শিক্ষাত সম্পদবোৰ

(Resources in Education)


প্ৰশ্নাৱলী 

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Question of Very Short answer)

    ১। এখন শিক্ষানুষ্ঠানৰ সম্পদবোৰ কি কি?

        What are the resources of an educational institution?

    উত্তৰ:-

   ২। মানৱ সম্পদ মানে কি?

        What is a human resources?

   উত্তৰ:-

   ৩। প্ৰধান শিক্ষকৰ এটা গুণ উল্লেখ কৰা ?

        Mention an one quality of headmaster.

    উত্তৰ:-

   ৪। প্ৰধান শিক্ষকৰ এটা কাৰ্য উল্লেখ কৰা।

        Mention one function of headmaster.

    উত্তৰ:-

  ৫। প্ৰধান শিক্ষকৰ এটা নেতৃত্বৰ ভূমিকা উল্লেখ কৰা ।

       Mention one leadership role of headmaster.

   উত্তৰ:-

  ৬। শিক্ষকৰ এটা গুণ উল্লেখ কৰা ।

       Mention one quality of teacher.

   উত্তৰ:-

  ৭। শিক্ষকৰ এটা কাৰ্য উল্লেখ কৰা ।

      Mention one function of teacher.

   উত্তৰ:-

 ৮। এখন বিদ্যালয়ৰ প্ৰধান মানৱ সম্পদ কি কি?

      What are the important human resources of a school?

  উত্তৰ:-

 ৯। ৯০-১১০ ৰ বুদ্ধাংকৰ ভিতৰত কি ধৰণৰ শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয় ?

      Which category of learner included under 90-10 I. Q. level?

  উত্তৰ:-

১০। প্ৰতিভাশীল শিশু কোনবোৰ ?

       Who are gifted children?

 উত্তৰ:-

১১। অপৰাধ প্ৰৱণ ছাত্ৰ কোনবোৰ ?

      Who are delinquent students?

 উত্তৰ:-

১২। অক্ষয় নিধি কি?

      What is endowments ?

 উত্তৰ:-


II. চমুকৈ লিখা ( Write briefly)

  ১। প্ৰধান শিক্ষকৰ গুণাৱলী ।

       Qualities of Head master.

    উত্তৰ:-

  ২। প্ৰধান শিক্ষকৰ কাৰ্যাৱলী। 

       Functions of head master.

   উত্তৰ:-

 ৩। প্ৰধান শিক্ষকৰ ভূমিকা । 

      Role of head master.

  উত্তৰ:-

 ৪। শিক্ষকৰ গুণাৱলী।

      Qualities of Teacher.

  উত্তৰ:-

৫। শিক্ষকৰ কাৰ্যাৱলী। 

     Function of teacher.

 উত্তৰ:-

৬। শিক্ষকৰ ভূমিকা ।

      Role of teacher.

  উত্তৰ:-

৭। প্ৰতিভাশীল শিশু।

    Gifted children.

  উত্তৰ:-

৮। অনগ্ৰসৰ শিশু।

    Backward children.

 উত্তৰ:-

৯। বিদ্যালয়ৰ বৈষায়িক সম্পদ হিচাপে বিদ্যালয় গৃহ।

     School building as material resource of school .

  উত্তৰ:-

১০। বিত্তিয় সম্পদ।

       Financial Resource.

  উত্তৰ:-

১১। বিদ্যালয় বৈষয়িক সম্পদ স্বৰূপে পুথিভঁৰাল।

      Library as material resource of school.

  উত্তৰ:-

১২। মানৱ সম্পদ স্বৰূপে কৰ্মচাৰী ভূমিকা।

       Role of employees as human resource.

  উত্তৰ:-


III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long answer) 

     ১। মানৱ সম্পদ স্বৰূপে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এখন ৰচনা লিখা। 

          Write an essay on students as human resources.

      উত্তৰ:-

    ২। প্ৰধান শিক্ষকৰ গুণাৱলী আলোচনা কৰা। 

         Discuss the qualities of head master.

      উত্তৰ:-

    ৩। প্ৰধান শিক্ষকৰ কাৰ্যাৱলী আৰু ভূমিকা বহলাই আলেচনা কৰা।

         Elaborately discuss the functions and role of head master.

      উত্তৰ:-

    ৪। শিক্ষকৰ গুণাৱলী আলোচনা কৰা । 

         Discuss the quality of teacher.

     উত্তৰ:-

    ৫। শিক্ষকৰ কাৰ্যাৱলী আৰু ভূমিকা আলেচনা কৰা।

         Elaborately discuss the functions and role of teacher.

     উত্তৰ:-

   ৬। এখন শিক্ষানুষ্ঠানৰ বৈষয়িক সম্পদবোৰ কেনেকৈ ব্যৱস্থাপিত কৰিব পাৰি ? আলোচনা কৰা ।

        How to manage the material resources of an educational institutions ? Discuss.

      উত্তৰ:-

  ৭। শিক্ষানুষ্ঠানৰ সম্পদবোৰ সৰ্বোত্তম ব্যৱহাৰ বিষয়ে আলোচনা কৰা।

       Discuss about the optimum utilization of resources in educational institutions.

     উত্তৰ:- 

      

Post ID: DABP001907