আমাৰ দেশ
অধ্য়ায় ১১
১। উত্তৰ লিখা –
(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।
উত্তৰঃ
(খ) ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম।
উত্তৰঃ
(গ) ভাৰতৰ চাৰিখন প্ৰধান নৈৰনাম।
উত্তৰঃ
(ঘ) ভাৰতৰ দুটা পৰ্বতৰ নাম।
উত্তৰঃ
(ঙ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম।
উত্তৰঃ
(চ) আমাৰ দেশৰ বৰ্তমান প্রধানমন্ত্ৰীগৰাকীৰ নাম কি?
উত্তৰঃ
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
'ক' 'খ'
ছিকিম ৰাঁচী
তামিলনাড়ু হাৰিয়ানা
মুম্বাই ঝাড়খণ্ড
চেন্নাই মহাৰাষ্ট্ৰ
গেংটক চণ্ডীগড়
উত্তৰঃ
৪। খালী ঠাই পূৰ কৰা
(ক) ভাৰতত_____খন ৰাজ্য আছে।
(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত ______চনৰপৰা বিমান চলাচল আৰম্ভ হয়।
(গ) ভাৰতত মুঠ_______ টা প্রধান জাহাজ বন্দৰ আছে। ______ ভাৰতৰ ৰাজধানী ।
৫। ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা।
উত্তৰঃ
৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা?
উত্তৰঃ
৭। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা।
0 Comments