পাঠ-১ 

প্ৰথম শ্ৰেণীৰ পুনৰালোচনা

পখীৰ সভা

১) ছবিখন ছোৱা আৰু কোনবিধৰ কোন পখী সভালৈ আহিছে গণনা কৰি খালী ঘৰত লিখা

কপৌ一 ২ জনী।

চিলনী一 ৩ জনী।

ভাটৌ一 ৩ জনী।  

ম'ৰা 一 ১ জনী।

শালিকা一 ৪ জনী।

কাউৰী一 ৫ জনী।

বগলী一 ৬ জনা।

২) 'পখীৰ সভা' ছবিখন চাই কোৱা আৰু খালী ঠাইত লিখা-

★ কেই বিধ পখী সভালৈ আহিছে?

উত্তৰঃ ৭ বিধ পখী সভালৈ আহিছে।

★কোনবিধ পখী আটাইতকৈ বেছি আৰু কেইটা আছে?

উত্তৰঃ বগলী সংখ্য়া আটাইতকৈ বেছি, আৰু ৬ জনী আছে।

★কোনবিধ পখী আটাইতকৈ কম আৰু কেইটা আছে?

উত্তৰঃ ম'ৰা চৰাই আটাইতকৈ কম, আৰু ১ জনী আছে।

★কাউৰী আৰু বগলী মুঠ সংখ্য় কিমান?

উত্তৰঃ কাউৰী আৰু বগলী মুঠ সংখ্য় ১১ জনী।

★বগলীৰ সংখ্য়া ভাটৌ সংখ্য়াতকৈ কিমান বেছি?

উত্তৰঃ ভাটৌ সংখ্য়াতকৈ বগলীৰ সংখ্য়া ৩ বেছি।

★ পখীৰ মুঠ সংখ্য়া লিখা?

উত্তৰঃ পখীৰ মুঠ সংখ্য়া ২৪ জনী।

★ চিলনী আৰু শালিকাৰ মাজত কোনবিধ চৰাই সৰু?

উত্তৰঃ চিলনী আৰু শালিকাৰ মাজত শালিকা সৰু।

★ ময়ূৰ চৰাই পাখীত চকৰী কেইটা আছে?

উত্তৰঃ ময়ূৰ চৰাই পাখীত চকৰী ২৬ টা আছে।

৩) তলৰ ছবিত এটা উদাহৰণ দিয়া হৈছে।

সেইদৰে তলত দিয়া সংখ্য়াবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই বহুওৱা।

উদাহৰণ一 ২৯, ৩৫, ২৭, ৩৯, ৩১

                    ২৭, ২৯, ৩১, ৩৫, ৩৯।

一 ৫৮, ৬৬, ৪৭, ৫৪, ৬৮

উঃ ৪৭, ৫৪, ৫৮, ৬৬, ৬৮

一 ৫০, ৪১, ৭৯, ৯২, ৮৪, ৭২, ৭০

উঃ ৪১, ৫০, ৭০,৭২, ৭৯, ৮৪, ৯২

一 ৩০, ৫০, ২০, ৯০, ৭০

উঃ ২০,৩০, ৫০, ৭০, ৯০

৪) খালী ঘৰবোৰ আগৰ, পাছৰ বা মাজৰ সংখ্য়াৰে পূৰ কৰা।

আগৰ      পাছৰ

৩৭            ৩৮

                  ৬০            

                  ৭৭


 উঃ          আগৰ      পাছৰ

                 ৩৭            ৩৮

                 ৭৯            ৬০            

                 ৭৬             ৭৭

                

