অধ্য়ায়ঃ ২

জাতীয় আয় আৰু অন্য়ান্য় ধাৰণা

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) সৰ্বমূঠ ঘৰুৱা উৎপাদন;

উত্তৰঃ


(খ) সৰ্বমুঠ জাতীয় উৎপাদন;

উত্তৰঃ


(গ) শুদ্ধ ঘৰুৱা উৎপাদন;

উত্তৰঃ


(ঘ) শুদ্ধ ঘৰুৱা উৎপাদন;

উত্তৰঃ


(ঙ) ক্ষয় ক্ষতিৰ বানচ;

উত্তৰঃ


(চ) উৎপাদন খৰচভিত্তিক জাতীয় আয়;

উত্তৰঃ


(ছ) বজাৰ মূল্য়ভিত্তিক জাতীয় আয়;

উত্তৰঃ


(জ) অন্তিম ব্য়ৱহাৰোপযোগী দ্ৰৱ্য়;

উত্তৰঃ


(ঝ) মধ্য়বৰ্তী ব্য়ৱহাৰোপযোগী দ্ৰব্য়;

উত্তৰঃ


(ঞ) সৰ্বমুঠ বিনিয়োগ;

উত্তৰঃ


(ট) প্ৰবাহ;

উত্তৰঃ


(ঠ) ব্য়ক্তিগত আয়;

উত্তৰঃ


(ড) কৰ-প্ৰদানোওৰ আয়;

উত্তৰঃ


(ঢ) জনমূৰি আয়;

উত্তৰঃ


(ণ) অবণ্টিত মুনাফা বা লাভ;

উত্তৰঃ


(ত) প্ৰকৃত সৰ্বমুঠ ঘৰুৱা উৎপাদন;

উত্তৰঃ


(থ) সৰ্বমুঠ বিনিয়োগ;

উত্তৰঃ


(দ) শুদ্ধ বিনিয়োগ;

উত্তৰঃ


(ধ) শাৰীবদ্ধ উৎপাদন প্ৰণালী;

উত্তৰঃ


(ন) মজুত ভাণ্ডাৰ;

উত্তৰঃ


(প) জাতীয় ব্য়য়যোগ্য় আয়;

উত্তৰঃ


(ফ) জাতীয় আয়;

উত্তৰঃ


২। আয়ৰ বৃত্তাকাৰ প্ৰবাহ কি?

উত্তৰঃ

৩। জাতীয় আয় গণনাৰ পদ্ধতিসমূহ কি কি? তাৰে যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা।

উত্তৰঃ


৪। জাতীয় আয় বৃদ্ধি হ'লে ৰাষ্ট্ৰীয় কল্যাণ বৃদ্ধি হোৱাটো বুজাইনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা।

উত্তৰঃ

৫। মুঠ ঘৰুৱা উৎপাদন (GDP)-ৰ দেশ এখনৰ জনসাধাৰণৰ কল্যাণৰ মাপৰ সূচক বুলি গণ্য কৰাটো কিয় শুদ্ধ নহয় আলোচনা কৰা।

উত্তৰঃ


৬। মুঠ ঘৰুৱা উৎপাদন গণনাৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা। (উঃ মাঃ ২০১৩)

উত্তৰঃ


৭। মুঠ ঘৰুৱা উৎপাদন (GDP) গণনাৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ


৮। মুঠ ঘৰুৱা উৎপাদনৰ পৰা মুঠ জাতীয় উপাদান কেনেদৰে নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ


৯। চূড়ান্ত দ্ৰৱ্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ


১০। মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ

১১। ভোগ্য দ্ৰৱ্য আৰু মূলধনী দ্ৰৱ্যৰ পাৰ্থক্য লিখা।

উত্তৰঃ


১২। ঘৰুৱা খণ্ড আৰু ব্যৱসায় প্রতিষ্ঠান—এই দ্বি-খণ্ডযুক্ত এটা সৰল অৰ্থব্যৱস্থাত আয়ৰ চক্ৰীয় প্ৰৱাহ ব্যাখ্যা কৰা।

উত্তৰঃ


১৩। বিনিয়োগ কি? মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগৰ মাজত পাৰ্থক্য দেখুওৱা। উত্তৰঃ


১৪। ব্যাখ্যা কৰাঃ

C+1+G+X-N

উত্তৰঃ


১৫। ধৰা হ'ল এখন দেশৰ বজাৰ দৰত প্ৰকৃত জাতীয় উৎপাদন (NNPMP) ₹1600 কোটি। যদি মুঠ পৰোক্ষ কৰ ₹ 100 কোটি আৰু মুঠ ৰাজ সাহায্য ৪০ কোটি হয়, দেশ খনৰ জাতীয় আয়ৰ পৰিমাণ নিৰ্ণয় কৰা।

উত্তৰঃ


১৬। উৎপাদনৰ উপাদান চাৰিটা কি কি? সিহঁতৰ প্ৰত্যেকৰে পাৰিশ্ৰমিকৰ নাম লিখা।

উত্তৰঃ


১৭। মুঠ ঘৰুৱা উৎপাদনৰ সংকোচক কি? ১৮। ব্যক্তিগত ব্যয়যোগ্য আয় কি?

