Chapter 1

শিক্ষা আৰু বিকাশৰ বুনিয়াদী ধাৰণা

প্ৰশ্নাৱলী

1. অতি চমু উত্তৰৰ প্ৰশ্ন (Question of Short answer )

১। শৈক্ষিক পৰিকল্পনাৰ বিকাশত ________ এ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ( খালী ঠাই পূৰণ কৰা ।

________ Plays an important role in developing education plans. ( Fill in the blank )

Ans: 


২। 'অনুসন্ধানৰ বাবে গ্ৰহণ কৰা পৰিস্থিতি এটাৰ অৱস্থা সম্পৰ্কে বহল ইংগিত দিয়া কিবা এটাকে সূচক বোলা হয় ।'--- কথাষাৰ কোনে কৈছিল ?

' An indicator should be something giving a broad indication of the state of the situation being investigated'--- Who said this statement ?

Ans :


৩। সূচক মানে কি ?

What is Indicator ?

Ans :


৪। হাৰ কি ?

What is rate ?

Ans :


৫। অনুপাত কি ?

What is Ratio ?

Ans :


৬। শিক্ষাৰ গুণগত উৎকৰ্ষৰ যিকোনো এটা সূচকৰ নাম লিখা ।

Write any one indicator of quality of education.

Ans :


৭। জাতীয় বিকাশত শিক্ষাৰ এটা ভূমিকা উল্লেখ কৰা ।

Mention one role of education in national development.

Ans :


৮। বিশ্বায়ন বুলিলে কি বুজা ?

What is meant by globalisation ?

Ans :


৯। 'Globalize' শব্দৰ অৰ্থ কি ?

 'What is the meaning of 'Globalize' ?

Ans :


১০। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অধ্যক্ষ কোন ?

Who was the chairman of National Knowledge Commission ?

Ans :


১১। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ অধ্যক্ষ কোন ?

Who is the chairman of National  Policy of Education 2020 ?

Ans :


১২। আধুনিকীকৰণ কি ?

What is modernization ?

Ans :


১৩। আধুনিকীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one feature of modernisation.

Ans :


১৪। আধুনিকীকৰণৰ যিকোনো এটা সূচক উল্লেখ কৰা ।

Mention any one indicator of modernisation.

Ans :


১৫। আধুনিকীকৰণৰ সংজ্ঞা দিয়া ।

Define modernisation.

Ans :


II. চমু টোকা লিখা ( Write Short Notes )

১। উত্তম সূচাংকৰ বৈশিষ্ট্য ।

Characteristics of good indicator.

Ans :


২। সূচকৰ প্ৰকাৰ ।

Types of indicator.

Ans :


৩। সামগ্ৰিক নামভৰ্তিৰ অনুপাত ।

Overall enrolment ratio.

Ans :


৪। নামভৰ্তিৰ হাৰ ।

Admission rate.

Ans :


৫। নামভৰ্তিৰ অনুপাত ।

Enrolment Ratio.

Ans :


৬। স্তৰ পৰিৱৰ্তনৰ হাৰ ।

Transition rate.

Ans :


৭। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ।

Rashtriya Uchchatar Shiksha Abhiyan or RUSA.

Ans :


৮। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ, ২০০৫ ।

National Knowledge Commission, 2005.

Ans :


৯। আধুনিকীকৰণৰ ধাৰণা ।

Concept of Modernisation.

Ans : 


১০। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অধ্যক্ষ কোন ?

Who was the chairman of National Knowledge Commission ?

Ans :


১১। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ অধ্যক্ষ কোন ?

Who is the chairman of National Policy of Education 2020 ?

Ans :


১২। আধুনিকীকৰণ কি ?

What is modernization ?

Ans :


১৩। আধুনিকীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one feauture of modernisation.

Ans :


১৪ । আধুনিকীকৰণৰ যিকোনো এটা সূচক উল্লেখ কৰা ।

Mention any one indicator of modernisation.

Ans :


১৫। আধুনিকীকৰণৰ সংজ্ঞা দিয়া ।

Define modernisation.

Ans :


II. চমু টোকা লিখা ( Write Short Notes )

১। উত্তম সূচাংকৰ বৈশিষ্ট্য ।

Characteristics of good indicator.

Ans :


২। সূচকৰ প্ৰকাৰ ।

Types of indicator.

Ans :


৩। সামগ্ৰিক নামভৰ্তিৰ অনুপাত ।

Overall enrolment ratio.

Ans : 


৪। নামভৰ্তিৰ হাৰ ।

Admission rate.

Ans :


৫। নামভৰ্তিৰ অনুপাত ।

Enrolment Ratio.

Ans :


৬। স্তৰ পৰিৱৰ্তনৰ হাৰ ।

Transition rate.

Ans :


৭। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ।

Rashtriya Uchchatar Shiksha Abhiyan or RUSA.

Ans :


৮। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ, ২০০৫ ।

National Knowledge Commission, 2005.

Ans :


৯। আধুনিকীকৰণৰ ধাৰণা ।

Concept of Modernisation.

Ans :


১০। আধুনিকীকৰণৰ প্ৰকৃতি ।

Nature of Modernisation.

Ans :


১১। আধুনিকীকৰণৰ সূচকবোৰ ।

Indications of modernization ?

Ans :


III. দীঘল উত্তৰৰ প্ৰশ্ন ( Questions of Long Answers )

১। সূচকৰ সংজ্ঞা দিয়া । শৈক্ষিক সূচলতা আৰু ব্যাপ্তিৰ জোখ সম্পৰ্কে আলোচনা কৰা । Define Indicators. Discuss about the educational access and coverage .

Ans :


২। উত্তম সূচাংকৰ বৈশিষ্ট্যসমূহ লিখা ।

Write about the characteristics of a good Indicator.

Ans :


৩। শিক্ষাৰ গুণগত উৎকৰ্ষৰ সূচকসমূহ আলোচনা কৰা ।

Discuss the indecators of quality of education.

Ans :


৪। জাতীয় বিকাশত শিক্ষাৰ ভূমিকা আলোচনা কৰা ।

Discuss the role of education in national development.

Ans :


৫। পৰৱৰ্তী বিশ্বায়নৰ যুগত ভাৰতীয় শিক্ষাৰ বৃদ্ধি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা ।

Discuss the growth and development of education in India in the post-globalization era.

Ans :


৬। আধুনিকীকৰণত শিক্ষাৰ ভূমিকা আলোচনা কৰা ।

Discuss the role of education in modernisation.

Ans:

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Post Id: DABP001963