অধ্য়ায়ঃ ৯

সামসাময়িক ভাৰতীয় অৰ্থনীতিৰ প্ৰত্য়াহ্বনসমূহ

প্ৰশ্নাৱলীঃ

১। উত্তৰ লিখাঃ

(ক) দৰিদ্ৰতা মানে কি?

উত্তৰঃ

(খ) বন্ধ শ্ৰনিক কি?

উত্তৰঃ

(গ) ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা?

উত্তৰঃ

(ঘ) কাৰাগাৰ নুবনুৱা নিৰ্বাহ ধাৰণাটোৰ সৈতে কোন গৰাকী অৰ্থনীতিবিদ জড়ি?

উত্তৰঃ

(ঙ) কি পদ্ধৰে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে?

উত্তৰঃ

(চ) দৰিদ্ৰ সীমাৰেখা কি?

উত্তৰঃ

(ছ) আপেক্ষ্ক দৰিদ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ

(জ) পৰিকল্পনা আয়োগৰ শেহতীয়া তথ্য় অনুসৰি ভাৰতবৰ্ষত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্য়া মুঠ জনসংখ্য়াৰ কিমান শতাংশ হ'ব?

উত্তৰঃ

(ঝ) কৰ্মৰ বাবে খাদ্য় আঁচনি কোন চনত প্ৰবৰ্তন কৰা হৈছিল?

উত্তৰঃ

(ঞ) গ্ৰামীণ ৰোজগাৰ যোজনা কোনখন আইনে সামৰি লৈছে?

উত্তৰঃ

(ট) আত্মসহায়ক গোট কি?

উত্তৰঃ

(ঠ) কি পদ্ধতিৰে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে?

উত্তৰঃ

২। (ক) ভাৰতবৰ্ষৰ পদৰিদ্ৰতা নিৰ্মূলকৰণৰ দুখন আঁচনিৰ নাম লিখা।

উত্তৰঃ

(খ) দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে তোমাৰ ফালৰ পৰা দুটা উপদেশ আগবঢ়োৱা।

উত্তৰঃ

(গ) দুই প্ৰকাৰ দৰ্দ্ৰতা কি কি?

উত্তৰঃ

৩। (ক) খাদ্য় সুৰক্ষা কি?

উত্তৰঃ

(খ) কাৰাগাৰ জীৱন নিৰ্বাহ ব্য়য় কি দৰে হিচাপ কৰি উলিওৱা হৈছিল?

উত্তৰঃ

(গ) যিকোনো দুখন দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৪। দৰিদ্ৰতাৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ

৫। দৰিদ্ৰতাৰ কাৰণসমূহ চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ

৬। দৰিদ্ৰতা নিৰ্মূলকৰকণ আঁচনিসমূহৰ এটি চমু পৰ্যালোচনা আগবঢ়োৱা।

উত্তৰঃ

৭। "দৰিদ্ৰতা এক আৰ্থ-সামাজিকন পৰিঘটনা"- ব্য়াখ্য়া কৰা

উত্তৰঃ

৮। দৰিদ্ৰতা আৰু নিবনুৱা সমস্য়াৰ মাজত কিবা সম্পৰ্ক আছে নেকি? যদি আছে তোমাৰ অভিমত লিখা।

উত্তৰঃ

৯। ১৯৭৩-৭৪ চনৰ পৰা বৰ্তমানলৈ দৰিদ্ৰতাৰ গতিপ্ৰবাহ সম্পৰ্কে এটি টোকা লিকা।

উত্তৰঃ

১০। নগৰাঞ্চল আৰু গ্ৰাম্য়ঞ্চলৰ দৰিদ্ৰতা সম্পৰ্কে এটি তুলনামূলক আলোচনা কৰা।

উত্তৰঃ

১১। বাৰতবৰ্যৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিৰ বিফলতা সমূহ লিখা।

উত্তৰঃ

১২। উত্তৰ দিয়াঃ

(ক) মানৱ মূলধন মানে কি?