উত্তৰঃ

১৯। ধৰা হ'ল এটা নিৰ্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত GDPMP ৰ পৰিমাণ 1100 কোটি। বিদেশৰ পৰা হোৱা উপাদানৰ প্ৰকৃত আয় (NFIA) 100 কোটি, শুদ্ধ পৰোক্ষ কৰৰ পৰিমাণ 150 কোটি আৰু জাতীয় আয়ৰ পৰিমাণ 850 কোটি হ'লে ক্ষয়ক্ষতিৰ সৰ্বমুঠ মূল্য কিমান হ'ব গণনা কৰা।

উত্তৰঃ


২০। মধ্যবর্তী সামগ্রী, অস্তিম সামগ্রী, ভোগ্য সামগ্ৰী আৰু বিনিয়োগ সামগ্ৰীৰ সংজ্ঞা দিয়া।

উত্তৰঃ


২১। গৃহস্থী আৰু ব্যবসায় প্রতিস্থান—এই দ্বি-খণ্ডযুক্ত এটা সৰল অর্থব্যবস্থাত আয়ৰ চক্রীয় প্রবাহ ব্যাখ্যা কৰা।

উত্তৰঃ


২২। এখন দেশৰ কল্যাণৰ সূচক হিচাপে GDP-ক ব্যবহাৰ কৰাৰ কিছুমান সীমাবদ্ধতা লিখা।

উত্তৰঃ

২৩। কি অবস্থাত এখন দেশৰ GDP, GNP ৰ সমান হব পাৰে?

উত্তৰঃ


২৪। হস্তান্তৰিত পৰিশোধ কি?

উত্তৰঃ

২৫। আয়ৰ চক্ৰীয় প্ৰবাহত উদ্ভৱ হোৱা যিকোনো দুটা সুৰঙাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

২৬। এখন তিনিটা খণ্ডযুক্ত অৰ্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহৰ বিবৰণ দিয়া।

উত্তৰঃ

২৭। মুঠ ঘৰুৱা উৎপাদন গণনাৰ ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ

২৮। মধ্যৱৰ্তী দ্ৰৱ্যৰ সংজ্ঞা লিখা। মধ্যবর্তী দ্ৰৱ্য্যসমূহ কিদৰে মূলধনী দ্ৰৱ্যৰ পৰা পৃথক?

উত্তৰঃ

২৯। জি ডি পিৰ সংজ্ঞা লিখা। জিডিপিক দেশ এখনৰ কল্যাণসূচকৰূপে ব্যৱহাৰ কৰিব পাৰিনে?

উত্তৰঃ


৩০। মূল্য সংযোজন পদ্ধতিৰে জাতীয় আয় গণনা কৰাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।

উত্তৰঃ


৩১। মূল্য সংযোজন পদ্ধতিৰে জাতীয় আয় গণনা কৰাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।

অথবা

তলৰ তথ্যৰ পৰাঃ (i) উপাদান ব্যয়ত মুঠ/স্থুল ঘৰুৱা উৎপাদন (GDPPC)।

(ii) বজাৰ দৰত মুঠ/স্থূল জাতীয় উৎপাদন (GNPMP)

(iii) উপাদান ব্যয়ত নিগুট/প্রকৃত জাতীয় উৎপাদন ( NNPFC গণনা কৰা।

(a) উপভোগ ব্যয়                                                    : 2,000 কোটি টকা (b) বিনিয়োগ ব্যয়                                                    :1,200 কোটি টকা (c) চৰকাৰী ব্যয়                                                       :450 কোটি টকা (d) ৰপ্তানি ব্যয়                                                         :80 কোটি টকা (e) আমদানি                                                           :95 কোটি টকা (f) বিদেশৰ পৰা নিগুট উপাদান আয়                     :60 কোটি টকা (g) পৰোক্ষ কৰ                                                        :90 কোটি টকা (h) ৰেহাই                                                                 :80 কোটি টকা (i) অৱক্ষয়                                                               :30 কোটি টকা


Question Type By - Kishor Nath




Post Id:DABP002379