পাঠ-২
২১ ৰ পৰা ৫০ লৈ সংখ্য়া জ্ঞান
⇒ ১ ৰ পৰা ৫০ লৈ সংখ্য়াবোৰ লিখোঁ আহা।
উত্তৰঃ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১ ৩২ ৩৩ ৩৪ ৩৫ ৩৬ ৩৭ ৩৮ ৩৯ ৪০
৪১ ৪২ ৪৩ ৪৪ ৪৫ ৪৬ ৪৭ ৪৮ ৪৯ ৫০
⭐ কোনজন লোকে আটাইতকৈ বেছি পুলি ৰুলে ✔ চিন দিয়া।
লাখু মাংৰা মাঙলু✔ লচমন বুধুৱা
⭐ কোনজন লোকে আটাইতকৈ কম পুলি ৰুলে ✔ চিন দিয়া।
লাখু মাংৰা মাঙলু লচমন বুধুৱা✔
⇒ এখন বিদ্য়ালয়ৰ পাৰ্থনা সভাত প্ৰতিটো শ্ৰেণী কিমান ছাত্ৰ-ছাত্ৰী উপস্তিত আছে ১০ আৰু ১ ৰ সংক্য়াকাৰ্ড ব্য়ৱহাৰ কৰি তলৰ তালিকাত লিকোঁ আহা
শ্ৰেণী সংখ্য়া কাৰ্ড ছাত্ৰ-ছাত্ৰী সংখ্য়া
ক ১০, ১০, ১ ১ ১ ১ = ২৪ দহক -একক
২ ৪
১ ম ১০ ১০ ১০ ১ ১ ১ ১ ১ = ৩৫ দহক-একক
৩ ৫
২য় ১০ ১০ ১০ ১ ১ ১ ১ = ৩৪ দহক-একক
৩ ৪
৩য় ১০ ১০ ১০ = ৩০ দহক-একক
৩ ০
৪ ৰ্থ ১০ ১০ ১০ ১ ১ ১ ১ ১ ১ ১ = ৩৭ দহক-একক
৩ ৭
৫ ম ১০ ১০ ১০ ১ ১ ১ ১ ১ ১ = ৩৬ দহক-একক
৩ ৬
⭐ কোন শ্ৰেণীত কিমান ছাত্ৰ-ছাত্ৰী আছে তলৰ বাকচত লিখা
ক শ্ৰেণী一 ২৪ জন
১ম 一 ৩৫জন
২য় 一 ৩৪ জন
৩য় 一 ৩০ জন
৪ৰ্থ 一 ৩৭ জন
৫ম 一 ৩৬ জন
⭐ কোন শ্ৰেণীত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে ? শ্ৰেণীত
উত্তৰঃ ৪ ৰ্থ শ্ৰেণীত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে
⭐ কোন শ্ৰেণীত আটাইতকৈ কম ছাত্ৰ-ছাত্ৰী আছে ? শ্ৰেণীত
উত্তৰঃ ক শ্ৰেণীত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে
⭐তলৰ সংখ্য়াবোৰ দহক আৰু এককত লিখা।
১৭ দহক- একক
১ ৭
১৯ দহক- একক
১ ৯
২৮ দহক- একক
২ ৮
৩৫ দহক- একক
৩ ৫
৪২ দহক- একক
৪ ২
২৭ দহক- একক
২ ৭
৩৯ দহক- একক
৩ ৯
৪৮ দহক- একক
৪ ৮
৪৫ দহক- একক
৪ ৫
২২ দহক- একক
২ ২
২৬ দহক- একক
২ ৬
১৫ দহক- একক
১ ৫
৫০ দহক- একক
৫ ০
৩২ দহক- একক
৩ ২
৪৩ দহক- একক
৪ ৩
১১ দহক- একক
১ ১
খোলা কাঠী কোৱা আৰু লিখা। ৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ দুই দহ তিনি দহক-একক
২ ৩
৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ দুই দহ ছয় দহক-একক ২ ৬
৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ দুই দহ আঠ দহক-একক ২ ৮ ৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ তিন দহ তিনি দহক-একক ৩ ৩ ৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ চাৰি দহ দুই দহক-একক
৪ ২
৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷ পঞ্চাস দহক-একক
৫ ০
⭐দহৰ মুঠা আৰু খোলা কাঠী গণনা কৰি পঢ়া আৰু লিখা।
|||||||||| ||||||||||| |
২ দহ ১ এক
=২১
|||||||||| ||||||||||| ||
২ দহ ২ এক
= ২২
|||||||||| ||||||||||| |||
২ দহ ৩ এক
=২৩
|||||||||| ||||||||||| ||||
২ দহ ৪ এক
= ২৪
|||||||||| ||||||||||| |||||
২ দহ ৫ এক
= ২৫
|||||||||| ||||||||||| ||||||
২ দহ ৬ এক
= ২৬
|||||||||| ||||||||||| |||||||
২ দহ ৭ এক
= ২৭
|||||||||| ||||||||||| ||||||||
২ দহ ৮ এক
= ২৮
|||||||||| ||||||||||| ||||||||
২ দহ ৯ এক
= ২৯
|||||||||| ||||||||||| |||||||||||
৩ দহ
=৩০
এনেকৈ বাকী তলৰ তালিকা কেইখনো কৰিবা।
⭐ সংখ্য়াবোৰ আখৰেৰে লিখোঁ আহা।
সংখ্য়া আখৰেৰে নিজে লিখা।
২১ একৈছ একৈছ
২২ বাইছ বাইছ
২৩ তেইছ তেইছ
২৪ চৌবিছ চৌবিছ
২৫পঁচিছ পঁচিছ
২৬ছাব্বিছ ছাব্বিছ
২৭সাতাইছ সাতাইছ
২৮আঠাইছ আঠাইছ
২৯ ঊনত্ৰিছ ঊনত্ৰিছ
৩০ ত্ৰিছ ত্ৰিছ
৩১ একত্ৰিছ একত্ৰিছ
৩২ বত্ৰিছ বত্ৰিছ
৩৩ তেত্ৰিছ তেত্ৰিছ
৩৪ চৌত্ৰিছ চৌত্ৰিছ
৩৫পইঁত্ৰিছ পইঁত্ৰিছ
৩৬ছয়ত্ৰিছ ছয়ত্ৰিছ
৩৭ সাতত্ৰিছ সাতত্ৰিছ
৩৮ আঠত্ৰিছ আঠত্ৰিছ
৩৯ ঊনচল্লিছ ঊনচল্লিছ
৪০ চল্লিছ চল্লিছ
৪১একচল্লিছ একচল্লিছ
৪২বিয়াল্লিছ বিয়াল্লিছ
৪৩ তিয়াল্লিছ তিয়াল্লিছ
৪৪চৌচল্লিছ চৌচল্লিছ
৪৫পঞ্চল্লিছ পঞ্চল্লিছ
৪৬ ছয়চল্লিছ ছয়চল্লিছ
৪৭ সাতচল্লিছ সাতচল্লিছ
৪৮ আঠচল্লিছ আঠচল্লিছ
৪৯ ঊনপঞ্চাছ ঊনপঞ্চাছ
৫০ পঞ্চাছ পঞ্চাছ
⇒ তলৰ সংখ্য়া অনুযায়ী আকিঁ থোৱা ১০ ৰ মুঠাৰ লগত কেইডাল খোলা কাঠী লাগিব আঁকি যোৱা
২৪ |||||||||| ||||||||||| ||||
৩৬ |||||||||| ||||||||||| ||||||||||| ||||||
২৮ |||||||||| ||||||||||| ||||||||
৪৩ |||||||||| ||||||||||| ||||||||||| ||||||||||| |||
⇒ সংখ্য়া বহলাই লিখোঁ আহা।
উত্তৰঃ
২৩一 ২ দহ ৩ ১৮一 ১ দহ ৮
৩২一 ৩ দহ ২ ২৯一২ দহ ৯
২৪一 ২ দহ ৪ ৩৭一 ৩ দহ ৭
