অধ্য়ায়ঃ ১

সমষ্টিবাদী অৰ্থনীতি ঃ সূচনা

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) অৰ্থনৈতিক গোট (Economic units);

Ans.


(খ) মহামন্দাৱস্থা (The great depression);

Ans.


(গ) অদৃশ্য়া হাত (Invisible hand);

Ans.


(ঘ) সাধাৰণ ভাৰসাম্য় (General equilibrium)

Ans.


(ঙ) সমষ্টিবাদী অৰ্থনীতি (Macroeconomics);

Ans.


(চ) পুঁজিবাদ (Capitalism)।

২। ব্য়ষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য় ব্য়াখ্য়া কৰা।

Ans.


৩। এডাম স্মিথৰ মতে সৰ্ব্বোচ্চ সামাজিক কল্য়াণ কিদৰে সাধিত হয়?

Ans.


৪। কেইনচৰ অৰ্থনৈতিক বিশ্লেষণত ৰাষ্ট্ৰৰ ভূমিকাক কিদৰে গ্ৰহণ কৰা হৈছে?

Ans.


৫। পুঁজিবাদী অৰ্থনৈতিক যিকোনো এটা মূল বৈশিষ্ট্ৰ উল্লেখ কৰা।

Ans.


৬। ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক ব্য়ৱস্থাত প্ৰধানকৈ কেইটা খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকৈ পালন কৰে আৰু খণ্ডকেইটা কি কি?

Ans.


৭। সমষ্টিবাদী অৰ্থবিজ্ঞান কি?

Ans.


৮। সমষ্টিবাদী অৰ্থনীতিৰ দুটা মূল বৈশিষ্ট্য় উল্লেখ কৰা।

Ans.


Question Type By - Kishor Nath



Post Id:DABP002378