শিক্ষা আৰু মানসিক স্বাস্থ্য়

তৃতীয় অধ্য়ায়

প্ৰশ্নাৱলী 

(I) অতি চমু প্ৰশ্ন (Very short question)

১। সুস্থ মানসিক স্বাস্থ্য়ৰ এটা নীতি লিখা।

Write one principle of good mental health.

উত্তৰঃ


২। নিজৰ লগত কৰা সমাযোজন নীতিৰ প্ৰধান উদ্দেশ্য় কি? 

What is the main objective of the principle seeking adjustment with one's self.

উত্তৰঃ


৩। পৰিৱেশৰ লগত কৰা সমাযোজন নীতিৰ প্ৰধান উদ্দেশ্যটো লিখা। 

Write the main objective of the principle seeking adjustment with environment.

উত্তৰঃ


৪। ‘গৃহই হ'ল শিক্ষাৰ প্ৰকৃত আৰম্ভণি বিন্দু' কথাষাৰ কোনে কৈছিল?

'Home is a original starting point of education' - who said this statment? 

উত্তৰঃ


৫। শিশুৰ মানসিক স্বাস্থ্য বিকাশত ঘৰখনৰ এটা অৱদান উল্লেখ কৰা। 

Mention one contribution of home in the development of mental health of a child.

উত্তৰঃ


৬। শিশুৰ মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰা দায়িত্ব এটা লিখা।

 Write one responsibility of school for the development of mental health of a child.

উত্তৰঃ


৭। ভাল বিদ্যালয় পৰিৱেশৰ যিকোনো এটা বৈশিষ্ট্য লিখা।

Write any one characteristic of good school environment.

উত্তৰঃ


৮। মানসিক স্বাস্থ্যৰ উপাদান হিচাপে সমাজৰ যিকোনো এটা ভূমিকা উল্লেখ কৰা। 

Mention any one role of society as the factor of mental health.

উত্তৰঃ


৯। হতাশগ্রস্ততাৰ যিকোনো এটা কাৰণ লিখা।

Write any one cause of frustration. 

উত্তৰঃ


১০। সংঘাতৰ এটা কাৰণ উল্লেখ কৰা।

Mention one cause of conflic.

উত্তৰঃ


১১। মানসিক স্বাস্থ্যৰ বিকাশৰ বাবে ঘৰে সম্পাদন কৰা এটা কাৰ্য উল্লেখ কৰা।

 Mention one function performed by home for development of mental health.

উত্তৰঃ


১২। সুস্থ গৃহ পৰিৱেশৰ এটা দৈহিক বা বৈষয়িক গুণ উল্লেখ কৰা। 

Mention one physical quality of healthy home environment.

উত্তৰঃ


১৩। সুস্থ গৃহ পৰিৱেশৰ এটা সামাজিক গুণ উল্লেখ কৰা।

 Mention one social quality of healthy home environment.

উত্তৰঃ


১৪। শিশু পালন অনুশীলন কি?

What is child rearing practice? 

উত্তৰঃ


১৫। শিশুৰ যতন কি?

What is Child Care?

উত্তৰঃ


১৬। শিশুৰ অনুশাসন কি?

What is child discipline?

উত্তৰঃ


১৭। ব্যক্তিত্বৰ বিকাশৰ বাবে গৃহৰ এটা কাৰ্য উল্লেখ কৰা।

 Mention one function of home for mental health.

উত্তৰঃ


১৮। ব্যক্তিত্বৰ বিকাশৰ বাবে বিদ্যালয়ৰ এটা কাৰ্য উল্লেখ কৰা। 

Mention one function of school for mental health.

উত্তৰঃ


১৯। বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ল'বলগীয়া যিকোনো এটা ব্যৱস্থা উল্লেখ কৰা। 

Mention any one provision for keeping mental health in school. 

উত্তৰঃ


২০। শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্যৰ যিকোনো এটা বৈশিষ্ট্য লিখা।

Write any one characteristic of mentally healthy of teacher.

উত্তৰঃ


২১। শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষাৰ যিকোনো এটা ব্যৱস্থা উল্লেখ কৰা। 

Mention any one provision for keeping mental health of teacher.

উত্তৰঃ


২২। ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিক্ষকে ল'বলগীয়া এটা ব্যৱস্থা লিখা। 

Write one provision for keeping mental health of students by the teacher.

উত্তৰঃ


২৩। সমাজৰ মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যৱস্থা উল্লেখ কৰা। 

Mention any one provision of keeping mental health of society

উত্তৰঃ


(II) চমু টোকা লিখা (Write short notes)

১। নিজৰ লগত কৰা সমাযোজনৰ নীতি

Principles seeking adjustment with one's self.

