পাঠ-৪
হাট-বজাৰলৈ যাঁও ব'লা
一 হাট-বজাৰৰ ছবিখনত কি কি দেখিছা?
উত্তৰঃ হাট-বজাৰৰ ছবিখনত শাক-পাচলি, ফল-মূল, মাছ-মাংস, দৈৰ টেকেলি আদি দেখা পোৱা গৈছে।
一 হাট-বজাৰত আৰু কি কি বেচা-কিনা হয়?
উত্তৰঃ হাট-বজাৰত মাছ-মাংস, শাক-পাচলি, দৈ, কাপোৰ, লগতে ঘৰুৱা নানা ধৰণৰ বস্তু বেচা-কিনা হয়।
一 তোমালোকৰ ঠাইত কি বাৰে বজা হয়?
উত্তৰঃ তোমালোকে নিজে লেখিবা।
一 তুমি বজাৰ কৰানে?
উত্তৰঃ বজা কৰা বিলাকে কৰো আৰু নকৰা বিলাকে নকৰো বুলি লেখিবা।
লিখা
ট ট ট ট ট ট ট ট ট
চ চ চ চ চ চ চ চ চ
ফ ফ ফ ফ ফ ফ ফ ফ ফ
প প প প প প প প প
স স স স স স স স স
গ গ গ গ গ গ গ গ গ
হ হ হ হ হ হ হ হ হ
ছ ছ ছ ছ ছ ছ ছ ছ ছ
ঘ ঘ ঘ ঘ ঘ ঘ ঘ ঘ ঘ
ছবিৰ নামৰ প্ৰথম আখৰটোৰ বৰ্ণকাৰ্ড ছবিখনৰ কাষলৈ নি কাষৰ সৰু ঘৰটোত থওঁ আহা।
উত্তৰঃ ফ হ চ
ট স ছ
প হ গ
ঘ
-কাৰ (স্বৰ) চিন লিখোঁ আহা।
ক + ঋ = কৃ ক + ঔ = কৌ ক + ঊ = কূ
ক + ৃ = কৃ ক + ৌ = কৌ ক + ূ = কূ
খ + ঋ = খৃ খ + ঔ = খৌ খ + ঊ = খূ
খ+ ৃ = খৃ খ + ৌ =খৌ খ + ূ = খূ
ক) গাখীৰ বগা কপাহ বগা
আৰু বগা কি?
পানীৰ মাজত খোজ দি
মাছ বিছাৰে যি!
উত্তৰঃ বগলী।
খ) ঘূৰণীয়া ঘূৰণীয়া
ঘূৰণীয়া কি?
ল 'ৰাহঁতে লাগ লাগি
ভৰিৰে খেলে যি!
উত্তৰঃ ফুট বল।
-কৰ (স্বৰ) চিন লিখি পঢ়া ।
মল বগল চক ককৰ
উত্তৰঃ মূলা বগলী চকী কুকুৰা
সত শহ পঁপ
উত্তৰঃ সূতা শহা পেঁপা
শয়ল মকৰ চলন বচন
উত্তৰঃ শিয়াল মকৰা চিলনী বিচনী
ব্য়ঞ্জনবৰ্ণৰ লগত-কাৰ (স্বৰ) চিন লগ লগাই মাতি মাতি লিখোঁ আহা।
অ আ ই ঈ উ ঊ ঋ এ ঐ ও ঔ
চিন নাই া ি ী ু ূ ৃ ে ৈ ো ৌ
খ খা খি খী খু খূ খৃ খে খৈ খো খৌ
গ গা গি গী গু গূ গৃ গে গৈ গো গৌ
ম মা মি মী মু মূ মৃ মে মৈ মো মৌ
ৰ ৰা ৰি ৰী ৰু ৰূ ৰৃ ৰে ৰৈ ৰো ৰৌ
ল লা লি লী লু লূ লৃ লে লৈ লো লৌ
ঠ ঠা ঠি ঠী ঠু ঠূ ঠৃ ঠে ঠৈ ঠো ঠৌ
ব বা বি বী বু বূ বৃ বে বৈ বো বৌ
হ হা হি হী হু হূ হৃ হে হৈ হো হৌ
ন না নি নী নু নূ নৃ নে নৈ নো নৌ
ত তা তি তী তু তূ তৃ তে তৈ তো তৌ
ট টা টি টী টু টূ টৃ টে টৈ টো টৌ
স্বৰবৰ্ণৰ লগত -কাৰ (স্বৰ)চিন আঁচ টানি মিলোৱা।
বৰ্ণ -কাৰ (স্বৰ) চিন
ও 一 া
এ 一 ৈ
ই 一 ো
উ 一 ী
ঋ 一 ি
আ 一 ে
ঈ 一 ূ
ঔ 一 ু
ঊ 一 ৃ
ঐ 一 ৌ
উত্তৰঃ
ও 一 ো
এ 一 ে
ই 一 ি
উ 一 ু
ঋ 一 ৃ
আ 一 া
ঈ 一 ী
ঔ 一 ৌ
ঊ 一 ূ
ঐ 一 ৈ
কেঁচাই ভাজি সিজাই শুকুৱাই পুৰি
গাজৰ গাজৰ আলু কঠালৰ গুটি বেঙেনা
আপেল ৰঙালাও ৰঙালাও ৰঙালাও গুটি আলু কঠাল আলু ওলকবি
কল বেঙেনা
জলকীয়া ফুল-কবি
অমিতা বন্ধা-কবি
পিয়াজ জিকা
বিলাহী লাও
কমলা বিলাহী
আদা কেৰেলা
ৰহুন মূলা
ওলকবি
Post ID: DABP002025
0 Comments