সেউজীয়া সেউজীয়া 

 সেউজীয়া সেউজীয়া 

লানিকৈ ৰুলে ঐ গছৰ শাৰী

সেউজীয়া গছতে সোণৰ গুটি।

সেউজী গছতে সোণৰ গুটি লাগে

হীৰা ফুলে মাৰে পোহৰ ছাটি

সেউজী গছতে সোণৰ গুটি।

ভাটি দেশৰে কুলি ছোৱালী অ'

টুকুৰীত ভৰাবি কোমল পাতে

ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে

আঙুলি বোলাবি পাতে পাতে।

খৰকৈ বোলাবি অ' তই

লাখো লাখ টকাৰে মোকো নাটে

আঙুলি বোলাবি পাতে পাতে।

চাহৰে বাগিচা নহয় মোৰ দেউতা 

ৰূপৰে বাগিছা আছে ফুলি

সোউজী গছতে সোণৰ গুটি।


Type by Dipawali Bora 



Post Id:DABP002552