Chapter- 5 

শিক্ষা আৰু ৰাজনৈতিক সজাগতাৰ বিকাশ


প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very Short Answer)

১। গণতন্ত্ৰৰ ব্য়ুৎপত্তিগত অৰ্থ লিখা।

Write the derivative meaning of democracy.

Ans-


২। গণতন্ত্ৰ মানে কি?

What is democracy.

Ans-


৩। গণতান্ত্ৰিক শিক্ষা কি ?

What is democratic education?

Ans-


৪। গণতান্ত্ৰিক শিক্ষাৰ এটা বৈশিষ্ট্য় লিখা।

Write one characteristics of democratic education.

Ans-


৫। জনশিক্ষা কি ?

What is mass education?

Ans-


৬। হিউৰিষ্টিক শব্দৰ অৰ্থ কি ?

What is the meaning of the tern 'Heuristic'?

Ans-


৭। ডাল্টন আচঁনিৰ সৃষ্টিকৰ্তা কোন?

Who is the creator of Dalton Plan?

Ans-


৮। সংহতিপূৰ্ণ পাঠ্য়ক্ৰম কি ?

What is integrated curriculum?

Ans-


৯। আত্ম-অনুশাসন কি ?

What is self-discipline?

Ans-


১০। শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম মূল মাধ্য়ম কি ?

What is the main Agency of curriculum in child centred education?

Ans-


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long answer)

১। ৰাজনৈতিক সচেতনতা মানে কি ? ৰাজনৈতিক সচেতনতা বা সক্ৰিয়তা সৃষ্টিৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা লিখা।

What is meant by political awareness? Write briefly the role of education in creating polit ical awareness.

Ans-


২। ৰাজনৈতিক সচেতনতাৰ ক্ষেত্ৰত মাধ্য়মিক শিক্ষাৰ ভূমিকা উল্লেখ কৰা।

Mention the political awareness of secondary education.

Ans-


৩। উচ্চ শিক্ষা আৰু ৰাজনৈতিক সক্ৰিয়তাৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

Write briefly the relation between Higher education and Political awareness.

Ans-


৪। ছাত্ৰৰ ৰাজনীতিৰ বিষয়ে বহলাই আলোচনা কৰা।

Descuss about students political

Ans-


৫। ছাত্ৰ ৰাজনীতি আৰু শৈক্ষিক অনুষ্ঠানৰ মাজৰ সম্পৰ্কৰ বিষয়ে বহলাই লিখা।

Explain the relation between student politics and educational institutions.

Ans-


৬। উন্নত আৰু উন্নয়নশীল দেশত ছাত্ৰ ৰাজনীতিৰ পাৰ্থক্য় উল্লেখ কৰা।

Mention the difference between developed and developing country.

Ans-


৭। এখন দেশত ৰাজনৈতিক-সামাজিক পৰিবৰ্তনত ছাত্ৰৰ ৰাজনীতিৰ ভূমিকা লিখা।

Illustrate the role of students politics in changing the socio political system of a country.

Ans-


৮। ছাত্ৰ সংগঠন বুলিলে কি বুজা যায়। শিক্ষানুষ্ঠানত ছাত্ৰ সংগঠনৰ প্ৰয়োজনীয়তা সমূহ উল্লেখ কৰা।

What do you mean by students union. Mention the importance of student union.

Ans-


৯। গণতন্ত্ৰৰ প্ৰধান নীতিবোৰ আলোচনা কৰা।

Discuss about the main principles of democracy.

Ans-


১০। গণতান্ত্ৰিক শিক্ষাৰ বৈশিষ্ট্য়বোৰ আলোচনা কৰা।

Discuss the characteristics of democratic education.

Ans-


১১। গণতন্ত্ৰ আৰু জনসাধাৰণৰ শিক্ষাৰ বিষয়ে ৰচনা লিখা।

Write essay about democracy and education of masses.

Ans-


১২। গণতান্ত্ৰিক শিক্ষাত শিশুৰ বিষয়ে লিখা।

Write about the child in democratic education.

Ans-


১৩। গণতন্ত্ৰত শিক্ষক আৰু প্ৰশাসকৰ ভূমিকা বৰ্ণনা কৰা।

Explain the role of teachers and administrators of democracy.

Ans-


১৪। গণতন্ত্ৰৰ শিক্ষাদান পদ্ধতি বৰ্ণনা কৰা।

Explain the teaching method of democracy.

Ans-


১৫। গণতান্ত্ৰিক শিক্ষাৰ পাঠ্য়ক্ৰমৰ বিষয়ে আলোচনা কৰা।

Discuss about the curriculum of democratic education.

Ans-

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Questions Type By- Janmoni Hazarika