অধ্যায় 5
অখণ্ড সংখ্যা ( Integers )
অনুশীলনী 5 (B)
1. সংখ্যাৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা ।
(a) -3 + 5
(b) 1 + 4
(c) -3 + (-3)
(d) 1 + (-5)
(e) 4 + (-4)
(f) -7 + 7
2. তলৰ সংখ্যাবোৰ যোগ কৰা ।
(a) 234 আৰু 3416
(b) -1798 আৰু -2369
(c) 8923 আৰু -6321
(d) -479 আৰু 1396
(e) -5730 আৰু 3709
3. সৰল কৰা ।
(a) -43261 + 56931
(b) 7892 + (-13691)
(c) (-6329) + (-3623)
(d) 25627 + (-30000)
(e) (-7983) + (4646)
4. খালী ঠাই পূৰ কৰা ।
6. বিয়োগ কৰা ।
(a) 5673 ৰ পৰা 4900
(b) -2378 ৰ পৰা 1578
(c) -6783 ৰ পৰা -2369
(d) 7836 ৰ পৰা -4234
(e) -25698 ৰ পৰা -15696
7. তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা ।
(a) 37
(b) -67
(c) 0
(d) -78
(e) 49
8. তলৰ সংখ্যাবোৰৰ পৰৱৰ্তী সংখ্যাবোৰ লিখা ।
(a) -79
(b) 1
(c) -1
(d) 80
(e) -105
9. সৰল কৰা ।
(a) 27 + 17 - 36
(b) 56 - 87 + 12 - 69
(c) -97 + (-18) - (-47) + 52
(d) -26 - (-38) -64 - (-82) - 15
(e) 105 - 162 - (-185) - 146 + 152
10. -6279 আৰু 4782 ৰ যোগফলৰ পৰা 5067 বিয়োগ কৰা ।
11. 10625 ৰ পৰা -3799 আৰু 5675 ৰ যোগফল বিয়োগ কৰা ।
12. দুটা অখণ্ড সংখ্যাৰ যোগফল -525 । ইয়াৰে এটা 384 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা ।
13. দুটা সংখ্যাৰ যোগফল 360 । ইয়াৰে এটা -220 হ'লে আনটো নিৰ্ণয় কৰা ।
14. -85 আৰু -64 ৰ পাৰ্থক্যৰ লগত -55 যোগ কৰা ।
Question Type By- Himadree Bora
0 Comments