     আগৰ       পাছৰ               

     ১৩                ১৪

     ১৮                

    ১৬

উঃ      আগৰ       পাছৰ               

             ১৩                ১৪

             ১৮              ১৯  

            ১৬               ১৭

আগৰ      মাজৰ    পাছৰ 

৪৯            ৪০            ৪১

৫৪                            ৫৬

৯৭                            ৯৯

উঃ আগৰ      মাজৰ    পাছৰ 

        ৪৯            ৪০            ৪১

        ৫৪           ৫৫           ৫৬

        ৯৭           ৯৮            ৯৯

৫) খালী ঘৰবোৰ ক্ৰমিক সংখ্য়াৰে পূৰ কৰা।

উত্তৰঃ 

২১, ২২,২৩, ২৪, ২৫, ২৬, ২৭,২৮, ২৯, ৩০

৩৬, ৩৭, ৩৮, ৩৯, ৪০, ৪১, ৪২, ৪৩, ৪৪, ৪৫

৪২, ৪৩, ৪৪, ৪৫, ৪৬, ৪৭, ৪৮, ৪৯, ৫০, ৫১

৫৩,৫৪,৫৫, ৫৬, ৫৭, ৫৮, ৫৯, ৬০, ৬১, ৬২

৬৫, ৬৬, ৬৭, ৬৮, ৬৯, ৭০, ৭১, ৭২, ৭৩, ৭৪

৭৬, ৭৭, ৭৮, ৭৯, ৮০, ৮১, ৮২, ৮৩, ৮৪, ৮৫, 

৬) যোগ কৰা 

ক)    ১৭                খ)    ১ ৮            গ)  ১৬            ঘ)   ৩২

       +১২                   +   ১ ০               +  ২২                +৩৩ 

        ২৯                        ২৮                ৩৮                      ৬২


ঙ)  ২৫               চ)  ৩৮            ছ) ৪৬            জ) ৬২

     +২৪                    +২১               +৩২                 +১৫ 

       ৪৯                    ৫৯                    ৭৮                  ৭৭

৭) বিয়োগ কৰা-

ক) ৫৬           খ)  ৬৪         গ) ৭৭            ঘ) ৮৮

     -৩৩               -  ৪০           -৩৪                 ৫৪ 

       ২৩                 ২৪              ৪৩                 ৩৪

ঙ) ৪২- ২= ৪০    চ) ৬৩-১৩= ৫০      ছ) ৭৫-২০ = ৫৫

৭) তলৰ সমস্য়াবোৰ সমাধান কৰা 

✶ ৰীমাৰ ঘৰৰ পাচলি বাগিছা খনত ৩২ টা বন্ধা কবি আৰু ৪৬ টা ফুলকবি আছে। বাগিছাখনত মুঠতে কেইটা ফুলকবি আছে?

উত্তৰঃ বাগিছাখনত মুঠতে ৭৮টা ফুল কবি আছে।

✶ ডেভিদৰ দেউতাকে ২৪ টা কণী বজাৰৰ পৰা কিনি আনিছিল। তাৰে ১৪ টা বেয়া ওলাল। কেইটা কণী ভাল ওলাল?

উত্তৰঃ কণী কেইটা ভিতৰত ১০ টা কণী ভাল ওলাল।

✶এটা খৰাহীত ২৮ টা আম আৰু আন এটা খৰাহীত ৩১ টা আম আছে। খৰাহী দুটাট মুঠতে কেইটা আম আছে?

উত্তৰঃ খৰাহী দুটাত মুঠতে ৫৯ টা আম আছে।

✶ তোমালোকৰ বিদ্য়ালয়খনৰ  ফুলনিত ৩২ জোপা গোলাপ ফুল আৰু ২৫ জোপা তগৰ ফুলৰ গছ আছে। ফুলনিত মুঠতে কেইজোপা গছৰ ফুল আছে?

উত্তৰঃ ফুলনিত মুঠতে ৪৭ জোপা ফুলৰ গছ আছে। 

✶ ফৰীদহঁতৰ গছৰ নাৰিকল গছত ৬৫ টা নাৰিকল আছিল। তাৰে ৫০ টা নাৰিকল তেওঁলোকে বেচিলে।এতিয়া মুটতে নাৰিকল কেইটা থাকিল?

