰ পুতলাৰ ভিতৰত জমা কৰোঁ।

খ) জমা কৰা পইচাৰে তুমি কি কি কৰিবা?
উত্তৰ: জমা কৰা পইচাৰে মই সাধুকথাৰ কিতাপ আৰু পুতলা কিনিম।

সঠিক ঠাইত যতি চিহ্ন বহুৱাওঁ আহা:
বাক্য: আজি বজাৰৰ দিন, মিতালী, অনু আৰু অংকুৰ বজাৰলৈ আহিছে। তুমি বজাৰলৈ যাবানে?

লিখা — পাঠ “দেউতাক বজাৰলৈ গৈছিল” অনুসৰি
ক) কাৰ দেউতাক বজাৰলৈ গৈছিল?
উত্তৰ: ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল।

খ) দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল?
উত্তৰ: দেউতাকে ৰুক্মিণীৰ বাবে স্কুলবেগ আনিছিল।

গ) দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল?
উত্তৰ: দেউতাক দুটা মোনা লৈ কেঁকো-ছেঁকোবৈ আহি আছিল।

ঘ) ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাঁচিছিল?
উত্তৰ: ৰুক্মিণীয়ে দেউতাকক চুমা যাঁচিছিল কাৰণ দেউতাকে তাইৰ বাবে স্কুলবেগ আনিছিল আৰু তাই খুব খুশি হৈছিল।

ছবিৰ সৈতে সংগতি থকা বাক্য:
হিয়া মেলা চাবলৈ গ’ল।
প্রথমতে তাই জিলাপি খালে।




Old 

-----------------------------------------------------


  পাঠ ৬

সাহসী ল'ৰাজন

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

১) কওঁ আহা

ক) সাহসি ল'ৰাজনে কি কি সাহসিতাৰ কাম কৰিছিল?

উত্তৰঃ সাহসী ল'ৰাজনে অতি কম বয়সতে তেওঁ ভৰা লুইত সাতুৰি পাৰ হৈছিল।এবাৰ তেওঁ দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বগৰাই দিছিল।

খ) কোনে তেওঁক ডাঙৰ-দীঘল কৰিছিল?

উত্তৰঃবুঢ়ীমাক খেৰসূতীয়ে তেওঁক ডাঙৰ-দীঘল কৰে।

গ) টোল মানে কি?

উত্তৰঃ পঢ়াশালিক টোল বুলিছিল।

 ঘ) ক-খ শিকিয়েই ল'ৰাজনে কি ৰচনা কৰিছিল

উত্তৰঃ ক-খ শিকিয়েই ল'ৰাজনে এটা আ-কাৰ ই-কাৰ নোহোৱাকৈ পদ্য় ৰচনা কৰিছিল।

ঙ) তেওঁ পিছত কি ৰূপে পৰিগণিত হ'ল?

উত্তৰঃ তেওঁ পিছত মহাপুৰুষ হিচাপে পৰিগণিত হ'ল।

২) যুক্তাক্ষৰ ভাবি পঢ়োঁ আৰু লিখোঁ আহা

বুদ্ধি     দ+ ধ     দই ধই     দ্ধ

দ্ধ     দ+ ধ            দই ধই     দ্ধ 一 বুদ্ধি, শুদ্ধ।

ষ্য়     ষ +  য়         ষই য়ই    ষ্য় 一 ভাষ্য়, শিষ্য় ।

ষ্ঠ       ষ + ঠ          ষই ঠই      ষ্ঠ 一  ষষ্ঠ, গৰিষ্ঠ।

ঙ্ক       ঙ + ক         ঙই  কই   ঙ্ক一  অঙ্ক, শঙ্ক।

ত্ৰ       ত + ৰ          তই ৰই     ত্ৰ 一   পুত্ৰ, সূত্ৰ।

ম্প    ম  + প          মই পই     ম্প 一  কম্পন, ভূমিকম্প।

ন্ত      ন+ ত           নই  তই    ন্ত 一   অন্ত , বন্তি। 

৩) যুক্তাক্ষৰগঠন কৰোঁ আহা

       দ+ ধ            দই ধই     দ্ধ।

      ষ +  য়         ষই য়ই    ষ্য়।

      ষ + ঠ          ষই ঠই      ষ্ঠ।

     ঙ + ক         ঙই  কই   ঙ্ক।

     ত + ৰ          তই ৰই     ত্ৰ।

     ম  + প          মই পই    ম্প।

      + ত              নই  তই    ন্ত।

৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা一

ম্ব        ম + ব     মই বই      ম্ব 一 কুসুম্বৰ , অম্বিকা।

ন্ম        ন + ম    নই মই      ন্ম জন্ম, চিন্ময়।

ক্ম        ক + ম    কই মই     ক্ম一 ৰুক্ম, ৰুক্মিণী।

ন্দ্ৰ       ন + দ + ৰ    নই দই     ন্দ্ৰ তাত ৰ (∽) কাৰে ন্দ্ৰ  ইন্দ্ৰ , নৰেন্দ্ৰ।

