পাঠ-৬
যোগ
নীলমৰ জন্মদিন
⇒ নীলমৰ জন্মদিনত বহা কোঠাত কিছুমান ৰঙা আৰু হালধীয়া বেলুনেৰে ফুলাই সজালে। চাঁওচোন নীলমে দুয়োটা ৰঙৰ বেলুন কিমান ফুলালে?
ৰঙা বেলুন ১৫ টা = ১দহ ৫
হালদীয়া বেলুন ১৪ টা = ১ দহ ৪
কোঠাটোত মুঠতে কেইটা বেলুন ফুলাইছিল?
ৰঙা বেলুন ১৫ টা
হালদীয়া বেলুন + ১৪ টা
মুঠ বেলুন = ২৯ টা
এতিয়া আমি স্থানীয় মানত যোগ কৰোঁ আহা一
দহক একক
১ ৫ একক ঘৰৰ সংখ্য়া = ৫ + ৪ = ৯
১ ৪ দহক ঘৰৰ সংখ্য়া = ১ + ১ = ২
মুঠ বেলুন ২ ৯
নিলমে তাৰ জন্মদিনত ৰঙা আৰু হালধীয়া ৰঙৰ বেলুন মুঠ ২৯ টা ফুলাইছিল ।
যোগ কৰা 一 দহক একক দহক একক দহক একক
১ ২ ২ ৫ ৪ ৫
+ ১ ৭ +৩ ২ +৩ ৩
২ ৯ ৫ ৭ ৭ ৮
দহক একক দহক একক দহক একক
৬ ২ ৩ ১ ৮ ২
+ ৩ ২ + ৪ ১ + ১ ১
৯ ৪ ৭ ২ ৯ ৩
যোগ কৰা
(ক) ৩ ৭ (খ) ৮ ৬ (গ) ৫ ৫ (ঘ) ৬ ৩ (ঙ) ৪ ৮
+ ২ ২ + ১ ২ + ৩ ৩ + ২ ৬ + ৪ ১
৫ ৯ ৯ ৮ ৮ ৮ ৮ ৯ ৮ ৯
(চ) ৪ ৪ (ছ) ৪ ৫ (জ) ৭ ৩ (ঝ) ৮ ৮ (ঞ) ৪ ৩
+ ৪ ৪ +৩ ২ + ২ ৫ + ১ ১ + ৫
৮ ৮ ৭ ৭ ৯ ৮ ৯ ৯ ৪ ৮
(ট) ৯৩ (ঠ) ৫ ১ (ড) ২ ৭ (ঢ) ৪ ৫ (ণ) ১ ৫ (ত) ৩ ৪
+ ৬ +৪ ৫ +৭ ২ +৩ ৬ + ৮৩ +৫ ৫
৯ ৯ ৯ ৬ ৯ ৯ ৮ ১ ৯ ৮ ৮ ৯
⇒ সমস্য়াবোৰ সমাধান কৰো আহা।
(১) এখন খেলপথাৰত ২৩ জন ল'ৰা আৰু ২৫ জনী ছোৱালীয়ে খেলি আছিল। পথাৰখনত মুঠতে কিমান জন ল'ৰা ছোৱালীয়ে খেলি আছে ?
উত্তৰঃ পথাৰখত ল'ৰা আছিল = ২৩ জন
ছোৱালী আছিল = +২৫ জনী
মুঠ ল'ৰা ছোৱালীৰ সংখ্য়া = ৪৮ জন
পথাৰখনত মুঠ ল'ৰা ছোৱালীৰ সংখ্য়াৰ ৪৮ জন
২) তোমাৰ মায়ে সাধুকথাৰ কিতাপৰ প্ৰথমদিনা ৩৪ খিলা আৰু দ্বিতীয় দিনা ৪৩ খিলা পাত পঢ়ি শেষ কৰিলে। সাধুকথাৰ কিতাপখনত মুঠতে কিমান খিলা পাত আছিল?
উত্তৰঃ প্ৰথমদিনা পঢ়া হ';ল = ৩৪ খিলা পাত
দ্বিতীয় দিনা পঢ়া হ'ল = + ৪৩ খিলা পাত
কিতাপ খনৰ মুঠ = ৭৭ খিলা পাত পঢ়া হ'ল
৩) বলেনহঁতৰ ধান মৰণা মাৰি প্ৰথম দিনা ৫৬ দোন ধান পালে আৰু দ্বিতীয় দিনা ৪২ দোন ধান পালে । বলেনহঁতে দুদিনত মুঠতে কিমান দোন ধানপালে?
