বিয়োগ

 Chapter 7 

১। বাণীৰ মাকে ভোগালী বিহুত কিমান খন পিঠা ভাজিলে?

ক) ৫৬

খ) ৭৫

গ) ৪৫

উত্তৰঃ  গ) ৪৫

২। বাণীৰ মাকে ভোগালী বিহুত আলহীক কিমান খন পিঠা দিলে?

ক) ২০

খ) ৬৫

গ)  ১০ 

উত্তৰঃ ১০ 

৩। বীৰেণে গছৰ পৰা ৩৭ টা নেমু ছিঙি বিক্ৰী কৰিবলৈ ক'লৈ লৈ গ'ল?

ক) বজাৰলৈ

খ) চহৰলৈ

গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ ক) বজাৰলৈ

৪। 33 - 3 = কিমান?                                                                                                          

ক) ৪০ 

খ) ৩০ 

গ) ২৫

উত্তৰঃ খ) ৩০ 

৫। 8 - 0= কিমান ?

ক) ৪

খ) ০

গ) ১

উত্তৰঃ ক) ৪

৬। 45 + 5= কিমান?

ক) 55

খ) 40

গ)  50

উত্তৰঃ গ)  50

৭। 56ৰ একক কোনটো?

ক) 5

খ) 6

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) 6

৮। বীণাৰ মাকে বীণা আৰু তাইৰ ভায়েকক কেইখন পিঠা দিলে?

ক) 6 খন

খ) 4 খন

গ) 8 খন

উত্তৰঃ গ) 8 খন

৯। কোনে তামোল বেচি ৪৫ টকা আৰু পাণ বেচি ৪৮ টকা পালে?

ক) ৰাকেশে

খ) দিলীপে

গ) সুৰজে

উত্তৰঃ খ) দিলীপে

১০। এটা পাচিত কিমান টা আম আছে?

ক) 25

খ) 50

গ) 75

উত্তৰঃ ক) 25