Chapter-4
সামাজিক ন্য়ায়
1. প্রত্যেককে নিজৰ প্ৰাপ্য আদায় দিয়াৰ অৰ্থ কি? সময়ৰ লগে লগে প্ৰত্যেকৰে নিজ প্রাপ্য আদায় দিয়াৰ অৰ্থ কেনেদৰে সলনি হৈছে।
উত্তৰঃ
2. এই অধ্যায়ত উল্লেখ কৰা ন্যায়ৰ তিনিটা নীতি চমুকৈ আলোচনা কৰা। প্ৰত্যেকটো উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ
(১) সমানুপাতিক ন্য়ায়ঃ- সম-ব্য়ৱহাৰেই কেৱল ন্য়ায়ৰ একমাত্ৰ নীতি নহয়। কেতিয়াবা এনেকুৱা ঘটনা ঘটে, য'ত আমি অনুভৱ কৰো যে সকলোৰে প্ৰতি সম-ব্য়ৱহাৰ কৰাটো অন্য়ায়হে। উদাহৰণ- বিদ্য়ালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে, একেখন বিদ্য়ালয়ৰ হোৱাৰ বাবে পৰীক্ষাত সমান নম্বৰ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়, তেন্তে তোমাক আঘাত দিবনে।
(২) ন্য়ায় বিতৰণঃ- এখন সমাজত সামাজিক ন্য়ায় প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰে চাব লাগে যাতে আইন আৰু চৰকাৰী নীতি নিৰপেক্ষভাৱে উপলদ্ধ হয়।
(৩) ৰাউলছৰ ন্য়ায় তত্ত্বঃ- যদি মানুহক সোধা যায় তোমালোকে কেনেকুৱা সমাজত বাস কৰিব বিচাৰে, তেতিয়া তেওঁলোকে নিশ্চয়কৈ এনে এখন সমাজত থকাৰ ইচ্ছা প্ৰকাশ কৰিব ষিখন সমাজৰ পৰা সামাজিক নীতি আৰু সংগঠন সমূহৰ পৰা তেওঁলোক লাভান্বিত হ'ব।
3. মানুহৰ বিশেষ প্ৰয়োজন নীতিৰ সৈতে সকলোকে সম-ব্যৱহাৰ কৰা নীতিৰ বিবাদ থকা বুলি ভাবানে?
উত্তৰঃ
4. ন্যায্য আৰু ন্যায়সংগত বিতৰণ প্ৰক্ৰিয়াটো যুক্তিসংগত কৰিবৰ বাবে ৰাউলছে কেনেকৈ ‘অজ্ঞানতাৰ আৱৰণ' নীতি ব্যৱহাৰ কৰিছে।
উত্তৰঃ
5. এজন সুস্থ আৰু উৎপাদনশীল মানুহ হিচাপে জীয়াই থাকিবৰ বাবে প্রাথমিক ন্যূনতম প্রয়োজনসমূহ কি কি? এই ন্যূনতম সুবিধাসমূহ সকলোৰে বাবে নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কি দায়বদ্ধতা আছে?
উত্তৰঃ
6. সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা সমূহ প্ৰদান কৰিবৰ বাবে তলৰ কোনবোৰ যুক্তি চৰকাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়া উচিত?
(a) দুখীয়া আৰু প্ৰয়োজনীয় লোকসকলক বিনামূলীয়া সেৱা প্ৰদান কৰাটো ধর্মীয় কাম হিচাপে ন্যায়সংগত বুলি গণ্য কৰা।
উত্তৰঃ
(b) সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা প্ৰদান কৰাটো সকলো লোককে সমান সুবিধা প্ৰদান কৰাৰ এক উপায়?
উত্তৰঃ
(c) কিছুমান মানুহ জন্মগতভাৱে এলেহুৱা আৰু আমি তেওঁলোকৰ প্ৰতি দয়ালু হ'ব লাগে।
উত্তৰঃ
(d) সকলো লোকৰ বাবে প্রাথমিক সুবিধাসমূহ আৰু ন্যূনতম জীৱন ধাৰণৰ ন্যূনমান নিশ্চিত কৰাটোৱে মানৱতাবোধ আৰু মানৱ অধিকাৰক স্বীকৃতি প্ৰদান কৰা বুজায়।