৫) যুক্তাক্ষৰ গঠন কৰোঁ আহা

     ম + ব     মই বই      ম্ব

     ন + ম    নই মই      ন্ম

    ক + ম    কই মই     ক্ম

    ন + দ + ৰ    নই দই     ন্দ্ৰ তাত ৰ (∽) কাৰে ন্দ্ৰ

৬) শব্দৰ মাজৰ পৰা যুক্তাক্ষৰ বাচি উলিয়াই লিখা

শান্ত     বালিসত্ৰ     অনুষ্ঠান    উন্মনা    অমূল্য়    ভূমিকম্প     অঙ্ক    কেন্দ্ৰ

শান্ত 一 ন্ত  ,  বালিসত্ৰ一 ত্ৰ ,   অনুষ্ঠান一ষ্ঠ ,    উন্মনা一 ন্ম ,   অমূল্য়一ল্য় ,   ভূমিকম্প一ম্প

অঙ্ক一ঙ্ক ,    কেন্দ্ৰ一 ন্দ্ৰ

৭) একে অৰ্থ প্ৰকাশ কৰা শব্দ আচঁ টানি মিলাওঁ আহা।

পদ্য়                               পঢ়াশালি                                         

গুৰু                                ছাত্ৰ

টোল                               কবিতা

শিষ্য়                               কিতাপ

অনেক                           শিক্ষক 

পুথি                                বহুত

উত্তৰঃ পদ্য়一 কবিতা।

              গুৰু       শিক্ষক।

               টোল     পঢ়াশালি।

                শিষ্য়     ছাত্ৰ।

               অনেক  বহুত।

               পুথি      কিতাপ।

৮) দফাটো পঢ়ি আঁচ দিয়া শব্দসমূহৰ অৰ্থ শিক্ষকৰ সহায়ত জানি লিখা

পুৰণি কালত স্কুল নাছিল। ছাত্ৰসকলে টোলত  পঢ়াশুনা কৰিছিল। তেওঁলোকে প্ৰখৰ ৰ'দ-বৰষুণৰ বাধা নামানি কঠোৰ   শ্ৰম কৰিছিল। শিক্ষকক গুৰু আৰু ছাত্ৰক শিষ্য় বুলিছিল। বল ,বুদ্ধি আৰু সাহসেৰে দুৰ্দান্ত  পশুকো বশ কৰিব পাৰি।

সংস্কৃত পঢ়াশালি, বৰচোকা, টান, ছাত্ৰ, শিক্ষক, অধীন, দমাব নোৱৰা

               শব্দ                               অৰ্থ 

              টোলত                    সংস্কৃত পঢ়াশালি            

               প্ৰখৰ                               বৰচোকা

               কঠোৰ                            টান

               গুৰু                                শিক্ষক

               শিষ্য়                               ছাত্ৰ

               দুৰ্দান্ত                           দমাব নোৱৰা   

                বশ                                অধীন

৯) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা

ষ্য়        শিষ্য়, বিশেষ্য়, ভাষ্য়, ভৱিষ্য়ৎ।

দ্ধ        বুদ্ধ, বুদ্ধি, শুদ্ধ, নিষিদ্ধ।

ষ্ঠ         ষষ্ঠ, ষষ্ঠী, গৰিষ্ঠ, প্ৰতিষ্ঠা।

ত্ৰ         মন্ত্ৰ, সত্ৰ, ছাত্ৰ, মিত্ৰ।

ন্ম        জন্ম, চিণ্ময়।

ঙ্ক    一    লঙ্কা, শঙ্কা, শঙ্কৰ, অহঙ্কাৰ।

ম্ব          অম্বিকা, কুসুম্বৰ।

ন্দ্ৰ        নৰেন্দ্ৰ, ইন্দ্ৰ, মহেন্দ্ৰ, চন্দ্ৰ।

ক্ম    一     ৰুক্মীণি, ৰুক্ম।

ম্প        স্পৰ্শ, অস্পৰ্শ, ।

ন্ত        দুৰ্দান্ত, অন্ত, মাতন্ত।

১০) তলৰ আঁচ টনা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ বাকচৰ পৰা আনি খালী ঠাইত লিখা।

চাপৰ, বেছি, পাছ, ভোটা, সৰু , ভয়াতুৰ, ৰাতি

ক) অম্বিকাৰহঁতৰ বিদ্য়ালয়ৰ আগফালে এখন ফুলনি আৰু পাছফালে প্ৰশ্ৰাৱাগাৰ আছে।

খ) ইন্দ্ৰানীৰ গিলাচত কম গাখীৰ আছে, আনহাতে সম্পূৰ্ণাৰ গিলাচত বেছি গাখীৰ আছে।

গ) আমাৰ বিদ্য়ালয়ৰ গৃহটো ডাঙৰ  পিছে ৰান্ধনি ঘৰটো সৰু।

ঘ) দিনৰ আকাশত বেলি ওলায় আৰু ৰাতি আকাশত জোন ওলায়।

ঙ) তামোল গছ ওখ, আৰু বেঙেনা গছ চাপৰ

চ) মৃগাঙ্ক অতি সাহসী ল' ৰা। পিছে যতীনহে বৰ ভয়াতুৰ 

  ৰীমাৰ বুদ্ধি প্ৰখৰ,  আনহাতে তন্দ্ৰাৰবুদ্ধি ভোটা।

১১) চাই চাই লিখা।

উত্তৰঃএই তিনিখাৰী হাতৰ আখৰ তোমালোকে নিজে লেখিবা।


 

Post ID: DABP001824