পাঠ-৭
বিয়োগ
→বীণাৰ মাকে ভোগালীৰ বিহুত ৪৫ খন তিল পিঠা ভাজিলে। তাৰে আলহীক খাবলৈ দিলে ১০ খন। কেইখন তিল পিঠা থাকি গ'ল?
সমাধান →
দহক একক
পিঠা ভাজিছিল ৪ ৫ খন এককৰ ঘৰৰ সংখ্য়া = ৫ - ০ = ৫
আলহীক দিলে - ১ ০ খন দহকৰ ঘৰৰ সংখ্য়া = ৪ - ১ = ৩
থাকি গ' ল ৩ ৫ খন
এতেকে পিঠা থাকি গ'ল ঃ ৩ দহ ৫ এক= ৩৫ খন
→ এইবাৰ বীণাৰ মাকে বীণা আৰু তাইৰ ভায়েকক ৪ খন পিঠা দিলে। এতিয়া মুঠতে পিঠা কেইখন থাকিল?
সমাদান →
দহক একক
ৰৈ যোৱা পিঠা ৩ ৫ খন
বীণা আৰকু ভায়েকক দিলে - ০ খন
থাকি গ'ল ৩ ১ খন
→বিয়োগ কৰা
(ক) ৪৪ (খ) ৩৮ (গ) ২০ (ঘ) ৬৪
- ২২ - ২৫ - ১০ -২৩
২২ ১৩ ১০ ৪১
(ঙ) ৮৫ (চ) ৯৯ (ছ) ৮৮ (জ) ৯৪
- ৩২ -৬৭ -৬৭ - ৮২
৫৩ ৩২ ২১ ১২
→সমাধান কৰোঁ আহা।
✷ তোমাৰ মাৰাি চতচোমাক বহী এখন কিনিবলৈ ৩৫ টকা দিলে। তুমি ২২ টকাৰ দামৰ এখন বহী কিনিলা। বাকী থকা টকা মাৰাক ঘূৰাই দিলা। কিমান টকা ঘূৰাই দিলা
উত্তৰঃ মাৰাই দিলে ৩৫ টকা
বহী কিনিলা -২২ টকা
ঘূৰাই দিলা ১৩ টকা
সেয়েহে মুঠ টকা ঘূৰাই দিলা ২২ টকা
✷বীৰেণে ৩৭ টা নেমু গছৰ পৰা বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ গ'ল। তেওঁ ২৫ টা নেমু বেচিলে।তেওঁ কেইটা নেমু ঘূৰাই আনিলে?
উত্তৰঃ বীৰেণে বজাৰলৈ নেমু নিলে ৩৭ টা
বজাৰত নেমু বেচিলে - ২৫ টা
ঘৰলৈ নেমু ঘূৰাই আনিলে ১ ২ টা
সেয়েহে মুঠ নেমু ঘূৰাই আনিলে ১২ টা
✷এটা পুথিভঁৰালত ৭৫ খন কিতাপ আছে। তাৰে ৫২ খন সাধুৰকথাৰ কিতাপ। আন কিতাপ কেইখন আছে?