উত্তৰঃ প্ৰথমদিনা মৰণা মাৰি ধান পালে = ৫৬ দোন
দ্বিতীয় দিনা মৰণা মাৰি ধান পালে = + ৪২ দোন
মুঠতে ধান পালে = ৯৮দোন
৪) জাভেদহঁতে ঘৰৰ দুটা কোঠাত টালি লগালে। প্ৰথম কোঠাত ৩৬ টা চলা আৰু দ্বিতীয় কোঠাটোত ৪২ চলা টালি লগালে। জাভেদহঁতে মুঠতে কিমান চলা টালি লগালে ?
উত্তৰঃ প্ৰথম কোঠাত টালি লগালে = ৩৬ চলা
দ্বিতীয় কোঠাত টালি লগালে = +৪২ চলা
মুঠতে টালি লগালে = ৭ ৮ চলা
৫) এখন পথাৰত ২৫ টা ছাগলী আৰু ২২ টা গৰুৱে ঘাঁহ খাই আছে। পতাৰখনত মুঠতে কেইটা প্ৰাণীয়ে ঘাঁহ খাই আছে?
উত্তৰঃ এখন পথাৰত ছাগলী আছে = ২৫ টা
গৰু আছে = + ২২ টা
পথাৰখনত মুঠতে প্ৰাণী আছে = ৪৭ টা
৬) প্ৰকাশ নামৰ ফলবেপাৰী এজনে তিনিটা পাচিত আম সজাই থৈছে। প্ৰথম পাচিত ৩১টা, দ্বিতীয় পাচিত ২৫ টা আৰু তৃতীয় পাচিত ৪২ টা আম আছে। প্ৰকাশৰ দুকানত মুঠতে কিমানটা আম আছে।
উত্তৰঃ প্ৰথম পাচিত আম আছে = ৩১ টা
দ্বিতীয় পাচিত আম আছে = ২৫টা
তৃতীয় পাচিত আম আছে = + ৪২ টা
মুঠতে আম আছে= ৯ ৮
৭) বজাৰৰ পৰা চম্পাই ২৭, হাছিনাি ৩০ টা আৰু জৰ্জে ৩২ টা কমলা কিনিলে। তিনিওজনে মুঠতে কিমানটা কমলা কিনিলে?
উত্তৰঃ চম্পাই কিনিলে = ২৭ টা
হাছিনাই কিনিলে = ৩০ টা
জৰ্জে কিনিলে + = ৩২ টা
মুঠতে কমলা কিনিলে = ৮ ৯
⇒ অভ্য়সন সময়一
⭐দেবুৱে দুখন ক্ৰীকেট খেলত যতাক্ৰমে ৪৭ ৰান আৰু ৪১ ৰান কৰিছিল। দেবুৱে দুখন খেলত মুঠ কিমান ৰান কৰিছিল ?
উত্তৰঃ দেবুৱে দুখন খেলত মুঠ ৮৮ ৰান কৰিছিল।
⭐তুমি ২২ টকা দামৰ এক দিস্তা কাগজ, ৩৫ টকাৰ দামৰ এটা কলম কিনিলা। তুমি দোকানীক মুঠতে কিমান টকা দিলে।
উত্তৰঃ মুঠতে দোকানীজনক মই ৫৭ টকা দিলো।
⭐চামেলিয়ে গোত পৰিক্ষাত গণিতত ৪১ নম্বৰ আৰু অসমীয়াত ৪৫ নম্বৰ পালে। চামেলিয়ে দুয়োটা বিষয়ত মুঠতে কিমান নম্বৰ পালে?
উত্তৰঃ চামেলিয়ে দুয়োতাৰ পৰিক্ষাত মুঠতে ৮৬ নম্বৰ পালে।
⭐ৰেজিয়াই ২৫ টকাৰ এপেকেট বিস্কুট, ৪৪ টকাৰ এপেকেট মাখন কিনিলে। ৰেজিয়াৰ মুঠতে কিমান টকা খৰচ হ'ল?
