শৈক্ষিক পৰিকল্পনা 

(Educational Planning)


প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন ( Questions of Very Short Answer) 

    ১। শৈক্ষিক পৰিকল্পনা মানে কি বুজা ?

        What is meant by educational planning.

     উত্তৰ:-

   ২। শৈক্ষিক পৰিকল্পনা সংজ্ঞা দিয়া।

        Define educational planning.

   উত্তৰ:-

   ৩। শৈক্ষিক পৰিকল্পনাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা।

        Mention any one feature of educational planning.

    উত্তৰ:-

  ৪। শৈক্ষিক পৰিকল্পনাৰ এটা প্ৰকাৰ উল্লেখ কৰা।

       Mention one type of educational planning.

   উত্তৰ:-

 ৫। শৈক্ষিক পৰিকল্পনাৰ যিকোনো এটা নীতি উল্লেখ কৰা।

      Mention any one principle of educational planning.

 উত্তৰ:-

 ৬। শৈক্ষিক পৰিকল্পনাৰ পৰিসৰৰ এটা দিশ উল্লেখ কৰা। 

     Mention one aspect of scope of educational planning.

  উত্তৰ:-

 ৭। শৈক্ষিক পৰিকল্পনাৰ গুৰুত্বৰ এটা দিশ উল্লেখ কৰা।

     Mention one aspect of importance of educational planning.

  উত্তৰ:-

 ৮। কৌশলগত পৰিকল্পনা কি?

      What is strategic planning?

   উত্তৰ:-

 ৯। হ্ৰস্বম্যাদী পৰিকল্পনা কি?

      What is short team planning?

   উত্তৰ:-

১০। শৈক্ষিক পৰিকল্পনাত প্ৰভাৱ পেলোৱা এটা উপাদান উল্লেখ কৰা।

      Mention one factor affecting educational plan.

  উত্তৰ:-

১১। MHRD ৰ সম্পূৰ্ণ আকাৰটো লিখা।

      Write the full from of MHRD.

  উত্তৰ:-

১২। MHRD ৰ এটা উদ্দেশ্য উল্লেখ কৰা।

       Mention one objective of MHRD.

  উত্তৰ:-

১৩। UGC ৰ সম্পৰ্ণ আকাৰটো লিখা।

      Write the full from of UGC.

উত্তৰ:-

১৪। UGC ৰ এটা কাৰ্য উল্লেখ কৰা। 

      Mention one function of UGC.

 উত্তৰ:-

১৫। UGC ৰ প্ৰধান কাৰ্য্যালয় ক'ত অৱস্থিত?

       Where is the head quarter of UGC situated?

  উত্তৰ:-

১৬। NCERT ৰ সম্পূৰ্ণ আকাৰটো  লিখা?

       Write the full from of NCERT.

  উত্তৰ:-

১৭। NCERT কোন চনত গঠন কৰা হৈছিল?

      In which year, NCERT was formed?

  উত্তৰ:-

১৮। NCERT ৰ এটা উদ্দেশ্য উল্লেখ কৰা?

       Mention one objective of NCERT?

উত্তৰ:-

১৯। SCERT ৰ সম্পূৰ্ণ আকাৰটো লিখা।

       Write the full from of SCERT.

  উত্তৰ:-

২০। SCERT ৰ এটা কাৰ্য উল্লেখ কৰা।

       Mention one function of SCERT.

উত্তৰ:-

(II) চমুটোকা লিখা (Write shorts notes)

   ১। শৈক্ষিক পৰিকল্পনাৰ ধাৰণা।

       Concept of educational planning.

    উত্তৰ:-

  ২। শৈক্ষিক পৰিকল্পনাৰ প্ৰকৃতি

       Nature of educational planning.

  উত্তৰ:-

 ৩। শৈক্ষিক পৰিকল্পনাৰ গুৰুত্ব।

      Importance of educational planning.

   উত্তৰ:-

 ৪। দীৰ্ঘম্যাদী পৰিকল্পনা। 

      Long term planning.

  উত্তৰ:-

 ৫। হ্ৰস্বম্যাদী পৰিকল্পনা।

     Short term planning.

 উত্তৰ:-

৬। তৃণমূল পৰ্যায়ৰ পৰিকল্পনা।

     Grass root level planning.

  উত্তৰ:-

৭। শৈক্ষিক পৰিকল্পনাৰ নীতিবোৰ।

    Principles of educational planning.

 উত্তৰ:-

৮। শৈক্ষিক পৰিকল্পনা আৰু কেন্দ্ৰ-ৰাজ্যসমূহৰ সম্বন্ধ।

     Educational planning and Centre-State relationship.

 উত্তৰ:-

৯। UGC

১০। MHRD

১১। NCERT

১২। SCERT

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Question of long answer)

    ১। শৈক্ষিক পৰিকল্পনাৰ সংজ্ঞা দিয়া আৰু পৰিসৰ বৰ্ণনা কৰা।

        Define educational planning and explain its scope.

    উত্তৰ:-

    ২। শৈক্ষিক পৰিকল্পনাৰ প্ৰকৃতি আৰু গুৰুত্ব আলোচনা কৰা।

        Discuss the nature and importance of educational planning.

     উত্তৰ:-

    ৩। শৈক্ষিক পৰিকল্পনাৰ প্ৰকাৰবোৰ ব্যাখা কৰা ।

         Describe the types of educational planning.

     উত্তৰ:- 


Post ID: DABP001908