৩৩一 ৩ দহ ৩ ৩৪一 ৩ দহ ৪
⇒সংখ্য়া লিখা
১ দহ ৫一 ১৫ ২ দহ ২一 ২২
৩ দহ ২一 ৩২ ৪দহ ২一৪২
১দহ৮一 ১৮ ২ দহ ৩一২৩
৪দহ ৩一 ৪৩ ৪ দহ ৯一৪৯
⇒ কেই দহ আছে লিখা
||||||||||| ১ দহ |||||||||| ||||||||||| ২ দহ
|||||||||| ||||||||||| ||||||||||| ৩ দহ ||||||||| ||||||||||| ||||||||||| ||||||||||| ৪ দহ
|||||||||| ||||||||||| ||||||||||| ||||||||||| ||||||||||| ৫ দহ
||||||||||| || দহ এক
১ ২ ১দহ ২
||||||||| |||||||||| দহ এক
১ ৯ ১ দহ৯
|||||||||| ||||||||||| |||| দহ এক
২ ৪ ২ দহ ৯
|||||||||| ||||||||||| ||||||| দহ এক
২ ৭ ২দহ ৭
||||||||||| ||||||||||| ||||||||||| ||| দহ এক
৩ ৩ ৩ দহ ৩
||||||||||| ||||||||||| |||||||||| ||||||||||| | দহ এক
৪ ১ ৪ দহ ১
|||||||||| ||||||||||| ||||||||||| |||||||||| ||||| দহ এক
৪ ৫ ৪ দহ৫
⇒শলাৰ মণি চাই সংখ্য়া লিখোঁ আহা ।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⇒সংখ্য়া চাই শলাত মণি ভঁৰোৱা
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⇒১ৰ পৰা ৫০ লৈ সংখ্য়াবোৰ কৈ যোৱা আৰু খালী ঘৰবোৰত লিকি যোৱা।
উত্তৰঃ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৭ ২৯ ৩০
৩১ ৩২ ৩৩ ৩৪ ৩৫ ৩৬ ৩৭ ৩৮ ৩৯ ৪০
৪১ ৪২ ৪৩ ৪৪ ৪৫ ৪৬ ৪৭ ৪৮ ৪৯ ৫০
⇒ তলত দিয়া অংকবোৰেৰে সাজিব পৰা সংখ্য়াবোৰ লিখা।
অংক সংখ্য়াবোৰ অংক সংখ্য়াবোৰ
২ ,৪ ২৪, ৪২ ৩, ২ ৩২, ২৩
৩, ১ ৩১, ১৩ ৩, ৪ ৩৪ , ৪৩
২, ৩ ২৩, ৩২ ৪, ৩ ৪৩ ৩৪
৩, ৩ ৩৩, ৩৩ ১, ৪ ১৪ ৪১
২, ১ ২১, ১২ ৪, ৪ ৪৪ ৪৪
⇒প্ৰতিটো যোৰৰ ডাঙৰ সংখ্য়াটোত ✔ চিন দিয়া।
(ক) ১৯, ২১✔ (খ) ২৬, ৩৭✔ (গ) ৩২, ৩৪✔ (ঘ) ৩৮, ৪৭ ✔
(ঙ) ৩৩✔ , ২৩ (চ) ৪০✔ , ৩০
⇒প্ৰতিটো যোৰৰ সৰু সংখ্য়াটোত ✔ চিন দিয়া।
(ক) ২৫✔ ৩৩ (খ) ৩৩ ৩১✔ (গ) ১৬✔ ২১ (ঘ) ৪৪ ৪২✔ (ঙ) ১৩✔ ৩১
(চ) ৪০✔ ৪৫
⇒ক্ৰম অনুসৰি বিন্দুৰ লগ লগোৱা আৰু কি পালা কোৱা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⇒তলত দিয়া সংখ্য়াবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই খালী বাকচত ভৰোৱা।
৩০, ৫০. ২০, ৪০, 👉 ২০, ৩০, ৪০, ৫০
