পাঠ-১
খেল খেল নানা খেল
কওঁ আহা।
মই বল খেলোঁ।
১) তুমি কি কি খেল খেলা?
উত্তৰঃমই পাৰ-পানী খেলোঁ।
মই মাৰ্বল খেলোঁ।
মই লুডু খেলোঁ।
২) আ, ব আৰু ৰ আখৰ প্ৰথমতে ক 'ত ক'ত আছে আঁচ টানি মিলোৱা।
বল আপেল
ৰবাৰ আ বেলুন
ব
ৰথ ৰ ৰছী
আইতা বৰশী
উত্তৰ- আ প্ৰথমতে থকা আখৰ হ'ল আপেল, আইতা।
ব প্ৰথমতে থকা আখৰ হ'ল বল , বৰশী, বেলুন।
ৰ প্ৰথমতে থকা আখৰ হ'ল ৰছী, ৰথ, ৰবাৰ
অ,ক, খ আৰু ল আখৰ প্ৰথমতে ক'ত ক'ত আছে বিচাৰি উলিওৱা।
খৰম কলহ
কল অ লাখুটি
ক
অমিতা খ কমলা
ল
লতা খৰাহী।
উত্তৰঃ অ প্ৰথমতে থকা আখৰ হ'ল অমিতা।
ক প্ৰথমতে থকা আখৰ হ'ল কমলা, কলহ, কল।
খ প্ৰথমতে থকা আখৰ হ'ল খৰম, খৰাহী।
ল প্ৰথমতে থকা আখৰ হ'ল লতা, লাখুটি।
লিখা।
অ অ অ অ অ অ অ অ
আ আ আ আ আ আ আ আ
ক ক ক ক ক ক ক ক
খ খ খ খ খ খ খ খ
ব ব ব ব ব ব ব ব
ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰ
ল ল ল ল ল ল ল ল
শব্দ সাজি পঢ়ো আহা
কৰ কৰ কৰক
ব ৰ বৰ বৰক
ল ৰ লৰ লৰক
বল ৰল খবৰ আখল
আকৰ আলৰ আখৰ আকবৰ
বল ল ৰবৰ ল খবৰ কৰ
সোঁফালে থকা প্ৰত্য়েকখন ছবিয়ে কাষত থকা আখৰ বুজাইছে। বাওঁফালৰ ছবিবোৰৰ ঠাইত আখৰ বহুৱালে একোটা শব্দ হ'ব। উদাহৰণত দিয়াৰ দৰে ছবিৰ সলনি আখৰ বহুৱাই শব্দ গঠন কৰোঁ আহা।
উত্তৰঃ কল
বল।
লণ্ডন।
অমিতা।
আজৰি।
ৰচকী।
খবৰ কৰ।
উদাহৰণত দেখুৱাৰ দৰে শব্দ কোৱা
উদাহৰণ一 ব বল বগৰী বগলী।
ক কল কদম কৰক ।
ৰ ৰবৰ ৰল ৰ'দ।
ল ল'ৰা লণ্ডন লতা।
অ অমিতা অখণ্ড অযুগ্ম।
খ খৰাহী খন্তেক খৰম।
আ আম আলহী আখৰ
চিনাকি আখৰত 〇 চিন দিয়া আৰু পঢ়া
উত্তৰঃ তোমালোকে নিজে কৰিবা।
ছবি চাই আমিনাই খালী ঘৰত আখৰ লিখিছে, আমিও লিখোঁ।
বল
বগলী
অজগৰ
লতা
কমলা
খৰাহী
ৰবৰ
EDIT BY: KRISHNA SAIKIA
Post ID: DABP001952