ভগ্নাংশ ( Fraction )
অনুশীলনী 6 (A)
1. তলৰ ভগ্নাংশবোৰৰ পৰা প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা ।




.png)
.png)



.png)
2. 7 হৰবিশিষ্ট চাৰিটা প্ৰকৃত ভগ্নাংশ লিখা ।
3. 11 হৰ বিশিষ্ট চাৰিটা অপ্ৰকৃত ভগ্নাংশ লিখা ।
4. 9 লব বিশিষ্ট চাৰিটা প্ৰকৃত ভগ্নাংশ লিখা ।
5. 15 লব বিশিষ্ট চাৰিটা অপ্ৰকৃত ভগ্নাংশ লিখা ।
6. তলৰ ভগ্নাংশবোৰ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা ।





7. তলৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা ।
8. তলৰ ভগ্নাংশবোৰৰ চাৰিটাকৈ সদৃশ ভগ্নাংশ লিখা ।
9. তলৰ প্ৰতিটো ভগ্নাংশৰে চাৰিটাকৈ সমতুল্য ভগ্নাংশ লিখা ।
10. খালী বাকচবোৰত উপযুক্ত সংখ্যা বহুওৱা ।
.png)
%20(b).png)



15. তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত আছে নে নাই পৰীক্ষা কৰা ।

16. তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা ।
17. তলৰ ভগ্নাংশবোৰৰ কোনটো ডাঙৰ কোনটো সৰু নিৰ্ণয় কৰা ।
.png)


Question Type By- Himadree Bora
Post ID: DABP001735