জাহাঙ্গীৰ আৰু শ্বাহজাহানৰ অধীনচত ৰাজনৈতিক সংস্কৃতি |  প্ৰথম অধ্য়ায়  | Chapter 1 | ড° ৰমীন বৰ্মন | BA 4th Semester History Short Question Answer |  জাহাঙ্গীৰ আৰু শ্বাহজাহানৰ অধীনচত ৰাজনৈতিক সংস্কৃতি Lesson 1| GU BA 4th Semester History Short Question Answer and Solutions for Assam | 

 প্ৰথম অধ্য়ায় 

 জাহাঙ্গীৰ আৰু শ্বাহজাহানৰ অধীনচত ৰাজনৈতিক সংস্কৃতি 

(Political Culture Under Jahangir and Shah Jahan) 


১। কোনে ১৯২৬ চনত পানিপথৰ প্ৰথম যুদ্ধত দিল্লীৰ শেষ চুলতান ইব্ৰাহীম লোডীক পৰাজয় কৰি ভাৰতৰ মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?

উত্তৰঃ জাহিৰুদ্দিন মহম্মদ বাবৰে ১৯২৬ চনত পানিপথৰ প্ৰথম যুদ্ধত দিল্লীৰ শেষ চুলতান ইব্ৰাহীম লোডীক পৰাজয় কৰি ভাৰতৰ মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল।

২। বাবৰৰ মৃত্যুৰ পিছত কোনে মোগল সিংহাসনত বহিছিল?

উত্তৰঃ বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ জেষ্ঠ্য পুত্ৰ হুমায়ুনে মোগল সিংহাসনত বহিছিল।

৩। আগবৰে সিংহাসনত আৰোহণৰ পিছত কিমান খৃঃত পানিপথৰ দ্বিতীয় যুদ্ধত হিন্দুক পৰাভূত কৰি আগ্ৰা আৰু দিল্লীত নিজৰ স্থান সুদৃঢ় কৰিছিল?

উত্তৰঃ আগবৰে সিংহাসনত আৰোহণৰ পিছত ১৫৫৬ খৃঃত পানিপথৰ দ্বিতীয় যুদ্ধত হিন্দুক পৰাভূত কৰি আগ্ৰা আৰু দিল্লীত নিজৰ স্থান সুদৃঢ় কৰিছিল।

৪। জাহিৰুদ্দিন মহম্মদ কিমান খৃঃৰ আগ্ৰা জয় কৰিছিল?

উত্তৰঃ জাহিৰুদ্দিন মহম্মদ ১৫২৬ খৃঃৰ আগ্ৰা জয় কৰিছিল।

৫। মোগল বুলি কাক কোৱা হয়?

উত্তৰঃ মোগল সাম্ৰাজ্যক দক্ষিণ এছিয়াৰ আদি আধুনিক সাম্ৰাজ্যক মোগল বুলি কোৱা হয়। 

৬। আকবৰে এদিনত কিমান ঘন্টা কাম কৰিছিল?

উত্তৰঃ আকবৰে এদিনত ১৬ ঘন্টা কাম কৰিছিল। 

৭। মধ্য যুগৰ ৰজাৰ প্ৰধান উৎস কি আছিল?

উত্তৰঃ মধ্য যুগৰ ৰজাৰ প্ৰধান উৎস আছিল ভূমি ৰাজহ।

৮। আকবৰৰ সময়ত হাতীৰ সংখ্যা কিমান আছিল?

উত্তৰঃ আকবৰৰ সময়ত হাতীৰ সংখ্যা ১০০০ আছিল। 

৯।কিমান চনত ছাহজাহানে তেওঁৰ আঙ্খিত নিৰ্মাণ আচনিৰ কাম আৰণঅভ কৰিছিল?

উত্তৰঃ ১৬৩৯ চনত ছাহজাহানে তেওঁৰ আঙ্খিত নিৰ্মাণ আচনিৰ কাম কৰিছিল। 

১০। ৩ নৱেম্বৰত কাৰ ৰাজঅভিষপন উৎসৱ পালন কৰা হৈছিল?

উত্তৰঃ ৩ নংৱেম্বৰ আগ্ৰাত চেলিমৰ ৰাজঅভিষপন উৎসৱ পালন কৰা হৈছিল। 

১১। ১৬০৬ খৃঃত কাৰ জাহাঙ্গীৰে শাস্তি প্ৰদান কৰিছিল?

উত্তৰঃ ১৬০৬ খৃঃত গুৰু অৰ্জুন দেৱক শাস্তি প্ৰদান কৰিছিল। 

১২। ছাহ আব্বাছে কিমান দিন কান্দাহাৰ অৱৰোধ কৰি শেষত কান্দাৰ দখল কৰিছিল?

উত্তৰঃ ছাহ আব্বাছে ৪৫ দিন কান্দাহাৰ অৱৰোধ কৰি শেষত কান্দাৰ দখল কৰিছিল। 

১৩। কিমান খৃঃত নুৰজাহান নিজে 'পাদছাহ বেগম' পদলৈ উন্নীত হৈছিল?

উত্তৰঃ ১৬১৩ খৃঃত নুৰজাহান নিজে 'পাদছাহ বেগম' পদলৈ উন্নীত হৈছিল। 

১৪। সম্ৰাটে দানৰ নামত ২০ টা সোমবাৰত মুঠ কিমান টকা বিতৰণ কৰিছিল?

উত্তৰঃ সম্ৰাটে দানৰ নামত ২০ টা সোমবাৰত মৰঠ এক লাখ টকা বিতৰণ কৰিছিল। 

১৫। কিমান খৃঃত আদিল ছাহৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৬৫৬ খৃঃত আদিল ছাহৰ মৃত্যু হৈছিল।

১৬। গোটেই কিমান শতিকা ধৰি পাৰ্চীয়াৰ ভাৰত আক্ৰমণৰ শংকাই মোগল স্ম্ৰাটৰ টোপনি হৰণ কৰিছিল। 

উত্তৰঃ  গোটেই ১৭ শতিকা ধৰি পাৰ্চীয়াৰ ভাৰত আক্ৰমণৰ শংকাই মোগল স্ম্ৰাটৰ টোপনি হৰম কৰিছিল।

১৭। ছাহজাহান এজন কি আছিল?

উত্তৰঃ ছাহজাহান এজন মহান শিল্পানুগৰাকী ৰজা আছিল।

১৮। মোগল ৰাজ্যৰ সম্ৰাটসকলৰ ভিতৰত খ্যাতনামা নিৰ্মাতা বুলি কাক বিবেচনা কৰা হয়? 

উত্তৰঃ মোগল ৰাজ্যৰ সম্ৰাটসকলৰ ভিতৰত খ্যাতনামা নিৰ্মাতা বুলি ছাহজাহানক বিবেচনা কৰা হয়।

১৯। আবদুৰ ৰচিদে কি সংস্কৃতৰ পৰা অনুবাদ কৰিছিল?

উত্তৰঃ আবদুৰ ৰচিদে 'বীজ গণিতৰ' সংস্কৃতৰ পৰা অনুবাদ কৰিছিল। 

২০। ছাহজাহানে এটা উৎকৃষ্ট কি কৰিছিল?

উত্তৰঃ ছাহজাহানে এটা উৎকৃষ্ট প্ৰশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।



Type- Parina Hazarika 




Post ID: DABP001722