অধ্যায় ৫

জন ডিউি আৰু মোডাম মৰিয়া মন্টেশ্বৰীৰ শৈক্ষিক চিন্তাধাৰা 


প্রশ্নাৱলী

(১) অতি চমু উত্তৰ দিয়া (Give very short answer)

(i) জন ডিউইৰ জন্ম কেতিয়া হৈছিল?

When was John Dewey born?

Ans-


(ii) কোনখন বিশ্ববিদ্যালয়ৰ পৰা জন ডিউইৱে পি.এইচ.ডি ডিগ্রী লাভ কৰিছিল? 

From which university did John Dewey receive his Ph. D. Degree?

Ans-


(iii) জন ডিউই ৰুছোৰ প্ৰকৃতিবাদৰদ্বাৰা প্ৰভাৱিত হৈছিল। (শুদ্ধ নে অশুদ্ধ লিখা)

John Dewey was influenced by Rosseau's Naturalism. (Write true or false)

Ans-


 (iv) শিক্ষা জীৱনৰ বাবে প্রস্তুতি নহয় বৰং শিক্ষাই              । (খালী ঠাই পূৰণ কৰা) 

Education is not preparation of life but education is                (Fill in the blanks)


(v) জন ডিউইৰ মতে শিক্ষাৰ পক্ষ দুটা কি কি? 

What are the two poles of education according to John Dewey?

Ans-


(vi) শিক্ষা হ'ল পুনৰ নিৰ্মাণ। (খালী ঠাইপূৰ কৰা)

 Education is reconstruction of                (Fill in the gap)


(vii) ডিউইয়ে বিশ্বাস কৰে যে সত্যতা পৰিৱৰ্তনশীল। (শুদ্ধ নে অশুদ্ধ লিখা) 

Dewey believed that truth is changeable. (Write true or false)!

Ans-


 (viii) ডিউইৱে কাক ভগৱানৰ প্ৰকৃত দূত হিচাপে গণ্য কৰিছিল?

Whom did John Dewey regard as the 'Prophet of the true God"?

Ans-


 (ix) মণ্টেশ্বৰীৰ জন্ম কেতিয়া হৈছিল?

When was Montessori born?

Ans-


(x) Discovery of the child' গ্ৰন্থখনৰ লিখক কোন?

Who was the writer of the book 'Discovery of the child"?

Ans-


(xi) মণ্টেশ্বৰী এগৰাকী বৈজ্ঞানিক আছিল। (শুদ্ধনে অশুদ্ধ লিখা)

Montessori was a scientist. (Write true or false)

Ans-


 (xii) আত্ম শিক্ষা কি?

What is auto education?

Ans-


(xiii) শিশুগৃহ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

In which year, Children's House was established?

Ans-


(xiv) মণ্টেশ্বৰীয়ে কল্প কাহিনী                কৰিছিল। (খালী ঠাই পূৰণ কৰা)

Montessori             fairy tales. (Fill in the gap)


(xv) মণ্টেশ্বৰী পদ্ধতিৰ এটা সুবিধা উল্লেখ কৰা।

Mention one merit of Montessori method.

Ans-


(২) তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া (Write short answer of the following)


(i) চিন্তন সম্বন্ধে জন ডিউইৰ ধাৰণা লিখা।

Write about the concept of thinking according to John Dewey.

Ans-


(ii) লেৱৰটৰী বিদ্যালয় কি?

What is laboratory school?

Ans-


(iii) জন ডিউইৰ মতে শিক্ষাদান পদ্ধতি

Method of teaching according to John Deway.

Ans-


(vii) জন ডিউইৰ বিদ্যালয়ৰ ধাৰণা 

John Dewey's concept of school.

Ans-


(viii) জন ডিউইৰ শিক্ষা দর্শন 

Educational philosophy of John Dewey. 

Ans-


(ix) মন্টেশ্বৰী আৰু শিক্ষাৰ লক্ষ্য।

Montessori and aims of education.

Ans-


(x) শিক্ষক সম্বন্ধে মণ্টেশ্বৰীৰ দৃষ্টিভংগী। 

Montessori's viewpoint about teacher.

Ans-


(xi) পাঠ্যক্ৰম সম্বন্ধে মণ্টেশ্বৰীৰ মতামত।

Curriculum according to Montessori. 

Ans-


(xii)মণ্টেশ্বৰীৰ জীৱন দৰ্শন। 

Philosophy of life of Montessori.

Ans-


(8) উত্তৰ লিখা (Write answer)


(i) “ডিউইৰ বাবে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয় বৰং শিক্ষাই জীৱন”—আলোচনা কৰা। 

"For Dewey, education is not preparation for life but it is life"-discuss.

Ans- 


(ii) ডিউইৰ শিক্ষা দৰ্শনৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

Discuss about the features of Dewey's education          

Ans-


(iv) ডিউইৰ জীৱন দৰ্শন আলোচনা কৰা।

Discuss about the life of philosophy of Dewey.       

Ans- 


(v) আত্ম নির্দেশনামূলক সজুঁলি বুলিলে কি বুজা? ইন্দ্ৰিয় শিক্ষাদানৰ বাবে এই সজুঁলিবোৰ

কিদৰে প্ৰয়োগ কৰা হয় লিখা।

What is meant by Didactive apparatus? How these apparatus are used in sense training. 

Ans-


(vi) “শিশুৰ ইন্দ্ৰিয় প্রশিক্ষণত মেডাম মণ্টেশ্বৰীয়ে আত্ম-শিক্ষাত গুৰুত্ব দিছিল।”—শিশুৰ শিক্ষাত ইন্দ্রিয় প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰৰ উক্তিটো বৰ্ণনা কৰা। 

"Medam Montessori emphasised upon Auto Education of the child through sense training." Explain the statement showing the importance of sense-training for education of the children.

Ans-


(vii) আধুনিক শিক্ষাৰ প্ৰতি মণ্টেশ্বৰীৰ অৱদান আলোচনা কৰা। 

Discuss the contribution of Montessori towards modern education.

Ans-


Question Type By Parina Hazarika



Post ID: DABP002194