অধ্যায় 5

অখণ্ড সংখ্যা ( Integers )

অনুশীলনী 5 (B)


1. সংখ্যাৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা ।

(a) -3 + 5

(b) 1 + 4

(c) -3 + (-3)

(d) 1 + (-5)

(e) 4 + (-4)

(f) -7 + 7


2. তলৰ সংখ্যাবোৰ যোগ কৰা ।

(a) 234 আৰু 3416

(b) -1798 আৰু -2369

(c) 8923 আৰু -6321

(d) -479 আৰু 1396

(e) -5730 আৰু 3709


3. সৰল কৰা ।

(a) -43261 + 56931

(b) 7892 + (-13691)

(c) (-6329) + (-3623)

(d) 25627 + (-30000)

(e) (-7983) + (4646)


4. খালী ঠাই পূৰ কৰা ।












5. তলৰ সংখ্যাবোৰত যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা ।

(a) -115

(b) 250

(c) -19

(d) 0

(e) -50

(f) 25

(g) 120

(h) -169


6. বিয়োগ কৰা ।

(a) 5673 ৰ পৰা 4900

(b) -2378 ৰ পৰা 1578

(c) -6783 ৰ পৰা -2369

(d) 7836 ৰ পৰা -4234

(e) -25698 ৰ পৰা -15696


7. তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা ।

(a) 37

(b) -67

(c) 0

(d) -78

(e) 49


8. তলৰ সংখ্যাবোৰৰ পৰৱৰ্তী সংখ্যাবোৰ লিখা ।

(a) -79

(b) 1

(c) -1

(d) 80

(e) -105


9. সৰল কৰা ।

(a) 27 + 17 - 36

(b) 56 - 87 + 12 - 69

(c) -97 + (-18) - (-47) + 52

(d) -26 - (-38) -64 - (-82) - 15

(e) 105 - 162 - (-185) - 146 + 152


10. -6279 আৰু 4782 ৰ যোগফলৰ পৰা 5067 বিয়োগ কৰা ।


11. 10625 ৰ পৰা -3799 আৰু 5675 ৰ যোগফল বিয়োগ কৰা ।


12. দুটা অখণ্ড সংখ্যাৰ যোগফল -525 । ইয়াৰে এটা 384 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা ।


13. দুটা সংখ্যাৰ যোগফল 360 । ইয়াৰে এটা -220 হ'লে আনটো নিৰ্ণয় কৰা ।


14. -85 আৰু -64 ৰ পাৰ্থক্যৰ লগত -55 যোগ কৰা ।



Question Type By- Himadree Bora