জাতীয় আয় গণনা (National Income Accounting)
দ্বিতীয় অধ্য়ায়
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 2 MCQs Answer
👉Click Here Books PDF Free
👉Paid Answer (Buy Now)
অনুশীলনী (Excercises)
(1) উৎপাদনৰ চাৰিটা উপাদান কি কি আৰু ইহঁতে প্রত্যেকে লাভ কৰা আয়ক কি বুলি কোৱা হয়?
উত্তৰঃ
(2) অর্থনীতি এখনৰ চূড়ান্ত ব্যয়ৰ সৰ্বমুঠ পৰিমাণ উপাদানৰ সৰ্বমুঠ দেনাৰ সৈতে কিয় সমান হয়?
উত্তৰঃ
(3) মজুত আৰু প্ৰবাহৰ পাৰ্থক্য দেখুওৱা। নিগুট বিনিয়োগ অৰু মূলধনৰ মাজত কোনটো মজুত আৰু কোনটো প্ৰবাহ দেখুওৱা। নিগুট বিনিয়োগ আৰু মূলধনক পুখুৰীলৈ বৈ যোৱা পানীৰ সৈতে তুলনা কৰা৷
উত্তৰঃ
(4) পৰিকল্পিত আৰু অপৰিকল্পিত মূলধনৰ সংযোজনৰ মাজৰ পাৰ্থক্য কি? সংযোজিত মূলধনৰ পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানৰ মূল্য সংযোজনৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা।
উত্তৰঃ
(5) দেশ এখনৰ GDP তিনিটা পদ্ধতিৰে গণনা কৰোতে ব্যৱহাৰ কৰা সূত্ৰকেইটা লিখা। এই তিনিওটা পদ্ধতিৰে গণনা কৰা GDPৰ মান কিয় একে হয় সেই সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ
(6) বাজেট ঘাটি আৰু বাণিজ্য়িক ঘাটিৰ সংজ্ঞা দিয়া। এখন দেশৰ ব্য়ক্তিগত বিনিয়োগ সঞ্চয়ৰ তুলনাত কোনো এক নিৰ্দিষ্ট বছৰত 2,000 কোটি টকা অধিক আছিল। বাজেট ঘাটিৰ পৰিমাণ আছিল (-) 1,500 কোটি টকা। দেশখনৰ বাণিজ্য়িক ঘাটিৰ পৰিমাণ কিমান আছিল?
উত্তৰঃ
(7) ধৰা হ'ল, এটা নিৰ্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত GDPৰ পৰিমাণ আছিল 1,100 কোটি। বিদেশৰ পৰা হোৱা উপাদানৰ মিগুট আয় আছিল 100 কোটি! (প্ৰত্য়ক্ষ কৰ ৰাজসাহায্য়)ৰ পৰিমাণ আছিল 150 কোটি আৰু ৰাষ্ট্ৰীয় আয়ৰ পৰিমাণ আছিল 850 কোটি। এতিয়া ক্ষয়-ক্ষতিৰ সৰ্বমুঠ মূল্য় কিমান হ'ব গণনা কৰা।
উত্তৰঃ
(8) এখন নিৰ্দিষ্ট দেশৰ এবছৰৰ উপাদান ব্য়য়ৰ ভিত্তিত নিগুট জাতীয় উপাদানৰ পৰিমাণ 1,900 কোটি টকা। পৰিয়াল গোটসমূহে চৰকাৰ বা প্ৰতিষ্ঠানক কিম্বা চৰকাৰ বা প্ৰতিষ্ঠানে পৰিয়াল গোটসমূহক কোনো সুদৰ দেনা বহন কৰা নাছিল। পৰিয়াল গোটসমূহৰ ব্য়য়যোগ্য় আয়ৰ পৰিমাণ হ'ল 1,200 কোটি টকা। তেওঁলোকে