শৈক্ষিক বিত্ত আৰু ব্যৱস্থাপনাত সাম্প্ৰতিক ধাৰণা

(Financing of Education and Recent Trends in Management)


প্ৰশ্নৱালী 

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Question of Very Short Answer)

১। 'বিত্ত' শব্দটোৰ অভিধানিক অৰ্থটো লিখা।

    Write the dictionarical of the word 'finance'.

উত্তৰ:-

২। শৈক্ষিক বিত্ত বুলিলে কি বুজা ? 

    What is meant by educational finance?

উত্তৰ:-

৩। শৈক্ষিক বিত্তৰ যিকোনো এটা প্ৰকৃতি উল্লেখ কৰা।

    Mention any one nature of educational finance.

উত্তৰ:-

৪। শৈক্ষিক বিত্তৰ যিকোনো এটা নীতি লিখা।

    Write any one principle of educational finance.

উত্তৰ:-

৫। শৈক্ষিক বিত্তৰ বিত্ত কমিটীৰ যিকোনো এটা মুখ্য ভূমিকা লিখা।

    Mention any one major role of Educational Finance Committee.

উত্তৰ:-

৬। বিদ্যালয় ভাল নথি-পত্ৰৰ যিকোনো এটা বৈশিষ্ট্য লিখা।

    Write any one characteristic of good school records.

উত্তৰ:-

৭। যিকোনো এটা নথি-পত্ৰৰ প্ৰকাৰৰ নাম লিখা।

    Name any one type of school record.

উত্তৰ:-

৮। স্প্ৰীডশ্বীট ছফটৱেৰ কি?

    What is Spreadsheet Software?

উত্তৰ:-

৯। বাজেট কি?

    What is Budget?

উত্তৰ:-

১০। মানৱ শক্তিৰ বাজেট মানে কি? 

        What is manpower Budget?

   উত্তৰ:-

১১। বাজেটৰ গাঁথনিৰ উপাদান দুটা কি কি?

      What are the tow components of structure of Budget?

  উত্তৰ:-

১২। সমগ্ৰ গুণগত ব্যৱস্থাপনাৰ সংজ্ঞা দিয়া। 

      Define total quality management.

   উত্তৰ:-

১৩। সমগ্ৰ গুণগত ব্যৱস্থাপনাৰ এটা উপাদান উল্লেখ কৰা?

       Mention one element of total quality management. 

   উত্তৰ:-

১৪। SWOT ৰ সম্পূৰ্ণ আকাৰটো লিখা।

       Write the full from of SWOT.

  উত্তৰ:-

১৫। উদ্দেশ্য অনুসৰি ব্যৱস্থপনা মানে কি?

     What is meant by management by objective?

   উত্তৰ:-

(II) চমুটোকা লিখা (Write Short Notes on)

    ১। শৈক্ষিক বৃত্তিৰ ধাৰণা।

        Concept of educational finance.

    উত্তৰ:-

    ২। শৈক্ষিক বিত্তৰ প্ৰকৃতি।

        Nature of educational finance.

    উত্তৰ:-

    ৩। শৈক্ষিক বিত্তৰ নীতি।

        Principles of educational finance.

    উত্তৰ:-

    ৪। বাজেটৰ ধাৰণা।

        Concept of Budget.

    উত্তৰ:-

    ৫। বাজেটৰ উপাদান।

        Components of budget.

    উত্তৰ:-

    ৬। বাজেটৰ প্ৰকাৰবোৰ।

        Types of Budget.

      উত্তৰ:-

    ৭। শৈক্ষিক বিত্তৰ পৰিসৰ।

        Scope of educational finance.

    উত্তৰ:-

    ৮। বিত্তৰ কমিটীৰ ভূমিকা।

        Role of finance committee.

      উত্তৰ:-

    ৯। বিদ্যালয়ৰ ষ্টক ৰেজিষ্টাৰ।

        Stock Register of school.

    উত্তৰ:-

    ১০। সমগ্ৰ গুণগত ব্যৱস্থাপনা। 

          Total quality management.

      উত্তৰ:-

    ১১। সমগ্ৰ গুণগত ব্যৱস্থাপনাৰ উপাদানবোৰ।

        Elements of total quality of management.

    উত্তৰ:-

    ১২। SWOT বিশ্লেষণ। 

          SWOT Analysis.

    উত্তৰ:-

    ১৩। শৈক্ষিক বিত্তৰ উৎস।

         Sources of educational finance.

     উত্তৰ:-

    ১৪। বিত্ত ব্যৱস্থাপনাত কম্পিউটাৰৰ ভূমিকা।

         Role of Computer in management of finance.

       উত্তৰ:-

    ১৫। উদ্দেশ্য অনুসৰি ব্যৱস্থাপনা।

          Management by Objective.

      উত্তৰ:-

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer)

    ১। শৈক্ষিক বিত্ত বুলিলে কি বুজা ? শৈক্ষিক বিত্তৰ প্ৰকৃতিসমূহ আলোচনা কৰা।

        What is meant by educational finance? Discuss the nature of educational finance..

    উত্তৰ:-

    ২। 'শৈক্ষিক বিত্ত'ৰ অৰ্থ লিখা। শৈক্ষিক বিত্তৰ পৰিচালনাৰ বাবে কেনেধৰণৰ নীতি গ্ৰহণ কৰিব লাগে বাখ্যা কৰা।

        Write the meaning of 'Educational Finance'. what types principles should be adopted in managing educational finance- Explain.

    উত্তৰ:-

    ৩। শৈক্ষিক বিত্তৰ পৰিসৰ সম্পৰ্কে বহলাই আলোচনা কৰা ।

        Write the elaborately about the scope of Educational Finance.

    উত্তৰ:-

    ৪। শিক্ষানুষ্ঠানত নথিপত্ৰ সংৰক্ষণ বা লিপিবদ্ধ কৰা প্ৰয়োজনীয়তা সমূহ আলোচনা কৰা। 

        Discuss about the needs of maintaining records in school.

    উত্তৰ:-

    ৫। বিদ্যালয় ভাল অভিলেখ বা নথিপত্ৰৰ বৈশিষ্ট্যসমূহ কি কি আলোচনা কৰা?

        Discuss about the characteristics of good school records.

    উত্তৰ:-

    ৬। শিক্ষানুষ্ঠানৰ নথিপত্ৰৰ প্ৰকাৰসমূহ বহলাই লিখা।

        Write the elaborately about the types of school records.

     উত্তৰ:-

    ৭। শৈক্ষিক বিত্ত সম্পৰ্কীয় নথিপত্ৰ কেনেদৰে সংৰক্ষণ কৰা হয়।

        How to maintain records of Educational Finance.

    উত্তৰ:-

    ৮। বিত্তৰ ব্যৱস্থাপনাত কম্পিউটাৰৰ ভূমিকা আলোচনা কৰা। 

        Explain the role of computer in management of finance.

     উত্তৰ:-

    ৯। বাজেট প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া আলোচনা কৰা। 

        Discuss the process of preparing budget.

    উত্তৰ:-

    ১০। শৈক্ষিক ব্যৱস্থাপনা যিকোনো দুটা সাম্প্ৰতিক ধাৰাৰ বিষয়ে বৰ্ণনা কৰা।

         Describe any two modern trends of educational management.

    উত্তৰ:- 



 Post ID: DABP001905