অধ্য়ায়-1 

সংখ্য়া (Numbers) 

অনুশীলনী 1(C)

 1. খালী ঠাইত > বা < চিন বহুওৱা। 

(i) 6,754 🖵 895 

(ii) 8,734 🖵 9,000 

(iii) 84,571 🖵 84,372 

(iv) 2,31,596 🖵 2,30,698

(v) 32,65,080 🖵 7,90,486 

(vi) 68,94,54,982 🖵 90,00,00,542 


2. কোনটো ডাঙৰ নিৰ্ণয় কৰা। 

(i) 75 হাজাৰ 385                             আৰু 152 হাজাৰ 325 

(ii) 2 লাখ 35 হাজাৰ 159                 আৰু 1 মিলিয়ন 295 হাজাৰ 162 

(iii) 70 লাখ 6 হাজাৰ 13                  আৰু 130 মিলিয়ন 691 হাজাৰ 40 

(iv) 35 কোটি 68 লাখ 30 হাজাৰ    আৰু 590 মিলিয়ন 371 হাজাৰ 

(v) 795 কোটি 95 লাখ 14 হাজাৰ    আৰু 32 বিলিয়ন 48 মিলিয়ন 


3. তলত দিয়া অংক 4টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্য়া দুটা লিখা। 

(i) 3,2,5,7 

(ii) 2,0,9,8 


4. তলত দিয়া অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা। 

(i) 5,9,6,7,4,1 

(ii) 5,0,4,8,7,3 


5. তলত দিয়া অংক 4টাৰ যিকোনো এটাক 2 বাৰ ব্য়ৱহাৰ কৰি 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা। 

(i) 5, 4, 7, 3 

(ii) 1, 5, 9, 8 

(iii) 5, 0, 6, 9 


6. অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে—

(a) এককৰ স্থানত 7 থাকে।

(b) এককৰ স্থানত 5 থাকে।

(c) দহকৰ স্থানত 0 থাকে।

(d) শতকৰ স্থানত 3 থাকে।

(e) হাজাৰৰ স্থানত 6 থাকে।


7. 3টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা টো অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।


৪. ওটা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।


9. 4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।


10. 4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।


Question Type By- Bikash Bora