উত্তৰঃ


২। পৰিৱেশৰ লগত কৰা সমাযোজন নীতি

 Principles seeking adjustment with environment.

উত্তৰঃ


৩। ঘৰ আৰু মানসিক স্বাস্থ্য

 Home and mental health

উত্তৰঃ


৪। বিদ্যালয় আৰু মানসিক স্বাস্থ্য

 School and mental health

উত্তৰঃ


৫। সমাজ আৰু মানসিক স্বাস্থ্য

 Society and mental health

উত্তৰঃ


৬। হতাশগ্রস্ততাৰ কাৰণ 

Causes of frustration

উত্তৰঃ


৭। সংঘাতৰ কাৰণ 

Causes of conflict

উত্তৰঃ 


৮। সুস্থ গৃহ পৰিৱেশৰ গুণবোৰ 

Qualities of healthy home environment.

উত্তৰঃ


৯। শিশু পালন অনুশীলনী

Child Rearing Practice 

উত্তৰঃ


১০। শিশু পালন অনুশীলন আৰু পৰিৱেশ 

Child Rearing practices and environment 

উত্তৰঃ


১১। শিশু অনুশীলনী 

 Child care 

উত্তৰঃ 


১২। শিশু অনুশাসন 

Child discipline.

উত্তৰঃ


১৩। ব্য়ক্তিত্বৰ বিকাশ আৰু ঘৰ

Personality development and home. 

উত্তৰঃ 


১৪। ব্য়ক্তিত্বৰ বিকাশ আৰু বিদ্য়ালয় 

Personality development and School 

উত্তৰঃ


১৫। মানসিক স্বাস্থ্য়ৰ বিপদসংকুলতা

Mental health hazards

উত্তৰঃ


১৬। শিক্ষকৰ আৰু মানসিক স্বাস্ত্য়ৰ বৈশিষ্ট্য়

Characteristics of mentally health teacher 

উত্তৰঃ


১৭। শিক্ষক আৰু মানসিক স্বাস্থ্য় 

Teacher and mental health 

উত্তৰঃ


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Question of Long Answer)

 ১। সুস্থ মানসিক স্বাস্থ্য় বুলিলে কি বুজা? সুস্থ মানসিক স্বাস্থ্য়ৰ নীতিসমূহ আলোচনা কৰা। 

What is meant by good mental health? Discuss the principle of good mental heath. 

উত্তৰঃ 


২। শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশত ঘৰৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা।

Explain the role of home in the development of mental health of children.

উত্তৰঃ 


৩। ‘বিদ্যালয় হ'ল শিশুৰ সুস্থ মানসিক স্বাস্থ্য বিকাশৰ প্ৰধান উপাদান'----যুক্তিৰে ব্যাখ্যা কৰা।

'School is the main factor of the development of childs good mental health'----- Explain with reason. -

উত্তৰঃ 


৪। শিশুৰ মানসিক স্বাস্থ্য গঠনত সমাজৰ ভূমিকা সম্পর্কে বহলাই লিখা।

 Write elaborately about the role of society in the development by child's mental health.

উত্তৰঃ 


৫। মানসিক স্বাস্থ্যৰ বিকাশত ঘৰৰ ভূমিকা বৰ্ণনা কৰা।

Describe the role of home in development of mental health. 

উত্তৰঃ 


৬। শিশু পালন অনুশীলনে মানসিক স্বাস্থ্য কেনেকৈ বিকশাই তোলে বৰ্ণনা কৰা।

Describe how child rearing practices develop mental health.

উত্তৰঃ 


৭। ব্যক্তিত্ব বিকাশ আৰু মানসিক স্বাস্থ্যৰ ওপৰত এখন ৰচনা লিখা। 

Write an essay on personality development and mental health.

উত্তৰঃ 


৮। বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ ব্যাখ্যা কৰা। 

Explain the provisions for keeping mental health of school.

উত্তৰঃ 


৯। শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো উচিত লিখা। 

Write about the provisions should be taken for keeping good mental health of teachers.

উত্তৰঃ 


১০। “ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাটো প্ৰত্যেক শিক্ষকৰে কৰ্তব্য” ---এই প্ৰসংগত ল'বলগীয়া ব্যৱস্থাবোৰ বৰ্ণনা কৰা।

"Teachers are responsible for keeping good mental health of students." ----Describe the provisions should be taken in this regard.

উত্তৰঃ 


১১। সমাজত মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে? তোমাৰ নিজৰ ভাষাৰে উত্তৰ লিখা। 

What type of provisions should be adopted for keeping mental health in society? Answer it in your own words.

উত্তৰঃ 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Question Type Bikash Bora  




Post ID: DABP001997