অয় অয় আকাশ শুব


অয়, অয় আকাশ শুব

অয় অয় বতাহ শুব

দিগন্ততে হাহাকাৰ হ'ব

সময়ে যেন স্তব্ধ হয়, হয়

ভীত হয়, হয়

চকুলো শিল হ'ব

অয় অয় সময় শুব।।

পাপ যদি বেয়া, কামনা কিয় দিলে

দিলে, দিলে?

মোহ যদি বেয়া, বিৰহ কিয় দিলে

দিলে, দিলে?

ভাঙন যদি বেয়া, বিৰহ কিয় দিলে

দিলে, দিনে?

তাৰ সমিধান কোনে দিব

কোনে দিব?

অয় অয় সময় শুব।।

সাঁথৰভৰা নিশা মোৰ সোণ শুব।

কথা ঃ বৈধ্য কি, অবৈধ কি?

বৈধ্য কি? অবৈধ কি?? প্ৰশ্ন হ'ব।।

দিগন্ততে হাহাকাৰ হ'ব।

দিগন্ততে হাহাকাৰ হ'ব।।

    Type - Susmita Kakati


Post Id: DABP002926