গোট ৪

জীৱাত্মাৰ লক্ষ্য

(Individual Destiny)


Short Question/ চমু প্ৰশ্ন ঃ

1. What is the literal meaning of jiva?

জীৱৰ আক্ষৰিক অৰ্থ কি?

Ans-


2. What are the four conditions of Atman or self?

 আত্মাৰ চাৰিটা অৱস্থা কি কি?

Ans-


3. What are the five kosha of jiva?

জীৱত্মাৰ পাঁচটা কোষ কি কি?

Ans-


4. What are annamaya kosha ?

অন্নময় কোষ কাক বোলে?

Ans-


5. What is pranamaya kosha?

প্ৰাণময় কোষ কাক বোলে?

Ans-


6. What are vijnanamaya kosha?

 বিজ্ঞানময় কোষ কাক বোলে?

Ans-


7. What is anandamaya kosha?

আনন্দময় কোষ কাক বোলে?

Ans-


8. What are two path of death ?

মৃত্যুৰ দুটা পথ কি কি?

Ans-


9. What are the three types of moksa, according to Upanishads?

উপনিষদৰ মতে তিনি প্ৰকাৰৰ মোক্ষ কি কি?

Ans-


Broad Question / ৰচনাধৰ্মী প্ৰশ্নঃ

1. Explain the Upanishads doctrine of of Karma and Samsara.

উপনিষদৰ কৰ্ম আৰু সংসৰাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


2. What is Jiva? Explain the Upanisadic concept of Jiva?

জীৱ কাক বোলে? উপনিষদৰ জীৱৰ ধাৰণাটো ব্যাখ্যা কৰা?

Ans-


3. Discuss Upanisadic view of Moksa.

উপনিষদৰ মোক্ষৰ ধাৰণাটো আলোচনা কৰা।

Ans-


4. Write a short note on the karmvada of Upanishads.

উপনিষদৰ কৰ্মবাদৰ ওপৰত এটা টোকা লিখা।

Ans-


5. Explain the Upanisadic doctrine of rebirth.

উপনিষদৰ পুনৰ্জন্মৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


6. What is samsara? Explain the concept of samsara as mentioned in the Upanishads.

সংসাৰ কাক বোলে? উপনিষদত উল্লেখ কৰাৰ দৰে সংসাৰৰ ধাৰণাটোক বৰ্ণনা কৰা।

Ans-


7. What is moksa ? Explain the theory of Moksa of Upanishads.

 মোক্ষ কাক বোলে? উপনিষদৰ মোক্ষৰ তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


8. Discuss Upanisadic view of Jiva and Atman.

উপনিষদৰ জীৱ আৰু আত্মাৰ ধাৰণাটো আলোচনা কৰা।

Ans-



Question Type by-  Parina Hazarika



Post ID: DABP001995