অধ্য়ায়ঃ ৩

আয় আৰু নিয়োগ নিৰ্ধাৰণ

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) প্ৰান্তিক উপভোগ প্ৰবণতা;

উত্তৰঃ

(খ) স্বয়ংচালিত বিনিয়োগ;

উত্তৰঃ

(গ) সক্ৰিয় চাহিদা।

উত্তৰঃ

২। ছেৰ /বিধি কি?

উত্তৰঃ

৩। গড় ভোগস্পৃহা আৰু প্ৰান্তিক উপভোগ প্ৰৱণতা পাৰ্থক্য় চিত্ৰৰ সহায়ত ব্য়াখ্য়া কৰা।

উত্তৰঃ

৪। "প্ৰন্তিক ভোগস্পৃহা একতকৈ কম"। ব্য়াখ্য়া কৰা।

উত্তৰঃ

৫। বিনিয়োগ গুণক কি? উদাহৰণ সহায়ত ব্য়াখ্য়া কৰা।

উত্তৰঃ

৬। চিত্ৰৰ সহায়ত বিনিয়োগ গুণকৰ ধাণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ

৭। পুঁজিৰ প্ৰান্তিক উৎপাদন ক্ষমতাৰ ধাৰণাটো ব্য়াক্য়া কৰা।

উত্তৰঃ

৮। নিম্ন পূৰ্ণ নিয়াগ ভাৰসাম্য় কি? সক্ৰিয় চাহিদাই কিদৰে পূৰ্ণ নিয়োগ ভাৰসাম্য় সৃষ্টি কৰে চিত্ৰৰ সহায়ত ব্য়াখ্য়া কৰা।

উত্তৰঃ

৯। কেইন্ছৰ জাতীয় আয় আৰু নিয়োগ নিৰ্ধাৰণ তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃ

১০। স্বতন্ত্ৰ বিনিয়োগ আৰু অভিপ্ৰেত বিনিয়োগৰ পাৰ্থক্য় লিখা।

উত্তৰঃ

১১। প্ৰান্তিক সঞ্চয় প্ৰৱণতা কি?

উত্তৰঃ

১২। এজন ব্য়ক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমান 500 টকা আৰু তেওঁৰ ব্য়ক্তিগত ব্য়য়যোগ আয় 5000 টকা। ব্য়ক্তিজনৰ প্ৰান্তিক ভোগ প্ৰৱণতা 0.8 হ'লে, সামগ্ৰিক ভোগৰ পৰিমাণ গণনা কৰা।

উত্তৰঃ

১৩। বিনিয়োগ ঘুণক কি? এটা চিত্ৰ সহায়ত ইয়াক ব্য়াখ্যা কৰা।

উত্তৰঃ

১৪। বিনিয়োগ গুণক আৰু প্ৰান্তিক ভোগ প্ৰৱণতাৰ মাজত সম্পৰ্ক ব্য়াখ্য়া কৰা।

উত্তৰঃ

১৫। অৰ্থনীতি এখনৰ প্ৰান্তিক উপভোগ ( MPC) হ'ল 0.8 আৰু ধৰা হওক, ইয়াত অতিৰিক্ত 500 কোটি টকা বিনিয়োগ কৰা হয়। অৰ্থনীতিখনত কিমান পৰিমাণৰ নতুন আয়ৰ উৎপত্তি  হ'ব?

উত্তৰঃ

১৬। স্বতন্ত্র ভোগ ব্যয় মানে কি?

উত্তৰঃ ১৭। আয় আৰু নিয়োগ নিৰ্দ্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া। উত্তৰঃ ১৮। প্রত্যাশিত আৰু প্ৰকৃত (শেহান্ত) বিনিয়োগৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ ১৯। স্বতন্ত্র বিনিয়োগ আৰু ভোগ ব্যয় 50 কোটি, প্রান্তিক সঞ্চয় প্রবণতা 0.2 আৰু আয় স্তৰ 4000 কোটি হ'লে প্রত্যাশিত সামগ্রিক চাহিদাৰ পৰিমাণ কিমান হ'ব উলিওৱা। এনে অবস্থাত অর্থনীতি ভাৰসাম্যত আছেনে? কাৰণ দৰ্শোৱা।

উত্তৰঃ ২০। এটা অৰ্থব্যৱস্থাত স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 কোটি টকা আৰু মুঠ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 কোটি টকা। প্রান্তিক উপভোগ প্রবণতা ০-৪ হ'লে, অৰ্থব্যৱস্থাটোৰ সামগ্ৰিক ভোগৰ পৰিমাণ গণনা কৰা।

উত্তৰঃ ২১। বিনিয়োগ গুণক কি? বিনিয়োগ গুণক আৰু প্রান্তিক উপভোগ প্রবণতাৰ মাজৰ সম্পটো লিখা।

উত্তৰঃ ২২। এখন অর্থনীতিত প্রান্তিক উপভোগ প্রবণতাৰ মান 0-4। অর্থনীতিখন নতুনকৈ 500 কোটি টকা আয় প্রবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন, হব?

উত্তৰঃ ২৩। সামগ্রিক যোগান আৰু চাহিদা ৰেখাৰ সহায়ত এখন অৰ্থনীতিৰ ভাৰসাম্য আয় নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ ২৪। সামগ্রিক চাহিদা কি? সামগ্রিক চাহিদাৰ উপাদানসমূহ আলোচনা কৰা।

উত্তৰঃ ২৫। MPC আৰু MPS ৰ মাজৰ সম্পৰ্ক লিখা।

উত্তৰঃ ২৬। বিনিয়োগ কি?

উত্তৰঃ

২৭। বিনিয়োগ গুণক কি? যদিহে ২০০ কোটি টকাৰ বিনিয়োগ বৃদ্ধিয়ে আয় ৪০০ কোটি টকা বৃদ্ধি কৰে৷ তেন্তে বিনিয়োগ গুণকৰ মান নিৰ্ণয় কৰা।

উত্তৰঃ



Question Type By - Kishor Nath



Post Id:DABP002398