২৭, ২১, ২৪, ২৮ 👉 ২১, ২৪, ২৭, ২৮
৪৯, ৪১, ৪২, ৪৫ 👉 ৪১, ৪২, ৪৫, ৪৯
৩৭, ১৭, ২৭, ৪৭, 👉 ১৭, ২৭, ৩৭, ৪৭,
৩৯, ৪৯, ২৮, ৪৩ 👉 ২৮, ৩৯, ৪৩, ৪৯
৪১, ৩৯, ৩৭, ৩৩ 👉 ৩৩, ৩৭, ৩৯, ৪১
৩২, ৩১, ১৩, ২৩ 👉 ১৩, ২৩, ৩১, ৩২
⇒ পিছৰ সংখ্য়াতো লিখোঁ আহা।
৪২→ ৪৩ ৩৭→৩৮ ৩৩→৩৪
২৫→২৬ ৪১→৪২ ২৮→২৯
৩৫→৩৬ ৩১→৩২ ৪৮→৪৯
২৯→ ৪০ ৩৯→৪০ ৪৯→৫০
⇒ আগৰ সংখ্য়াটো লিখো আহা।
৪৬ ← ৪৭ ১৫←১৬ ২৮←২৯
২১ ← ২২ ৩৭←৩৮ ৩৪←৩৫
৩৭← ৩৮ ২৭← ২৮ ৪৪←৪৫
২৯ ← ৩০ ৩৯ ← ৪০ ৪৯←৫০
সংখ্য়াৰ লগত না বোৰ মিলোৱা।
৪৬ পঁচিছ উত্তৰঃ ৪৬ ছয়চল্লিছ
৪০ পইত্ৰিছ ৪০ চল্লিছ
৩১ চল্লিছ ৩১ একত্ৰিছ
৩৫ একত্ৰিছ ৩৫ পইত্ৰিছ
২৫ ছয়চল্লিছ ২৫ পঁচিছ
একৈছ ৩০ উত্তৰঃ একৈছ ৩০
বিয়াল্লিছ ২১ বিয়াল্লিছ ২১
তেত্ৰিছ ৪২ তেত্ৰিছ ৪২
ত্ৰিছ ৫০ ত্ৰিছ ৫০
পঞ্চাছ ৩৩ পঞ্চাছ ৩৩
⇒ তলৰ সংখ্য়াবোৰ আখৰেৰে লিখা।
সংখ্য়া আখৰেৰে সংখ্য়া আখৰেৰে
২৬ ছব্বিছ ৪১ একচল্লিছ
১৯ ঊন্নৈশ ৪৩ ত্ৰিয়াল্লিছ
৩১ একত্ৰিছ ৪৫ পঞ্চল্লিছ
৩৪ চৌত্ৰিছ ৪৯ ঊনাপঞ্চাছ
৩৮ আঠত্ৰিছ ৫০ পঞ্চাছ
২৮ আঠাইছ ৩৭ সাতত্ৰিছ
২৪ চৌবিছ ৪৮ আঠচল্লিছ
৩২ বট্টিছ ৪৪ চৌৰাল্লিছ
⇒বিদ্য়ালয় সপ্তাহৰ দৌৰ প্ৰতিযোগিতা
দৌৰ প্ৰতিযোগিতাত কোনে কোন স্থানত আছে খালী বাকচত লিখা।
প্ৰথম বা ১ম স্থানত (খ)
দ্বিত্বীয় স্থানত ২য় স্থানত (চ)
তৃতীয় বা ৩য় স্থানত (ক)
চতুৰ্থ বা ৪ৰ্থ স্থানত (ঙ)
পঞ্চম বা ৫ম স্থানত (জ)
ষষ্ঠ বা ৬ষ্ঠ স্থানত (গ)
সপ্তম বা ৭ম স্থানত (ঘ)
অষ্টম বা ৮ ম স্থানত (ছ)
নৱম বা ৯ম স্থানত (ঝ)
⇒তলৰ ছবিত কোনগৰাকী মানুহ কোন স্থানত আছে লিখোঁ আহা।
🔹টিকত ল'বলৈ হাত আগবঢ়োৱা মানুহজনৰ স্থান প্ৰথম।
🔹 ছাতি লৈ থিয় হৈ থকাজনৰ স্থান চতুৰ্থ।
🔹 টুপী পিন্দাজনৰ স্থান দ্বিতীয়।
🔹 হাতত বেগলৈ থকা মানুহজনৰ স্থান সপ্তম।
🔹সৰু ল'ৰাটোক হাতত ধৰি থিয় হৈ থকা মানুহজনৰ স্থান পঞ্চম ।
⇒ কি ফল লিখা
যাৰ প্ৰথম বৰ্ণটো ক কল
যাৰ দ্বিতীয় বৰ্ণতো ম কমলা
যাৰ তৃতীয় বৰ্ণতো ত অমিতা
⭐জয়ী হোৱা তিনিটা দলৰ নাম লিখা।
🔹প্ৰথম দল ১ম দল 一 বেউলা
🔹 দ্বিতীয় দল বা ২য় দল 一 সতী সাধিনী
🔹তৃতীয় দল বা ৩য় দল 一 মূলা গাভৰু
Post ID: DABP002170
0 Comments