তৃতীয় গোটঃ চুটিগল্প

আৰ্হি-প্রশ্ন


১। ‘চুটিগল্প' বুলিলে কি বুজা?

উত্তৰ ঃ 

২। চুটিগল্প' শব্দটোৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয় ?

উত্তৰ ঃ চুটিগল্প' শব্দটোৰ  ঊনবিংশ শতিকাৰ শেযষৰ পৰা আৰম্ভ হয়। 

৩।পাশ্চাত্যৰ কোন কেইজন গল্পকাৰৰ হাতত চুটিগল্পই পৰিপূৰ্ণ ৰূপ লাভ কৰে?

উত্তৰ ঃ

৪।কণিকা সাহিত্যৰ ভাগকেইটা কি কি?

উত্তৰ ঃ

৫।অসমীয়া চুটিগল্পৰ সৃষ্টি কোনখন আলোচনীৰ পাতত হয়?

উত্তৰ ঃ

৬। কোনজন সাহিত্যিকৰ হাতত অসমীয়া চুটিগল্পৰ আৰম্ভণি ঘটে?

উত্তৰ ঃ

৭। কি কি দিশৰ পৰা চুটিগল্পক বিভাজন কৰি আলোচনা কৰিব পাৰি? 

উত্তৰ ঃ

৮। ড° সত্যেন্দ্রনাথ শৰ্মাই চুটিগল্পক কেইটা আৰু কি কি ভাগত বিভক্ত কৰিছে?

উত্তৰ ঃ

৯। চুটিগল্পৰ সাধাৰণ বৈশিষ্ট্যকেইটা কি কি?

উত্তৰ ঃ

১০। চুটিগল্পৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ ঃ

১১। উদ্ভৱ কালৰ অসমীয়া চুটিগল্প সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।

উত্তৰ ঃ

১২। বিভিন্ন সমালোচকে আগবঢ়োৱা মন্তব্যৰ আধাৰত চুটিগল্পৰ সংজ্ঞ নিৰূপণ কৰা।

উত্তৰ ঃ

১। ‘আৱাহন’ আলোচনীখন কেতিয়া প্রকাশিত হয়?

উত্তৰ ঃ

২। ‘আৱাহন’ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ?

উত্তৰ ঃ

৩। ‘আৱাহন’ আলোচনীখন কাৰ পৃষ্ঠপোষকতাত প্ৰকাশিত হয়?

উত্তৰ ঃ

৪। লক্ষ্মীধৰ শৰ্মাৰ চমু পৰিচয় আগবঢ়োৱা।

উত্তৰ ঃ

৫। ‘আৱাহন’ আলোচনীৰ বৈশিষ্ট্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ

৬। লক্ষ্মীধৰ শৰ্মাৰ গল্পৰ এটি সামগ্রিক বিশ্লেষণ আগবঢ়োৱা ।

উত্তৰ ঃ

৭। লক্ষ্মীধৰ শৰ্মাৰ ‘নীনা' গল্পটোৰ এটি আলোচনা আগবঢ়োৱা।

উত্তৰ ঃ

৮। ‘নীনা' গল্পটোত প্রতিফলিত নাৰী মনঃস্তত্ত্ব সম্পর্কে এটি আলোচনা
আগবঢ়োৱা।

উত্তৰ ঃ

৯। ‘আৱাহন’ যুগৰ অসমীয়া চুটিগল্পৰ ওপৰত এটি প্রবন্ধ যুগুত কৰা। 

উত্তৰ ঃ

১০। ‘আৱাহন যুগ'ৰ গল্পত কি কি নতুনত্ব পৰিলক্ষিত হয়?


উত্তৰ ঃ


১১। জোনাকী যুগৰ গল্পৰ পৰা আৱাহন যুগৰ গল্পসমূহ কি কি দিশত পৃথক?


উত্তৰ ঃ


১২। লক্ষ্মীধৰ শৰ্মাৰ ‘নীনা' গল্পটোৰ আংগিক কলা-কৌশলৰ বিষয়ে এটি চমু 
আলোচনা আগবঢ়োৱা।

উত্তৰ ঃ


১। ‘ৰামধেনু যুগ' বুলিলে অসমীয়া সাহিত্যৰ কোনখিনি সময়ক বুজোৱা হয়?

