গোট ২

উপনিষদৰ সৃষ্টিতত্ত্ব

(Theories of Creation)

Short Question / চমু প্ৰশ্ন ঃ

1. What are the two groups of creation?

সৃষ্টিৰ ভাগ দুটা কি কি?

Ans-


 2. What is cosmic theory of creation ?

সৃষ্টিৰ জাগতিক তত্ত্ব মানে কি?

Ans-


3. What acosmic theory of creation?

সৃষ্টিৰ অতিজাগতিক তত্ত্ব মানে কি?

Ans-


4. What do you mean by impersonalistic theory of creation?

সৃষ্টিৰ নৈৰ্ব্যক্তিক তত্ত্ব বুলিলে কি বুজায়?

Ans-


5. What do you mean by personalistic theory of creation?

 সৃষ্টিৰ ব্যক্তিগততাবাদী তত্ত্বৰ দ্বাৰা আপুনি কি বুজায়?

Ans-


6. State any two elements of cosmic theory of creation?

সৃষ্টিৰ জাগতিক তত্ত্বৰ যিকোনো দুটা উপাদান উল্লেখ কৰা?

Ans-  


7. Name the Upanishad in Which it is manitained that water is the ultimate source of universe? 

পানীৰ বিশ্বজগতৰ আদিমূল সত্তা হিচাপে উল্লেখ কৰা উপনিষদখনৰ নাম লিখা।

Ans-


8. What is the literal meaning of 'Satyam'?

'সত্যম'ৰ আক্ষৰিক অৰ্থ কি?

Ans-


9. Which Upanishad state that air is the ultimate source of universe? 

 কোন উপনিষদত বায়ুক বিশ্বজগতৰ আদিমূল উৎস বুলি কোৱা হৈছে?

Ans-


10. Name the two Upanishads in which it is maintained that fire is the ultimate source of universe?

অগ্নিক জগতৰ আদিমূল উৎসৰূপে উল্লেখ কৰা উপনিষদ দুখনৰ নাম লিখা?

Ans-


11. Which Upanishad state that space or akasha is the ultimate source of universe?

কোনখন উপনিষদত আকাশত বিশ্বজগতৰ আদিমূল উৎস বুলি কোৱা হৈছে?

Ans-


12. Name the two Upanishads in which it is maintained that not-being is the ultimate source of universe.

অসৎ বা অসত্তাক জগতৰ আদিমূল ৎস বুলি কোৱা দুখন উপনিষদৰ নাম লিখা। 

Ans-


13. What is universal egg?

বিশ্বডিম্ব বুলিলে কি বুজা ?

Ans-


14. Name the Upanishad in which creation is explained by the universal egg. 

বিশ্বডিম্বৰ সহায়ত সৃষ্টিক ব্যাখ্যা কৰা উপনিষদৰ নাম লিখা।

Ans-


15. Name the two parts of the Universal Egg.

বিশ্বডিম্বৰ ভাগ দুটাৰ নাম লিখা.

Ans-


16. What ate the two parts of the Universal Egg?

বিশ্বডিমবকৰ ভাগ দুটাৰ নাম লিখা?

Ans-


17. Which Upanishad maintained that Being is the ultimate source of universe?

কোনখন উপনিষদত সৎ বা সত্তাক বিশ্বজগত আদিমূল ৎস বুলি উল্লেখ কৰা হৈছে?

Ans-


18. Name the two Upanishads which maintained that praana is the ultimate source of universe.

প্ৰাণক বিশ্বজগতৰ আদিমূল সত্তা হিচাপে উল্লেখ কৰা দুখন উপনিষদৰ নাম লিখা।

Ans-


19.What do you mean by acosmic theory of creation?

সৃষ্টিৰ অতিজাগতকি তত্ত্ব বুলিলে কি বুজা?

Ans-


20. What do you mean by the duality sex?

 লিংগগত দ্বৈততা বুলিলে কি বুজা ?

Ans-


21. What are the fourfold lokas as mentioned in the Upanishads?

উপনিষদত উল্লেখ কৰা চৰিলোক কি কি?

Ans-


22. What do you mean by the Upanisadic theory of emanation ?

উপনিষদৰ সম্ভূতি তত্ত্ব বা নিৰ্গত তত্ত্ব বুলিলে কি বুজা?

Ans-

 

Broad Questions / ৰচনাধৰ্মীপ্রশ্ন :


1. Discuss the different theories of creation as mentioned in the Upanishad.

উপনিষদৰ সৃষ্টিৰ বিভিন্নতত্ত্ব সম্পর্কেআলোচনা কৰা।

Ans-


2. What are the two groups of the theory of creation? Explain. the impersonalistic theory of creation.

সৃষ্টিৰ ভাগ দুটা কিকি?

