Chapter-3
সমতা
১. কিছুমানে যুক্তি দর্শায় যে অসমতা প্রাকৃতিক। আনহাতে আন কিছুমানে দৃঢ়তাৰে কয় যে সমতাহে প্রাকৃতিক আৰু আমি আমাৰ চাৰিওফালে লক্ষ্য কৰা অসমতাবোৰ সমাজৰ সৃষ্টি। তুমি কোনটো মতক সমৰ্থন কৰা? যুক্তি দশোৱা।
উত্তৰঃ মই প্ৰথম যুক্তিটো সমৰ্থন কৰিছো।
ৰাজনৈতিক তত্ত্বত কেতিয়াবা প্রাকৃতিক অসমতা আৰু সমাজসৃষ্ট অসমতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা হয় ৷ প্রাকৃতিক অসমতাবোৰ হ'ল যিবোৰ মানুহৰ মাজত সৃষ্টি হয় তেওঁলোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিভিন্নতাৰ বাবে। এনেকুৱা অসমতা সমাজসৃষ্ট অসমতাতকৈ পৃথক, যিবোৰ সৃষ্টি হয় এখন সমাজত, কিছুমান গোষ্ঠীক আনে শোষণ কৰাৰ বাবে সুযোগ-সুবিধাৰ অসমতাৰ বাবে।
২. এটা মত আছে যে চৰম অর্থনৈতিক সমতা সম্ভৱো নহয়, বিচাৰিবও নোৱাৰি। এইটো যুক্তি দৰ্শোৱা হয় যে সমাজে খুব বেছি কৰিব পৰাখিনি হ’ল যে সমাজত থকা ধনী আৰু দুখীয়া লোকৰ মাজত থকা ব্যৱধানখিনি কমাবলৈ চেষ্টা কৰিব পাৰে। তুমি সন্মতনে?
উত্তৰঃ মই এই বাক্য় শাৰী সন্মত।
৩. তলৰ ধাৰণাসমূহ উপযুক্ত উদাহৰণৰ সৈতে মিলোৱা :
(a) ইতিবাচক কার্য (i) প্রত্যেক প্রাপ্তবয়স্ক নাগৰিকৰে ভোটদানৰ অধিকাৰ আছে।
(b) সুযোগৰ সমতা (ii) বেঙ্কে জ্যেষ্ঠ নাগৰিকক বেছি হাৰত সুদ দিব বিচাৰে।
(c) সম-অধিকাৰ (iii) প্ৰত্যেক শিশুৱেই বিনামূলীয়া শিক্ষা পোৱা উচিত।
উত্তৰঃ
৪. কৃষকৰ সমস্যাৰ ওপৰত এটা চৰকাৰী প্ৰতিবেদনত কৈছে যে ক্ষুদ্ৰ আৰু দুখীয়া কৃষকে বজাৰৰ পৰা ভাল মূল্য পাব নোৱাৰে। ই পৰামৰ্শ দিয়ে যে চৰকাৰে ক্ষুদ্ৰ আৰু দুখীয়া কৃষকে ভাল মূল্য পোৱাটো নিশ্চিত কৰিবৰ বাবে হস্তক্ষেপ কৰা উচিত। এই পৰামৰ্শটো সমতাৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণনে?
উত্তৰঃ
৫. তলৰ কোনবোৰে সমতাৰ নীতি ভঙ্গ কৰিছে? আৰু কিয় ?
(a) প্ৰত্যেক শিশুৱে ক্লাছত নাটকৰ মূল অংশ সলাই পঢ়িব।
উত্তৰঃ
(b) কানাডাৰ চৰকাৰে বগা ইউৰোপীয়সকলক দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা ১৯৬০ চনলৈ প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰিছিল।
উত্তৰঃ
(c) জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে'লৰ আসন সংৰক্ষণৰ এটা পৃথক বিভাগ আছে।
উত্তৰঃ
(d) কিছুমান জনজাতীয় সম্প্ৰদায়ৰ বাবে কিছুমান বনাঞ্চলত সোমোৱাটো সংৰক্ষিত কৰা হৈছে।
উত্তৰঃ
৬. মহিলাৰ ভোটাধিকাৰৰ সপক্ষে ইয়াত কিছুমান যুক্তি আগবঢ়োৱা হৈছে। ইয়াৰ কোনবোৰ সমতাৰ আদৰ্শৰ সৈতে সংগতিপূর্ণ? যুক্তি আগবঢ়োৱা।
(a) মহিলাসকল আমাৰ মাতৃ । আমি আমাৰ মাতৃসকলক তেওঁলোকৰ ভোটাধিকাৰ অস্বীকাৰ কৰি অসন্মান কৰিব নালাগে।
উত্তৰঃ
(b) চৰকাৰৰ সিদ্ধান্তই পুৰুষৰ লগে লগে মহিলাৰ ওপৰতো প্ৰভাৱ পেলায়, সেইকাৰণে নেতাসকলক নির্বাচন কৰোঁতে তেওঁলোকৰে মতামতৰ অধিকাৰ থকা উচিত।
উত্তৰঃ
(c) মহিলাক ভোটাধিকাৰ প্ৰদান নকৰিলে ই পৰিয়ালত অনৈক্যৰ সৃষ্টি কৰিব।
উত্তৰঃ
(d) মানৱ সমাজৰ আধাসংখ্যক মহিলা। তেওঁলোকৰ ভোটাধিকাৰ অস্বীকাৰ কৰি তুমি তেওঁলোকক বহু দিনলৈ বশীভূত কৰি ৰাখিব নোৱাৰিবা
উত্তৰঃ
Question Type By- Maiur Rani Kashyap
Post Id:DABP002360