উত্তৰঃ মুঠ কিতাপ ৭৫ খন
সাধুকথাৰ কিতাপ - ৫২ খন
আন কিতাপ ২৩ খন
সেয়েহে মুঠ আন কিতাপ ২৩ খন আছে।
✷এখন প্ৰাথমিক বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ৯৬ জন। তাৰে ৫২ গৰাকী ছাত্ৰী হ'লে বিদ্য়ালয়খনত ছাত্ৰৰ সংখ্য়া কিমান?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ৯৬ জন
ছাত্ৰীৰ সংখ্য়া - ৫২ জনী
ছাত্ৰৰ সংখ্য়া ৪৪ জন
সেয়েহে মুঠতে ছাত্ৰৰ সংখ্য়া হ'ব ৪৪ জন।
→ বিয়োগ কৰা ।
(ক) দহক একক (খ) দহক একক (গ) দহক একক
৩ ৫ ৪ ১ ৫ ৬
- ১ ৭ - ২ ৩ - ২ ৭
১ ৮ ১ ৮ ২ ৯
(ঘ) দহক একক (ঙ) দহক একক (চ) দহক একক
৮ ৭ ৯ ১ ৬ ৫
- ৭ ৮ -৪ ৫ -৪ ৯
৯ ৪ ৬ ১ ৬
→বিয়োগ কৰা
(ক) ৩৩ (খ) ৩৪ (গ) ৪৭ (ঘ) ৮৮ (ঙ) ৬৪
- ৬ -১৫ -২৮ - ৫৯ - ৪৬
২৭ ১৯ ১৯ ২৯ ১৮
(চ) ৮২ (ছ) ৬৭ (জ) ৫৩
-৬৭ -৩৯ - ২৭
১৫ ২৮ ২৬
→সমস্য়াবোৰ সমাধান কৰোঁ আহা-
✷তোমালোকৰ শ্ৰেণীত ৪১ জন ছাত্ৰ-ছাত্ৰী আছে। তাৰে ১৭ জন ছাত্ৰ হ'লে ছাত্ৰীৰ সংখ্য়া কিমান?
সমাধান一 ছাত্ৰ ছাত্ৰীৰ সংখ্য়া ৪১ জন
ছাত্ৰৰ সংখ্য়া -১৭ জন
ছাত্ৰীৰ সংখ্য়া ২৪ জন
✷ ৰীমাই গচৰ তলৰ পৰা ৩৫ টা বগৰী বুটলি ভনীয়েকক ১৮ টা বগৰী দিলে। ৰীমাৰ হাতত কেইটা বগৰী থাকিব?
সমাধান― ৰীমাই বুটলি অনা বগৰী ৩৫ টা
ভনীয়েকক দিলে ১৮ টা
ৰীমাৰ হাতত থাকিল ১৭ টা
✷ এখন ক্ৰিকেট ৰাহুলে ৭৭ ৰান আৰু আশ্ৰমে ৫৮ ৰান কৰিলে। কোনে বেছি ৰান কৰিলে আৰু কিমান বেছি কৰিলে।
সমাধান― ৰাহুলে ৰান কৰিলে ৭৭
আশ্ৰমে ৰান কৰিলে ৫৮
ৰাহুলে বেছিকৈ কৰা ৰান ১৯
✷ এখন বাগিচাত গোলাপ আৰু তগৰ ফুলৰ গছ আছে ৬৪ জোপা। তাৰে ২৮ জোপা গোলাপ ফুলৰ গছ হ'লে তগৰ ফুলৰ গছ কিমান জোপা ?
সমাধান一 গোলাপ আৰু তগৰ ফুলৰ গছ ৬৪ জোপা
গোলাপ ফুলৰ গছ ২৮ জোপা
তগৰ ফুলৰ গছ ৩৪ জোপা
✷ তলৰ খালী ঠাইবোৰ পূৰ কৰা
(ক) ৮-০ = ৮ (চ) ৪৩ - ১০ = ৩৩
(খ) ১৫ - ৫ = ১০ (ছ) ৫৫ - ২০ = ৩৫
(গ) ৩৯ - ৩৯ = ০ (জ) ৫৫ - ৫৫ = ০
(ঘ) ৪০ - ৩০ = ১০ (ঝ) ৮০ - ৮০ = ০
(ঙ) ৬৩ - ০ = ৬৩ (ঞ) ৯০ - ৩০ = ৬০
→ বিয়োগ কৰা।
(ক) ৭৫ (খ) ৬০ (গ) ৮০ (ঘ) ২০ (ঙ) ৬৫
- ৩২ -৫০ -২০ - ১০ - ২৬
২ ৩ ১০ ৬০ ১০ ৩ ৯
(চ) ২৪ (ছ) ৪৩ (জ) ৭৩ (ঝ) ৬৯ (ঞ) ১৯
-১৫ -২৮ -২৪ -৫৩ -১৯
৯ ১৫ ৪ ৯ ১ ৬ ০০
(ট) ৩৫ (ঠ) ৭২
- ২৯ -৬৪
৬ ৮
0 Comments