 উত্তৰঃ এতিয়া মুঠতে নাৰিকল ১৫ টা থাকিল।

✶ তুমি ১২ টকা মূল্য়ৰ এখন চিলা, ১০ টকাৰ  মূল্য়ৰ এটা কলম আৰু ২৫ টকাৰ মূল্য়ৰ একন কিতাপ কিনিলা। তোমাৰ কিমান টকা খৰচ হ'ল?

উত্তৰঃ মোৰ মুঠতে ৪৭ টকা খৰচ হ'ল।

✶ তোমাৰ হাতত ৯০ টকা আছে। তুমি তাৰে ৩০ টকাৰ মূল্য়ৰ ঘড়ী কিনিলা। এতিয়া তোমাৰ হাতত কিমান টকা থাকিল?

উত্তৰঃ এটা ঘড়ী কিনাৰ পাছত মোৰ হাতত ৬০ থাকিল।

২০ টকা হবলৈ

🔹 ১ টকাৰ কিমানটা মুদ্ৰা লাগিব?

উত্তৰঃ ২০ টা মুদ্ৰা লাগিব।

🔹২ টকাৰ কিমানটা মুদ্ৰা লাগিব?

উত্তৰঃ ১০ টা মুদ্ৰা লাগিব।

🔹 ৫ টকাৰ কিমানটা মুদ্ৰা লাগিব?

উত্তৰঃ ৪ টা মুদ্ৰা লাগিব।

🔹১০ টকাৰ কিমানটা মুদ্ৰা লাগিব।

উত্তৰঃ ২ মুদ্ৰা লাগিব।

⭐জুখি চাই খালী ঠাইত লিখা।

 🔹 তুমি বহা বেঞ্চখন কিমান দীঘল তোমাৰ হাতেৰে জোখা।                হাত

উত্তৰঃ তোমালোকে নিজে বহা বেঞ্চৰ জোখ দিবা।

🔹তোমাৰ গণিতৰ কিতাপখন কিমান দীঘল কিমান  বহল আঙুলিৰে জুখি চোৱা।               আঙুল দীঘল               আঙুল বহল।

উত্তৰঃ তোমালোকে নিজে কৰিবা 

⭐ তোমালোকৰ শ্ৰেণীত আম, মধুৰীআম, কঠাল খাই ভালপোৱা ল'ৰা ছোৱালীৰ সংখ্য়া জানি লৈ তালিকা কৰা।

উত্তৰঃ তোমালোকে নিজৰ শ্ৰেণী সহপাঠী সৈতে কৰিবা । তলৰ উদাহৰণটো চাবা আৰু কৰিবলৈ চেষ্টা  কৰিবা।

আম一        ৬

মধুৰীআম一 ৪

কঠাল一     ৫

⭐ ওপৰৰ তালিকাখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

🔹 কোনবিধ ফল বেছি ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পায় ?

উত্তৰঃ আম বেছি ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পায়।

🔹কোনবিধ ফল আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পায়?

উত্তৰঃ মধুৰীআম আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে খাই ভাল পায়।

🔹মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আম আৰু মধুৰীআম   খাই বাল পায়?

উত্তৰঃ মুঠ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আম আৰু মধুৰীআম খাই ভাল পায়।

⭐ তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা।ট

উত্তৰঃ তোমালোকে নিজে কৰিবা।

⭐খালী ঘৰত সংখ্য়া লিখি চানেকিবোৰ সম্পূৰ্ণ কৰা।

উত্তৰঃ 

২, ৪, ৬, ৮, ১০, ১২, ১৪, ১৬, ১৮, ২০, ২২, ২৪, ২৬

৩, ৬, ৯, ১২, ১৫, ১৮, ২১, ২৪, ২৭, ৩০, ৩৩, ৩৬, ৩৯,

৪, ৯, ১৪, ১৯, ২৪,  ২৯, ৩৪, ৩৯, ৪৪, ৪৯, ৫৪, ৫৯, ৬৪ 


Post ID: DABP002181