Ans-


3. Explain the impersonalistic theory of creation. 

সৃষ্টিৰনৈর্ব্যক্তিকতত্ত্বটোব্যাখ্যাকৰা।

Ans-


4. Explain the personalistic theory of creation. 

সৃষ্টিৰ ব্যক্তিবাদী তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


5. Explain the cosmic theory of creation.

 সৃষ্টিৰ জাগতিক তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


6. Explain the acosmic theory of creation. 

সৃষ্টিৰ অতিজাগতিক তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


7. Explain Upanisadic conception of water as the source of the universe. 

পানীক বিশ্বজগতৰ উৎস বুলি কোৱা উপনিষদৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


8. Explain Upanishadic theory of water as the source of the univesre.

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ পানী তত্ত্বটো ব্যাখ্যা কৰা

Ans-

 

9. Explain Upanishadic theory of air as the source of the univesre. 

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ বায়ু তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


10. Explain Upanishadic theory of fire as the source of the univesre. 

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ অগ্নি তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


 11. Explain Upanishadic theory of space or akasha as the source of the Univesre.

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ আকাশ তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


 12. Explain Upanishadic theory of not-being as the source of the univesre. 

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ অসৎ বা অসত্তাৰ তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


13. Explain Upanishadic theory of Being as the source of the univesre.

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ সৎ বা সত্তা সম্পৰ্কীয় তত্ত্বটো ব্যাখ্যা কৰা। 

Ans


 14. Explain Upanishadic concept of praana as the source of the univesre. 

বিশ্বজগতৰ উৎস সম্পৰ্কীয় উপনিষদৰ প্ৰাণ তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


15. What is not-being according to Upanishad? Explain how the universe originated from not-being.

 উপনিষদ মতে অসৎ বা অসত্তা কি? অসৎ বা অসত্তাৰ পৰা জগতৰ কেনেদৰে উৎপত্তি হৈছে ব্যাখ্যা কৰা।

Ans-


16. What is paana according to Upanishad? Explain how the universe originated from praana. উপনিষদ মতে প্রাণ কি? প্ৰাণৰ পৰা জগতৰ কেনেদৰে উৎপত্তি হৈছে ব্যাখ্যা কৰা।

Ans-


17. What is not-being according to Upanishad? Explain how the universe originated from not-being and universal egg. 

উপনিষদ মতে অসৎ বা অসত্তা কি? বিশ্বজগত অসত্তাৰ পৰা কেনেদৰে উৎপত্তি হৈছে কৰা।

Ans-


18. Explain how the universe originated from universal egg. 

বিশ্বজগত বিশ্বডিম্বৰ পৰা কেনেদৰে উৎপত্তি হৈছে ব্যাখ্যা কৰা।

Ans-


19. Explain the Upaishadic conception of universal egg.

পনিষদৰ বিশ্বডিম্বৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


20. Explain the Upaishadic idea of creator and the theory of mythological and philosophical dualities. 

উপনিষদৰ সৃষ্টিকৰ্তাৰ ধাৰণা আৰু সৃষ্টি সম্পৰ্কীয় পৌৗৰাণিক আৰু দার্শনিক দ্বৈততাৰ তত্ত্বটো ব্যাখ্যা কৰা। 

Ans-


21. Explain the Upaishadic conception of the Atman and the Creation of the Duality of Sex উপনিষদৰ আত্মা আৰু লিংগৰ দ্বৈততা সম্পৰ্কীয় সৃষ্টিতত্ত্বটো ব্যাখ্যা কৰা।

Ans-


22. Explain the Upaishadic theory of emanation. 

উপনিষদৰ সম্ভৃতি তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


23. How did Upanishad explain the creation by the Atman through the intermediary person? উপনিষদত আত্মা আৰু মধ্যস্থতাকাৰী ব্যক্তিৰ দ্বাৰা কেনেদৰে সৃষ্টিৰ ব্যাখ্যা দিয়া হৈছে?

Ans-


24. Explain the theistic theory of creation of Svetaasvatara Upanishad. 

শ্বেতাশ্বতৰ উপনিষদৰ সৃষ্টিৰ ঈশ্বৰবাদী তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


25. Explain the theistic theory of creation of Svetaasvatara Upanishad. 

মুণ্ডক উপনিষদৰ সৃষ্টিৰ ব্যক্তিবাদী-নৈর্ব্যক্তিবাদী তত্ত্বটো ব্যাখ্যা কৰা।

Ans-


26. What are the points Prof. R.D. Ranade pointed out in his great work. ‘A Constructive Survey of Upanisadic Philosophy’ about the doctrine of creation?

অধ্যাপক ৰাণাডে তেওঁৰ গ্ৰন্থ “A Constructive Survey of Upanisadic Philosophy’ত উপনিষদৰ সৃষ্টি সম্পৰ্কে কি কি কথা উল্লেখ কৰিছে?

Ans-



Question Type by- Parina Hazarika


Post ID: DABP002011