সূচনা (Introduction)
প্ৰথম অধ্য়ায়
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 1 MCQs Answer
👉Click Here Books PDF Free
অনুশীলনী (Excercises)
(1) ব্যষ্টিবাদী অর্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য কি?
উত্তৰঃ
(2) পুঁজিবাদী অর্থনীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ পুজিবাদী অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য়বোৰ হ'ল-
(১) পুঁজিবাদী অর্থনীতিত উৎপাদনৰ ব্যৱস্থা পুঁজিপতি সকলৰ অধীনত থাকে।
(২) অর্থনৈতিক সিদ্ধান্তসমূহ পুঁজিপতিসকলে গ্রহণ কৰে।
(৩) পুঁজিপতিসকলৰ মূল লক্ষ্য হৈছে সর্বোচ্চ লাভ।
(3) সমষ্টিবাদী অর্থনীতিৰ দৃষ্টিৰে এখন অৰ্থনীতিৰ প্ৰধান চাৰিটা খণ্ডৰ বৰ্ণনা কৰা।
উত্তৰঃ
(4) 1929 ৰ মহামন্দাৰ বিষয়ে বর্ণনা কৰা৷
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type By- Bikash Bora
Post ID: DABP001785
New Update 2026