অনুশলনী-7.2
1/ (-1, 7) আৰু (4, -3) ৰ সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত ভাদকৰা বিন্দুটো স্থানাংক নিৰ্ণয় কৰা?
সমাধান:→ ধৰা হ’ল- P (x, y) বিন্দুটোৱে A (-1, 7) আৰু B (4 -3) ৰেখাখণ্ড 2:3 অনুপাতত।
X1 = -1, y1 = 7, x2 = 4, y2 = -3, m1 = 21 আৰু m2 = 3
2/ (4, -1) আৰু (-2, -3)ৰ ,সংযোগী ৰেখাণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা।
সমাধান:→ ধৰাহল A (4, -1), B (2, -3) আৰু AB সমত্ৰিখণ্ডিত কৰা P আৰু Q বিন্দু।
X1 = 4, y1 = -1, আৰু x2 = -2, y2 = -3
AP = PQ = QB = a
AP:PB = a:2a = 1:2
AQ:QB = 2a:a = 2:1
AB ক 1:2 অনুপাতত বিভত্ৰ বিভাজন সূত্ৰ-
3/ তোমালোকৰ স্থলৰ আয়তাকাৰ খেলপথাৰৰ ABCD ও খেলদিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চকপাউদাৰে 1 m ব্য়ৱধানত কিছুমান চিন টনা হল। 100টা ফুলৰ টাৱ এটা পৰা আনটোৰ ব্য়ৱধান 1m কৈ দেখুওৱা দৰে AD ত দিশত ৰখা হল। নীহাৰিকাই দ্বিতীয় লাইন জালেৰে AD ৰ 1/4 অংশ দৌৰিগৈ তাত এখন সেউজীয়া পতাকা পুতি খলে।প্ৰীতে অষ্টম লাইন ডালেৰে AD ৰ 1/5 অংশ দৌৰিগৈ তাত এখন ৰঙা পতাকা পুতি থলে। এই পতাকা ধুখনৰ মাজ দূৰত্ব কিমান? যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ড ঠিক মধ্য় স্থানত এখন নীলা পতাকা পুতিব লগা হয় তেন্তে তেওঁস্থানত এই পতাকাখন পুতিব।
সমাধান:- ইয়াৰ x1 = 2, y1 = 25
X2 = 8, y2 = 20
4/ (-1, 6) বিন্দুটোৱে (-3, 10) আৰু (6, -8) বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব?
সমাধান:→ ধৰা হল, P বিন্দুৱে A (-3, 10) আৰু B (6, 8) বিন্দু সংযোগী ৰেখা খণ্ড k:1 অনুপাতত-
5/ A (1, -5) আৰু B(--4, 5) বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা। লগতে ছেদ বিন্দুটোৰ স্থানাংকত উলিওৱা?
সমাধান:→ ধৰাহ’ল, A (1, -5) আৰু B (-4, 5) বিন্দু সংযোগী AB ছেদ বিন্দু P আৰু অনুপাতত K:1 ।
X1 = 1, y1 = -5 আৰু x2 =-4, y2 = 5
A (1, -5) B (-4, 5)
A বিন্দু স্থানাংক ( 3, -10) //
8/ যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে (-2,-2) আৰু (2, -4) তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় ,কৰা যাতে AP = 3/7AB আৰু P বিন্দুটো ABত ৰেখাখণ্ড ওপৰত থাকে।
সমাধান:→ ধৰা হল P বিন্দু স্থানাংক (x, y)
A (-2,-2) আৰু B (2, -4) AB ৰেখাখণ্ডক P বিন্দুত 3:4 অনুপাত
X1 = 2, y = -2, x2= 2, y2 =
4 আৰু m1 = 3, m2 = 4
9/ A (-2, 2) আৰু B (2,8) বিন্দু সহযোগী ৰেখাখণ্ডৰ চাৰিটা সমান ভাগত ভাগকৰা বিন্দুকেইটা স্থানাংক উলিওৱা ?
সমাধান: ধৰা হল x (x1 , y1) y (x2, y2) আৰু Z ( x3, y3) মধ্য়বিন্দুৱে ৰেখাডাল 1:1
A (x1, y1) আৰু B (x2, y2) সংযোগী P স্থানাংক
10/ এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষ বিন্দু বিলাকৰ স্থানাংক ক্ৰম অনুসৰি (3, 0), (4, 5), (-1, 5) আৰু( -2, -1)।
সমাধান:→ ধৰা হল, PQRS ৰম্বাছ শীৰ্ষ বিন্দু
P (3, 0), Q (4, 5), R (-1, 4), আৰু S (-2,-1)
X1 = 3 y1 = 0
X2 = 4 y2 = 5
X3 = -1 y3 = 4
X4 = -2 y4 = -1
Type- Rajashree Bora
Post ID : DABP002473