মানসিক স্বাস্থ্য় আৰু যোগ  

পঞ্চম অধ্য়ায়

প্রশ্নাৱলী

(I) অতি চমু প্রশ্ন (Very Short Questions )

 ১। যোগ শব্দটো সংস্কৃত মূল শব্দ..............পৰা আহিছে। (খালী ঠাই পূৰণ কৰা) 

The word "Yoga" is originated from the root Sanskrit word...........(Fill up the blank)

উত্তৰঃ


২। যোগ হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ ............।। (খালী ঠাই পূৰণ কৰা) 

"Yoga" is the maintenance of............between the individual soul and universal soul. (Fill up the blanks)

উত্তৰঃ


৩। যোগৰ সংজ্ঞা দিয়া। 

Define Yoga.

উত্তৰঃ


৪। যোগৰ এটা নীতি লিখা। 

Write one principle of Yoga.

উত্তৰঃ


৫। যোগৰ এটা শাৰীৰিক প্ৰয়োজন লিখা। 

Write one physical need of Yoga.

উত্তৰঃ


৬। যোগৰ এটা মানসিক প্রয়োজন লিখা।

Write one mental need of Yoga.

উত্তৰঃ


৭। স্বাস্থ্যৰ এটা যোগিক দিশ লিখা। 

Write one yogic perspective of health. 

উত্তৰঃ


৮। প্ৰাণায়ামৰ এটা উপকাৰিতা লিখা।

Write one usefull ness of pranayam.

উত্তৰঃ


৯। ধ্যানৰ এটা উপকাৰিতা লিখা। 

Write one usefull ness of meditation.

উত্তৰঃ


১০। যোগৰ স্তৰবোৰৰ যিকোনো এটা লিখা।

 Mention one of the stages of meditation.

উত্তৰঃ


(II) চমু টোকা লিখা (Write short notes)

১। যোগৰ ধাৰণা

 Concept of Yoga

উত্তৰঃ


২। যোগৰ লক্ষ্য আৰু উদ্দেশ্য 

Aims and objectives of Yoga

উত্তৰঃ


৩। যোগৰ নীতি 

Principle of Yoga

উত্তৰঃ


৪। বিভিন্ন প্ৰকাৰৰ যোগ 

Diferent types of Yoga.

উত্তৰঃ


৫। ধ্যানৰ প্ৰকাৰবোৰ

Types of meditation.

উত্তৰঃ


৬। শাৰীৰিক সুস্থতাৰ বাবে ধ্যানৰ উপকাৰিতা

Usefulness of meditation for physical health. 

উত্তৰঃ


৭। মানসিক সুস্থতাৰ বাবে ধ্যানৰ উপকাৰিতা।

Usefulness of meditation for mental health.

উত্তৰঃ


৮। প্রাণায়াম

Pranayama

উত্তৰঃ


৯। শাৰীৰিক সুস্থতাৰ বাবে প্ৰাণায়ামৰ উপকাৰিতা 

Benefits of pranayama for physical health.

উত্তৰঃ


১০। মানসিক সুস্থতাৰ বাবে প্ৰাণায়ামৰ উপকাৰিতা 

Benefits of pranayama for mental health.

উত্তৰঃ


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long Answer)

১। যোগৰ ধাৰণা সম্বন্ধে আলোচনা কৰা।

 Discuss the concept of Yoga.

উত্তৰঃ


২। ব্যক্তিত্ব বিকাশৰ এক বৈজ্ঞানিক পদ্ধতি হিচাপে যোগ সম্বন্ধে আলোচনা কৰা। 

Discuss about the Yoga as a scientific method of development of personality.

উত্তৰঃ


৩। শাৰীৰিক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

 Discuss about the need of yoga for physical health.

উত্তৰঃ


৪। মানসিক সুস্থতাৰ বাবে যোগৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। 

Discuss about the need of yoga for mental health.

উত্তৰঃ


৫। যোগিক দৃষ্টিকোণৰ পৰা স্বাস্থ্য, বেমাৰ আৰু নিৰাময়ৰ ধাৰণাবোৰ আলোচনা কৰা। 

Discuss about the health, healing and diseases from yogic perspective.

উত্তৰঃ


৬। সুস্থ-সবল জীৱন যাপনৰ বাবে যোগৰ নীতিবোৰ আলোচনা কৰা। 

Discuss about the yogic principle for healthy living.

উত্তৰঃ


৭। স্বাস্থ্য সঠিক কৰি ৰখাৰ বাবে যোগৰ সুসংগঠিত পদক্ষেপবোৰ আলোচনা কৰা। 

Discuss about the integrated approach of yoga for management of health.

উত্তৰঃ


৮। মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰাণায়ামৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।

 Discuss about the role of pranayama for keeping mental health.

উত্তৰঃ


৯। মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ধ্যানৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।

 Discuss about the role of meditation for keeping mental health.

উত্তৰঃ


১০। যোগৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰা। 

Discuss about the aims and objectives of yoga

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Question Type Bikash Bora 

 Edit By- Mandira Saha 



Post ID:DABP001996