২১ৰ পৰা ৫০ লৈ সংখ্যা জ্ঞান
Chapter 2
১। ২ দহ ৩ কিমান ?
ক) ২৪
খ) ২৩
গ) ৩২
উত্তৰঃ খ) ২৩
২। ৫৩৭ ৰ দহক কোনটো ?
ক) ৫
খ) ৩
গ) ৭
উত্তৰঃ খ) ৩
৩। ২০, ৪০, ৬০, ৮০ তাৰ পিছৰ সংখ্যাটো কি?
ক) ১৬০
খ) ১২০
গ) ১০০
উত্তৰঃ গ) ১০০
৪। ৪০ ক কি বুলি কোৱা হয় ?
ক) ছয়চল্লিচ
খ) চল্লিচ
গ) পঞ্চাছ
উত্তৰঃ খ) চল্লিচ
৫। ৩৩ৰ পিছৰ সংখ্যাটো কি?
ক) ৩৫
খ) ৩৪
গ) ৩৬
উত্তৰঃ খ) ৩৪
৬। ৪২ ৰ পিছৰ সংখ্যাটো কি ?
ক) ৪৫
খ) ৪৪
গ) ৪৩
উত্তৰঃ গ) ৪৩
৭। ২৩৯৪ ৰ হাজাৰ সংখ্যা কোনটো
ক) ২
খ) ৩
গ) ৯
উত্তৰঃ ক) ২
৮। ৩০, ৫০, ২০, ৪০ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা ।
ক) ৫০, ৩০, ৪০,২০
খ) ৪০, ৫০, ২০, ৩০
গ) ২০, ৩০, ৪০, ৫০
উত্তৰঃ গ) ২০, ৩০, ৪০, ৫০
৯। ১৯ আৰু ২১ এই দুইতাৰ মাজৰ ডাঙৰ সংখ্যাটো কোনটো ?
ক) ১৯
খ) ২১
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) ২১
১০। ১০ ডাল কাঠীৰ পৰা ৩ ডাল কাঠী ভাগিলে কেইডাল কাঠী থাকিব?
ক) ৫ডাল
খ) ৭ ডাল
গ) ৬ ডাল
উত্তৰঃ খ) ৭ ডাল
Post ID: DABP007030
0 Comments