প্ৰশ্নঃ
মৌৰূপাহঁতে আচাৰ্যসকলৰ লগত গুৱাহাটীৰ চিৰিয়াখানা চাবলৈ গ'ল। চিৰিয়াখানাত বিভিন্ন ধৰণৰ জন্তু আৰু চৰাই দেখিবলৈ পালে।
%20RJAS.jpg) |
চিৰিয়াখানাৰ চিত্ৰ |
চিৰিয়াখানাত দেখিবলৈ পোৱা জন্তুৰ সংখ্য়া তলৰ তালিখনত লিখা।
জন্তুৰ নাম | জন্তুৰ সংখ্য়া (প্ৰতিবিধৰ কিমানটাকৈ আছে) |
জিৰাফ | ৪ |
সিংহ | ৫ |
বাঘ | ৫ |
বান্দৰ | ১৪ |
হাতী | ৬ |
হৰিণ | ১০ |
গাহৰি | ৮ |
তালিকাখনৰ পৰা উত্তৰ লিখা ঃ
উত্তৰঃ ক) বান্দৰ আটাইতকৈ বেছি আছে।
খ) জিৰাফ আটাইতকৈ কম আছে।
গ) হৰিণ তকৈ বান্দৰ বেছিকৈ আছে।
ঘ) ১০ টাতকৈ বেছি থকা জন্তুবোৰ হ'ল বান্দৰ।
প্ৰশ্নঃ
তোমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰিয় ৰং কোনটো সুধি লোৱা। তলৰ তালিকাখন পূৰ্ণ কৰা। দাগ চিহ্ন ব্য়ৱহাৰ কৰিবা। এজন এজনকৈ ছাত্ৰ-ছাত্ৰীক প্ৰিয় ৰংটো সুধি লবা আৰু দাগচিহ্ন দি যাবা।
প্ৰিয় ৰংৰ নাম | দাগ চিহ্ন | ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া |
সেউজীয়া | | |
ৰঙা | | |
গুলপীয়া | | |
হালধীয়া | | |
কমলা | | |
বেছি সংখ্য়ক ছাত্ৰ-ছাত্ৰীৰ কোনটো ৰং প্ৰিয় _______________ ।
উত্তৰঃ নিজে কৰা।
প্ৰশ্নঃ
তোমাৰ শ্ৰেণীত ৩০ জন ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ তেজৰ গ্ৰুপ তলত দেখুওৱা ধৰণৰ-
A A B O AB O
O O A B O AB
AB B A O B B
A AB O A B O
O A B A B B
তলৰ তালিকাখন পূৰ কৰা -
উত্তৰঃ
প্ৰশ্ন ঃ এখন নিকেতনত ছাত্ৰ-ছাত্ৰীৰ এটা দিনৰ উপস্থিতিৰ সংখ্য়া তলৰ তালিকাত দিয়া আছে।
ক) নিকেতন খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান ?
উত্তৰঃ নিকেতন খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ১৫২ জন।
খ) উক্ত দিনা মুঠ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান ?
উত্তৰঃ উক্ত দিনা মুঠ উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ১৩৭ জন।
গ) আটাইতকৈ বেছি সংখ্য়ক অনুপস্থিত থকা শ্ৰেণীটো কি ?
উত্তৰঃ আটাইতকৈ বেছি সংখ্য়াক অনুপস্থিত থকা শ্ৰেণীটো হ'ল ৫ ম শ্ৰেণী।
ঘ) কোনটো শ্ৰেণীত আটাইতকৈ কম সংখ্য়ক ছাত্ৰ-ছাত্ৰী অনুপস্থিত আছে ?
উত্তৰঃ ২য় শ্ৰেণী।
ঙ) অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিহ্নিত চিত্ৰ ☺অংকন কৰা।
Type- Rajashri Bora
Post ID : DABP004562