উত্তৰ ঃ

২। 'ৰামধেনু' আলোচনীৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ

৩। ‘ৰামধেনু যুগ’ৰ অসমীয়া চুটিগল্পৰ বিষয়ে এটি প্রবন্ধ যুগুত কৰা।


উত্তৰ ঃ


৪। আৱাহন যুগৰ গল্পৰ পৰা ৰামধেনু যুগৰ গল্পসমূহ কি কি দিশত পৃথক?


উত্তৰ ঃ

৫। ৰামধেনু যুগৰ অসমীয়া গল্পত কি কি নতুনত্ব দেখা যায়?


উত্তৰ ঃ


৬।যোগেশ দাসৰ চমু পৰিচয় দিয়া।



উত্তৰ ঃ



৭। যোগেশ দাসৰ গল্পৰ এটি সামগ্রিক বিশ্লেষণ আগবঢ়োৱা। 


উত্তৰ ঃ


৮।যোগেশ দাসৰ ‘বৰদেউতা' গল্পটোৰ এটি চমু বিশ্লেষণ আগবঢ়োৱা।



উত্তৰ ঃ



৯।যোগেশ দাসৰ গল্পৰ আংগিক কলা-কৌশলৰ বিষয়ে চমুকৈ আলোচনা কৰা।



উত্তৰ ঃ



১০। যোগেশ দাসৰ ‘বৰদেউতা' গল্পটোত সমাজ বাস্তৱতাবাদে কেনেদৰে প্ৰকাশ 
লাভ কৰিছে, আলোচনা কৰা।


উত্তৰ ঃ


১১। যোগেশ দাসৰ 'বৰদেউতা' গল্পটোৰ আংগিক কলা-কৌশলৰ বিষয়ে এটি 
আলোচনা আগবঢ়োৱা।


উত্তৰ ঃ


১। অসমীয়া সাহিত্যৰ কোনখিনি সময়ক ‘সাম্প্রতিক যুগ' বুলি নিৰ্দেশ কৰা হৈছে?


উত্তৰ ঃ


২। ‘সাম্প্ৰতিক যুগ'ৰ অসমীয়া সাহিত্যত কি কি নতুনত্ব পৰিলক্ষিত হয়? 


উত্তৰ ঃ


৩। বিংশ শতিকাৰ আশীৰ দশকৰ পিছত ৰাজনৈতিক পৰিস্থিতিয়ে অসমীয়া গল্প 
সাহিত্যত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে?


উত্তৰ ঃ


৪। ‘সাম্প্ৰতিক যুগ’ৰ অসমীয়া গল্প সাহিত্যৰ এটি চমু পৰিচয় দিয়া।



উত্তৰ ঃ



৫৷ পূৰৱী বৰমুদৈৰ এটি চমু পৰিচয় আগবঢ়োৱা।



উত্তৰ ঃ



৬। পূৰৱী বৰমুদৈৰ গল্প সাহিত্যৰ এটি সামগ্রিক বিশ্লেষণ আগবঢ়োৱা।



উত্তৰ ঃ



৭। পূৰৱী বৰমুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ' গল্পটোৰ এটি পৰ্যালোচনা 
আগবঢ়োৱা।



উত্তৰ ঃ



৮। পূৰৱী বৰমুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ' গল্পটোৰ আংগিক কলা কৌশলৰ 
বিষয়ে চমুকৈ লিখা।



উত্তৰ ঃ



৯। পূৰৱী বৰমুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ' গল্পটোৰ ‘মালতী’ চৰিত্ৰটো বিশ্লেষণ 
কৰা।



উত্তৰ ঃ



১০। পূৰৱী বৰমুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ’ গল্পটোত ৰাজনৈতিক বাস্তৱবাদে 
কেনেদৰে প্ৰকাশ লাভ কৰিছে?


উত্তৰ ঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)