মানসিক স্বাস্থ্য়ৰ বুনিয়াদ

প্ৰথম অধ্য়ায় 

প্রশ্নাৱলী

(I) অতি চমু প্রশ্ন (Very Short Questions ) :

১। মানসিক স্বাস্থ্য কি? 

What is mental health?

উত্তৰঃ


২। WHO ৰ সম্পূৰ্ণ ৰূপটো কি? 

What is the full form of WHO?

উত্তৰঃ


৩। মানসিক স্বাস্থ্যৰ এটা দিশ বৈশিষ্ট্য লিখা।

 Mention one feature of mental health

উত্তৰঃ


৪। মানসিক স্বাস্থ্যৰ এটা দিশ উল্লেখ কৰা।

 Mention one indicator of mental health.

উত্তৰঃ


৫। মানসিকভাৱে সুস্থ ব্যক্তিৰ এটা নির্ণায়ক উল্লেখ কৰা। 

Mention one criteria of mentally healthy person.

উত্তৰঃ


৬। মানসিক স্বাস্থ্যৰ এটা মাত্ৰা উল্লেখ কৰা।

Mention one dimension of mental health.

উত্তৰঃ


৭। বিশ্ব স্বাস্থ্য সংস্থা কোন চনত স্থাপিত হৈছিল?

 In which year, World Health Organisation was established?

উত্তৰঃ


৮। স্বাভাৱিকতাৰ এটা নির্ণায়ক উল্লেখ কৰা।

Mention one criteria of normality.

উত্তৰঃ


৯। অস্বাভাৱিকতা কি? 

What is abnormality?

উত্তৰঃ


১০। অস্বাভাৱিকতাৰ এটা নির্ণায়ক লিখা।

Write one criteria of abnormality.

উত্তৰঃ


১১। এটা মানসিক বিকাৰ উল্লেখ কৰা। 

Mention one psychogenic disorder.

উত্তৰঃ


১২। ICD ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Write the full form of ICD.

উত্তৰঃ


(II) চমুটোকা লিখা (Write short notes) :

১। মানসিক স্বাস্থ্যৰ ধাৰণা

 Concept of mental health

উত্তৰঃ


২। মানসিক স্বাস্থ্যৰ প্ৰকৃতি 

Nature of mental health

উত্তৰঃ


৩। মানসিকভাৱে সুস্থ ব্যক্তিৰ নির্ণায়ক

 Criteria of mentally healthy person

উত্তৰঃ


৪। মানসিক স্বাস্থ্যৰ পৰিসৰ 

Scope of mental health

উত্তৰঃ


৫। মানসিক স্বাস্থ্যৰ মাত্ৰা 

Dimensions of mental health

উত্তৰঃ


৬। স্বাভাৱিকতাৰ নিৰ্ণায়কবোৰ 

Criteria of normality

উত্তৰঃ


৭। অস্বাভাৱিকতাৰ নির্ণায়কবোৰ 

Criteria of abnormality

উত্তৰঃ


৮। মনোদৈহিক বিকাৰ 

Psycho semantic disorder

উত্তৰঃ


৯। ব্যক্তিত্বৰ বিকাৰ

 Personality disorder 

উত্তৰঃ


১০। স্নায়ৱিক বিকাৰ

Neurotic disorder  

উত্তৰঃ


১১। জটিল মানসিক বিকাৰ 

Psychotic disorder

উত্তৰঃ


১২। মানসিকভাৱে সুস্থ ব্যক্তিৰ বৈশিষ্ট্য

 Characteristics of mentally healthy person

উত্তৰঃ


(III) দীঘল প্রশ্ন (Long Questions) :

১। মানসিক স্বাস্থ্য বুলিলে কি বুজা? মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ নির্ণায়কবোৰ লিখা। 

What is meant by mental health? Write the criteria of mentally healthy individual.

উত্তৰঃ


১২। 'মানসিক স্বাস্থ্য অবিহনে কোনো স্বাস্থ্য নাই' বাক্যশাৰী বৰ্ণনা কৰা। 

"No health without mental health' - describe the statement.

উত্তৰঃ


৩। মানসিক স্বাস্থ্যৰ সংজ্ঞা লিখা। এজন মানসিকভাৱে সুস্থ ব্যক্তিৰ বৈশিষ্ট্যবোৰ লিখা।

 Define mental health. Write the characteristics of mentally healthy person.

উত্তৰঃ


 ৪। মানসিক স্বাস্থ্যৰ বিকাশৰ ইতিহাস বৰ্ণনা কৰা।

Describe the history of development of mental health.

উত্তৰঃ


৫। স্বাভাৱিকতা আৰু অস্বাভাৱিকতাৰ নির্ণায়কবোৰ বহলাই লিখা।

 Write elaborately about the criteria of normality and abnormality. 

উত্তৰঃ


৬। অস্বাভাৱিক আচৰণৰ শ্ৰেণীবিভাজন বৰ্ণনা কৰা।

Describe the classification of abnormal behaviour 

উত্তৰঃ


৭। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। 

Discuss the need and importance of mental health.

উত্তৰঃ


৮। মানসিক স্বাস্থ্যৰ পৰিসৰ ব্যাখ্যা কৰা।

 Explain the scope of mental health.


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Edit By- Mandira Saha 


Post ID: DABP001951