ভাৰতৰত স্বাধীনতা আন্দোল আৰু অসম
পাঠ-১৩
১। উত্তৰ লিখা—
(ক) কেতিয়াৰপৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ
(খ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে?
উত্তৰঃ
(গ) সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰঃ
(ঘ) সংবিধান খচৰা কমিটীৰ নেতা কোন আছিল?
উত্তৰঃ
(ঙ) ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা—
(ক) আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে _____ হিচাপে পালন কৰোঁ।
(খ) ______সংবিধানখন অতি দীঘলীয়া সংবিধান।
(গ) ভাৰতবৰ্ষ এখন ______ সার্বভৌম গণৰাজ্য।
(ঘ) প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব______আছে।
(ঙ) _______চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।
৩। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।
৪। প'ষ্টাৰ সাজা
(ক) আমি সকলো ভাৰতীয় ।
উত্তৰঃ
(খ) অসম আমাৰ জন্মভূমি।
উত্তৰঃ
৫। চমুটোকা লিখা—
(ক) স্বাধীনতা আন্দোলন
উত্তৰঃ
(খ) ভাৰতৰ সংবিধান
উত্তৰঃ
(গ) মৌলিক অধিকাৰ
উত্তৰঃ
(ঘ) মৌলিক কর্তব্য।
উত্তৰঃ
0 Comments