প্ৰতিষ্ঠানিক পৰিকল্পনা 

(Institutional Planning)

প্ৰশ্নাৱলী 

(I) অতি চমু উত্তৰৰ প্ৰশ্ন ( Question of Very Short Answer)

    ১। প্ৰতিষ্ঠানিক পৰিকল্পনা কি ?

       What is institutional planning.

    উত্তৰ:-

  ২। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ সংজ্ঞা দিয়া। 

      Define institutional planning.

    উত্তৰ:-

৩। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা?

    Mention one characteristic of institutional planning.

  উত্তৰ:-

৪। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ এটা প্ৰকাৰ উল্লেখ কৰা।

    Mention one type of institutional planning.

  উত্তৰ:-

৫। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ এটা প্ৰয়োজনীয় দিশ উল্লেখ কৰা ।

    Mention one requisite step of institutional planning.

 উত্তৰ:-

৬। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ পৰিসৰ এটা দিশ উল্লেখ কৰা।

    Mention one aspect of scope of institutional planning.

  উত্তৰ:-

৭। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ এটা কাৰ্যপ্ৰণালী উল্লেখ কৰা.

    Mention one procedure of institutional planning.

উত্তৰ:-

৮। প্ৰতিষ্ঠানিক পৰিকল্পনা গুৰুত্বৰ এটা দিশ উল্লেখ কৰা। 

    Mention one aspect of importance of institutional planning.

 উত্তৰ:-

৯। সময়সূচী কি?

    What is time table?

 উত্তৰ:-

১০। সময়সূচীৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা।

     Mention one need of time table.

উত্তৰ:-

১১। সময়সূচী সংগঠনৰ এটা নীতি উল্লেখ কৰা।

      Mention one principle of time table construction.

 উত্তৰ:-

১২। শ্ৰেণী সময়সূচী কি?

     What is class time table?

 উত্তৰ:-

১৩। সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী কি?

      What is of co-curricular activities.

   উত্তৰ:- 

১৪। সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ গুৰুত্বৰ এটা দিশ উল্লেখ কৰা। 

       Mention one aspect of importance of co-curricular activities.

 উত্তৰ:- 

১৫। সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ সংগঠনৰ এটা নীতি উল্লেখ কৰা।

       Mention one principle of organising co-curricular activities .

 উত্তৰ:-

১৬। সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ সংগঠনত থকা এটা অসুবিধা উল্লেখ কৰা।

       Mention one defect in the organisation of co-curricular activities.

 উত্তৰ:-

(II) চমুটেকা লিখা (Write short notes)

    ১। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ অৰ্থ।

        Meaning of institutional planning.

    উত্তৰ:-

   ২। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ প্ৰকৃতি।

        Nature of institutional planning.

    উত্তৰ:-

   ৩। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ পৰিসৰ।

        Scope of institutional planning.

    উত্তৰ:-

   ৪। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ প্ৰকাৰসমূহ।

        Types of institutional planning.

    উত্তৰ:-

   ৫। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজনীয় দিশসমূহ। 

        Requistic steps of institutional planning.

    উত্তৰ:-

   ৬। আন্তঃগাঁথনিৰ বিকাশৰ বাবে প্ৰতিষ্ঠানিক পৰিকল্পনা। 

        Institutional planning for infrastructural development.

    উত্তৰ:-

   ৭। ব্যক্তিগত বিকাশৰ বাবে প্ৰতিষ্ঠানিক পৰিকল্পনা।

        Institutional planning for personnel development.

    উত্তৰ:-

   ৮। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ কাৰ্যপ্ৰণালী। 

        Procedure of institutional planning.

    উত্তৰ:-

   ৯। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ গুৰুত্ব।

        Importance of institutional planning.

    উত্তৰ:-

  ১০। বিদ্যালয় সময়সূচী। 

        School time table.

    উত্তৰ:-

  ১১। সময়সূচীৰ গুৰুত্ব।

        Importance of time table.

    উত্তৰ:-

 ১২। সময়সূচী গঠনৰ নীতিসমূহ।

        Principles of time table construction.

    উত্তৰ:-

  ১৩। সময়সূচীৰ প্ৰকাৰ।

        Types of time table.

   উত্তৰ:-

 ১৪। সহ-পাঠ্যক্ৰমিক কৰ্মসূচী।

        Co-curricular activities.

    উত্তৰ:-

 ১৫। সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ গুৰুত্ব।

        Importance of co-curricular activities.

    উত্তৰ:-

 ১৬। সহঃপাঠ্যক্ৰমিক কাৰ্যসূচী সংগঠনৰ নীতিসমূহ।

        Principle of organising co-curricular activities.

    উত্তৰ:-

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long Answer)

    ১। প্ৰতিষ্ঠানিক পৰিকল্পনা কি ? ইয়াৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা।

        What is institutional planning? Discuss about the scope.

      উত্তৰ:-

   ২। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ সংজ্ঞা দিয়া। ইয়াৰ পৰিসৰ বৰ্ণনা কৰা।       

       Define institutional planning. Describe its scope.

    উত্তৰ:-

   ৩। শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি বিকাশ আৰু ব্যক্তিগত বিকাশৰ বাবে কৰা প্ৰতিষ্ঠানিক পৰিকল্পনাৰ আলোচনা কৰা।

        Discuss about the institutional planning mode for infrastructural development and personnel development of an institution.

    উত্তৰ:-

   ৪। প্ৰতিষ্ঠানিক পৰিকল্পনা কিয় গুৰুত্বপূৰ্ণ ? বহলাই লিখা।

        Why institutional planning is important? Write elaborately.

    উত্তৰ:-

  ৫। প্ৰতিষ্ঠানিক পৰিকল্পনাৰ কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

       Describe the procedure of institutional planning.

    উত্তৰ:-

  ৬। এখন বিদ্যালয়ৰ বাবে সময়সূচী প্ৰস্তুত কৰাৰ বেলিকা তুমি মনত ৰাখিবলগীয়া নীতিবোৰৰ চমু বিৱৰণ দিয়া। 

      Outline the principles you will bear in mind while framing a time-table for a school>

    উত্তৰ:-

 ৭। বিদ্যালয়ৰ সময়সূচী বিভিন্ন ভাগবোৰ কি কি ? বিদ্যালয়ৰ সময়সূচীৰ প্ৰয়োজনীয়তা ব্যক্ত কৰা।

     What are the different types of school time table? Bring out the need of time-table of the school.

    উত্তৰ:-

 ৮। বিভিন্ন প্ৰকাৰৰ সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ বিষয়ে সেইবোৰৰ গুৰুত্ব সহিতে বাখ্যা কৰা।

      Explain the various types of co-curricular activities along with their relative importance.

    উত্তৰ:-

  ৯। এখন বিদ্যালয়ৰ শিক্ষক হিচাপে তুমি সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীবোৰ কেনেকৈ ব্যৱস্থাপিত কৰিব?

      How can you manage co-curricular activities as a teacher of a school?

    উত্তৰ:-

 ১০। মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক হিচাপে, তোমাৰ বিদ্যালয়ৰ সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীবোৰৰ সংগঠন কৰোঁতে কোনবোৰ নীতি তুমি মনত ৰাখিবা?

    As a head master of secondary school, what principles will you keep in mind while organising co-curricular activities in you school?

    উত্তৰ:-


Post ID: DABP001909