যোগ
Chapter 6
১। নীলমৰ জন্মদিনত বহা কোঠাটো ৰঙা আৰু হালধীয়া কিহেৰে সজালে?
ক) ফুলেৰে
খ) বেলুনেৰে
গ) কাপোৰেৰে
উত্তৰঃ খ) বেলুনেৰে
২। জন্মদিনত ৰঙা বেলুন কেইটা আছিল ?
ক) 37
খ) ১৫
গ) ৩৫
উত্তৰঃ ১৫
৩। জন্মদিনত মুঠ বেলুন কেইটা আনিছিল?
ক) ২৯
খ) ৫৩
গ) ৪৯
উত্তৰঃ ক) ২৯
৪। ১৫ ৰ একক কোনটো ?
ক) ১
খ) ৫
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ৫
৫। ৩৭+২= কিমান?
ক) 62
খ) ৩২
গ) ৩৯
উত্তৰঃ ৩৯
৬। ১৫+১০= কিমান?
ক) ৩৫
খ) ২০
গ) ২৫
উত্তৰঃ ২৫
৭। ৰাতুলে দোকানৰ পৰা পেঞ্চিল কিনিলে- 5 টকা আৰু লবৰ কিনিলে- 5 টকা সি মুঠতে কিমান টকা বস্তু কিনিলে?
ক) ২০ টকা
খ) ১০ টকা
গ) ১৫ টকা
উ্ত্তৰঃ খ) ১০ টকা
৮। ৫+০= কিমান?
ক) ০
খ) ৫
গ) ৫০
উত্তৰঃ ৫
৯। ৫+৫+১০= কিমান?
ক) ২০
খ) ২৫
গ) ৩০
উত্তৰঃ ক) ২০
১০। ৫০-৩০= কিমান?
ক) ১৫
খ) ২০
গ) ৩০
উত্তৰঃ খ) ২০
0 Comments