অপৰূপা অপৰূপা!


অপৰূপা! অপৰূপা !!
অসমীৰ নীল-নভত।।
তুমি এক বিন্দ অনন্ত

               অপৰূপা
               তুমি মুক্ত, তুমি ম্য়াক্ত
               অনুভৱ জানো তুমি কৰা নাই!
অপৰূপা! অপৰূপা !!

মকৰা জালক ভাঙিলা সজা
পাতলালোঁ তুমি দুখৰ বোজাট
পলাতকা হৈ এতিয়া কিয়নো
বিহঙ্গ হ'ব খোজা।।
মাটিৰ মধু জানো দেখা নাই।।

            তোমাৰ হাতৰ মুঠিতে আছে
            তোমাৰ জীৱন ৰথ
            ভাঙিব পাৰোঁ, গঢ়িব পাৰাঁ
            তোমাৰেই নিজা পথ।
            তোমাৰ যুক্তি হেৰোৱা নাই।।
            অপৰূপা! অপৰূপা!!
Type Susmita kakati



Post Id: DABP002635