২১ৰ পৰা ৫০ লৈ সংখ্যা জ্ঞান

 Chapter 2 

১। ২ দহ ৩ কিমান ?

ক) ২৪ 

খ)  ২৩ 

গ) ৩২

উত্তৰঃ খ)  ২৩ 

২। ৫৩৭ ৰ দহক কোনটো ?

ক) ৫

খ) ৩

গ)  ৭

উত্তৰঃ খ) ৩

৩। ২০, ৪০, ৬০, ৮০ তাৰ পিছৰ সংখ্যাটো কি?

ক) ১৬০

খ)  ১২০

গ) ১০০

উত্তৰঃ গ) ১০০

৪। ৪০ ক কি বুলি কোৱা হয় ?

ক) ছয়চল্লিচ

খ) চল্লিচ

গ) পঞ্চাছ

উত্তৰঃ খ) চল্লিচ

৫। ৩৩ৰ পিছৰ সংখ্যাটো কি?

ক) ৩৫

খ) ৩৪

গ) ৩৬

উত্তৰঃ খ) ৩৪

৬। ৪২ ৰ পিছৰ সংখ্যাটো কি ?

ক) ৪৫
 
খ) ৪৪

গ) ৪৩

উত্তৰঃ গ) ৪৩

৭। ২৩৯৪ ৰ হাজাৰ সংখ্যা কোনটো

ক) ২

খ) ৩

গ) ৯

উত্তৰঃ ক) ২

৮। ৩০, ৫০, ২০, ৪০ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা ।

ক) ৫০, ৩০, ৪০,২০

খ) ৪০, ৫০, ২০, ৩০

গ) ২০, ৩০, ৪০, ৫০

উত্তৰঃ গ) ২০, ৩০, ৪০, ৫০

৯। ১৯ আৰু ২১ এই দুইতাৰ মাজৰ ডাঙৰ সংখ্যাটো কোনটো ?

ক) ১৯

খ) ২১

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ২১

১০।  ১০ ডাল কাঠীৰ পৰা ৩ ডাল কাঠী ভাগিলে কেইডাল কাঠী থাকিব?

ক) ৫ডাল

খ) ৭ ডাল
 
গ) ৬ ডাল

উত্তৰঃ খ) ৭ ডাল


Post ID: DABP007030