উত্তৰঃ ৰেজিয়াৰ মুঠতে ৬৯ টকা খৰচ হ'ল।
⭐ বাপুৰামৰ দুকানত ২৫ বস্তা চাউল, ১২ বস্তা দাইল ৩১ বস্তা আলু আছে।বাপুৰামৰ দুকানত মুঠতে কিমান বস্তা আছে?
উত্তৰঃ বাপুৰামৰ দুকানত মুঠতে ৬৮ টা বস্তা আছে।
⇒ তলৰ দুটাৰ সংখ্য়া যোগ কৰো আহা।
ক) এটা খৰাহীত আম আছে = ৫ টা
এটা খৰাহীত আম আছে = ০টা
দুটা খৰাহীত মুঠতে আম আছে = ৫ + ০ = ৫টা
খ) গছজোপাত চৰাই আছে = ০টা
গছজোপাত চৰাই আছে = ৪ টা দুজোপা গছৰ মুট চৰাই হ'ল = ০ + ৪= ৪টা
⇒ তলৰ খালী ঠাইবোৰ পূৰ কৰা
০ + ০ = ০+ ৫ =
উঃ ০ উঃ ৫
০ + ১= ০ + ১৫ =
উঃ ১ উঃ ১৫
১৫ + ০= ৫ + ০=
উঃ ১৫ উঃ ৫
⇒ নিজে কৰা-
🔸তোমালোকৰ শ্ৰেণীত ১৬ জন ছাত্ৰ আৰু ১৭ জনী ছাত্ৰী আছে। শ্ৰেণীত মুঠতে কিমান জন ছাত্ৰ-ছাত্ৰী আছে?
উত্তৰঃ ১ ৬ জন
+১ ৭ জনী
৩ ৩ জন
শ্ৰেণীত মুঠতে ৩৩ জন ছাত্ৰ-ছাত্ৰী আছে।
🔸 তোমাৰ দেউতাৰাই ৩৫ টকাৰ কল আৰু ২৫ টকা মধুৰীআম কিনিলে। দেউতাৰাই দোকানীক মুঠতে কিমান টকা দিলে?
উত্তৰঃ ৩ ৫ টকা
+ ২ ৫ টকা
৬ ০ টকা
দেউতাৰাি মুঠতে দোকানীজনক মুঠতে ৬০ টকা দিলে।
🔸এটা পাচিত ২৫ টা আম আৰু ১৫ টা আপেল আছে। পাচিটোত মুঠতে কিমানটা আম আছে। উত্তৰঃ ২৫ টা
+ ১৫ টা
৪ ০
পাচিত মুঠতে ৪০ টা আপেল আছে।
🔸 দিলীপে তামোল বেচি ৪৫ টকা, পাণ বেচি ৪৮ টকা পালে। তেঁও মুঠতে কিমান টকা পালে।
উত্তৰঃ ৪৫ টকা
+ ৪৮ টকা
৯ ৩ টকা
দীলিপে তামোল পান বেচি মুঠতে ৯৩ টকা পালে।
যোগ কৰা- (ক) ১ ৮ (খ) ৪ ৮ (গ) ৫ ০ (ঘ) ৩ ০
+ ০ + ১ ০ + ৪০ + ৫ ৮
১ ৮ ৫ ৮ ৯০ ৮ ৮
⇒ ক্ৰিকেট খেল এখনৰ এটা দলৰ ৰানৰ তলৰ তালিকাত দিয়া হৈছে। কোন দুজনে মিলি কিমান ৰান কৰিছে চাওঁ আহা।
ৰংমন আৰু বিটুৰ ৪০ ৰান চানু আৰু বুধুৱাৰ ২৫ ৰান
+ ০ ৰান + ১ ৮ ৰান
৪০ ৰান ৫ ৪ ৰান
সুমন আৰু আক্ৰামৰ ৩৬ ৰান চেমচন আৰু নন্দনৰ ১৬ ৰান
+ ৫ ৰান + ৭ ৰান
৪ ১ ৰান ২ ৩ ৰান
মঙলু আৰু দৈথুনৰ ১৯ ৰান মঙলু আৰু নন্দনৰ ১৯ ৰান
+ ২ ৰান + ১৬ ৰান
২ ১ ৰান ৩৫ ৰান
Post ID:DABP002147
0 Comments