যোগ

  Chapter 6 

১। নীলমৰ জন্মদিনত বহা কোঠাটো ৰঙা আৰু হালধীয়া কিহেৰে সজালে?

ক) ফুলেৰে

খ) বেলুনেৰে

গ) কাপোৰেৰে

উত্তৰঃ খ) বেলুনেৰে

২। জন্মদিনত ৰঙা বেলুন কেইটা আছিল ?

ক) 37

খ) ১৫ 

গ)  ৩৫ 

উত্তৰঃ ১৫ 

৩। জন্মদিনত মুঠ বেলুন কেইটা আনিছিল?

ক) ২৯

খ) ৫৩

গ) ৪৯

উত্তৰঃ ক) ২৯

৪। ১৫ ৰ একক কোনটো ?

ক) 

খ) ৫

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ৫ 

৫। ৩৭+২= কিমান?

ক) 62

খ) ৩২

গ) ৩৯

উত্তৰঃ ৩৯ 

৬। ১৫+১০= কিমান?

ক) ৩৫ 

খ) ২০ 

গ) ২৫ 

উত্তৰঃ ২৫ 

৭। ৰাতুলে দোকানৰ পৰা পেঞ্চিল কিনিলে-  5 টকা আৰু লবৰ কিনিলে-  5 টকা সি মুঠতে কিমান টকা বস্তু কিনিলে?

ক)  ২০ টকা

খ)  ১০ টকা

গ)  ১৫ টকা

উ্ত্তৰঃ খ)  ১০ টকা

৮। ৫+০= কিমান?

ক) ০ 

খ) ৫ 

গ) ৫০

উত্তৰঃ ৫ 

৯। ৫+৫+১০= কিমান?

ক) ২০

খ) ২৫ 

গ) ৩০ 

উত্তৰঃ ক) ২০

১০। ৫০-৩০= কিমান?

ক) ১৫

খ)  ২০ 
 
গ) ৩০

উত্তৰঃ খ)  ২০