বহন কৰা ব্য়ক্তিগত আয় কৰৰ পৰিমাণ হ'ল 600 কোটি টকা। আনহাতে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই আয়ৰ পৰকিমাণ হ'ল 200 কোটি টকা। চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে পৰিয়াল গোটসমূহলৈ আগবঢ়োৱা হস্তান্তৰযোগ্য় দেনাৰ পৰিমাণ কিমান হিচাপ কৰি উলিওৱা।
উত্তৰঃ
(9) তলৰ তথ্য়সমূহ ব্য়ৱহাৰ কৰি ব্য়ক্তিগত আয় আৰু ব্য়ক্তিগত বায়যোগ্য় পৰিমাণ গণনা কৰাঃ
(কোটি টকাৰ হিচাপ)
(a) উপাদানৰ দৰৰ ভিত্তিত নিগুট ঘৰুৱা উৎপাদন 8,000
উত্তৰঃ
(b) বিদেশৰ পৰা হোৱা নিগুট উপাদানৰ আয় 200
উত্তৰঃ
(c) অবিতাৰিত লাভ 1,000
উত্তৰঃ
(d) নিগম কৰ 500
উত্তৰঃ
(e) পৰিয়াল গোটসমূহে গ্ৰহণ কৰা সুদ 1,500
উত্তৰঃ
(f) পৰিয়াল গোটসমূহে প্ৰদান কৰা সুদ 1,200
উত্তৰঃ
(g) হস্তান্তৰযোগ্য় আয় 300
উত্তৰঃ
(h) ব্য়ক্তিগত কৰ 500
উত্তৰঃ
(10) এদিনত ৰাজু নামৰ নাপিতজনে চুলি কাটি 500 টকা সংগ্ৰহ কৰে। দিনটোত সি তাৰ সা-সৰঞ্জামৰ ক্ষয়-ক্ষতিৰ বাবদ 50 টকা ভৰিব লাগে। বাকী থকা 450 টকাৰ ভিতৰৰে ৰাজুৱে 30 টকা বিক্ৰীকৰ দিয়ে, 200 টকা ঘৰলৈ নিয়ে আৰু 220 টকা নতুন সা-সৰঞ্জাম ক্ৰয় বা ভাল কৰাৰ বাবদ ৰাখে। সি তাৰ আয়ৰ পৰা পুনৰ 20 টকা আয়কৰ পৰিশোধ কৰে। এই তথ্য়ৰ ওপৰত নিৰ্ভৰ কৰি নিম্নোলিখিত আয়ৰ পৰিমাপসমূহ লৈ ৰাজুৰ অৱদান কিমান হিচাপ কৰি দেখুওৱা। :
উত্তৰঃ
(a) GDP মুঠ জাতিয় উৎপাদন
উত্তৰঃ
(b) GDP নিগুট জাতীয় উৎপাদন
উত্তৰঃ
(c) NNP (at factor cost) নিগুট জাতীয় উৎপাদন (উপাদান ব্য়য়ৰ ভিত্তিত)
উত্তৰঃ
(d) ব্য়ক্তিগত আয় বজাৰ ভিত্তিত
উত্তৰঃ
(e) ব্য়ক্তিগত বায়যোগ্য় আয়।
উত্তৰঃ
(11) সাধাৰণ GNPৰ মূল্য কোনো এখন অৰ্থনীতিৰ এটা নিৰ্দিষ্ট বছৰত 2,500 কোটি বুলি ঠাৱৰ কৰা হৈছে। সেই একেখন দেশৰে একেটা ভিত্তিবৰ্ষৰ দৰত গণনা কৰা GNPৰ পৰিমাণ হ’ল 3,000 কোটি। শতকৰা হিচাপত সেই বছৰৰ GNPৰ সূচক গণনা কৰা। ভিত্তিবৰ্ষ আৰু বিবেচনালৈ অনা বছৰৰ মাজত দৰৰ বৃদ্ধি হৈছেনে?
উত্তৰঃ
(12) এখন দেশৰ কল্যাণৰ সূচক হিচাপে GDPক ব্যৱহাৰ কৰাত কেনেধৰণৰ সীমাবদ্ধতা আছে লিখা।
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type By- Bikash Bora
Post ID: DABP001784