অধ্য়ায় - 10 

অনুশীলনী - 10(A)

1. বছৰি 10% হাৰে 6000 টকাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত        উলিওৱা।

2. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰে 10000 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল     আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।

3. 10000 টকা নূল্য়ৰ টিভি এটা এজন মানুহে এখন দোকানৰ পৰা         মিশ্ৰ সুতত বছৰি 5% সুতৰ হাৰত 3 বছৰৰ অন্তত পৰিশোধ কৰাৰ        চৰ্তত কিনি আনিলে। নিৰ্দিষ্ট সময়ৰ অন্তত মানুহজনে দোকানীক        কিমান টকা দিবলগীয়া হ'ল?

4. 8000 টকাৰ বছৰি 5% সুুতৰ হাৰে 3 সৰল সুত আৰু মিশ্ৰ সুতৰ            পাৰ্থক্য় কিমান হ'ব উলিওৱা।

5. সুত ছমাহৰ মূৰে মূৰে গণনা কৰিলে 12500 টকা বছৰি 12% সুতৰ        হাৰত  বছৰৰ মূৰত কিমান টকা হ'গৈ?

6. সুত চাৰি মাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 15% সুতৰ হাৰে            24000 টকাৰ মিশ্ৰ সুত নিৰ্ণয় কৰা।

7. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰে 20000 টকাৰ  বছৰৰ        সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।

8. ৰক্তিমে তেওঁৰ এজন বন্ধুৰ পৰা 20000 টকা বছৰি 12% সুতৰ হাৰত     সৰল সপতত ধাৰলৈ ল'লে। তেওঁ এই  টকাখিনি অৰ্ণৱক একে সুতৰ     হাৰত মিশ্ৰ সুতত ধাৰলৈ নিলে। 2 বছৰৰ অন্তত অৰ্ণৱৰ এই লেন-        দেনৰ পৰা আয় কিমান হ'ব?

Type - Rajashree Bora