উত্তৰঃ

(খ) ভৌতিক মূলধন এটি উদাহৰণ দিয়া।

উত্তৰঃ

(গ) ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত মৃত্য়ুহাৰ কিমান?

উত্তৰঃ

(ঘ) ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত শিশুৰ মৃত্য়ুৰ হাৰ কিমানলৈ হ্ৰাস হৈছে?

উত্তৰঃ

(ঙ) একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত শিক্ষা অধিকাৰ আইন কেতিয়াৰ পৰা বলবৎ কৰা হৈছে?

উত্তৰঃ

(চ) শিশুৰ বিনামূলীয়া আৰু বাধ্য়তামূলক শিক্ষা অধিকাৰ আইন কেতিয়াৰ পৰা বলৎ কৰা হৈছে?

উত্তৰঃ

(ছ) প্ৰাথমিক শিক্ষা সম্পৰ্কীয় দুখন আঁচনিৰ নাম লিখা।

উত্তৰঃ

১৩। সম্পৰ্ক ব্য়াখ্য়া কৰাঃ

(ক) জনসংখ্য়া আৰু মানৱ মূলধন;

উত্তৰঃ

(খ) মানৱ মূলধন আৰু মানৱ উন্নয়ন;

উত্তৰঃ

(গ) আবৱবিক মূলধন আৰু মানৱ উন্নয়ন;

উত্তৰঃ

(ঘ) HUDCO গ্ৰাম্য় স্বাস্থ্য় অভিযান;

উত্তৰঃ

(ঙ) ৰাষ্টীয় গ্ৰাম্য় স্বাস্থ্য় অভিযান;

উত্তৰঃ

১৪। মানৱ মূলধনৰ যি কোনো চাৰিটা উৎস ব্যাখ্যা কৰা। উত্তৰঃ ১৫। ভাৰতত মানৱ মূলধন গঠনৰ চাৰিটা সমস্যা লিখা। উত্তৰঃ ১৬। মানৱ মূলধন আৰু অৰ্থনৈতিক উন্নয়নৰ সম্পৰ্ক ফঁহিয়াই দেখুওৱা।

উত্তৰঃ ১৭। মানৱ মূলধনৰ ধাৰণাটো তোমাৰ ভাষাৰে ব্যাখ্যা কৰা।

উত্তৰঃ ১৮। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত এটি তুলনামূলক টোকা লিখা।

উত্তৰঃ ১৯। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইনখনৰ মুখ্য দফা কেইটা ব্যাখ্যা কৰা।

উত্তৰঃ ২০। চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলৰ সাক্ষৰতাৰ হাৰ নিম্ন কিয়?

উত্তৰঃ ২১। ভাৰতবৰ্ষৰ স্বাস্থ্য সেৱা খণ্ডৰ মূল সমস্যা চাৰিটা ব্যাখ্যা কৰা।

উত্তৰঃ ২২। বিশুদ্ধ খোৱা পানীৰ যোগান আৰু নিৰাময়ৰ সা-সুবিধাবোৰ উপলদ্ধিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অগ্ৰগতিৰ এক খতিয়ান দাঙি ধৰা।

উত্তৰঃ ২৩। ভাৰত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ ২৪। উত্তৰ দিয়া : (ক) অনানুষ্ঠানিক কৃষি ঋণৰ এটি উৎস উল্লেখ কৰা।

উত্তৰঃ (খ) কোন চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়?

উত্তৰঃ (গ) বেংকৰ ব্যৱসায়িক প্রতিনিধি কোন?

উত্তৰঃ (ঘ) কি বজাৰে গ্ৰাহক আৰু প্ৰকৃত উৎপাদনকাৰীৰ মাজত এক প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰে?

উত্তৰঃ (ঙ) ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাম কি?

উত্তৰঃ (চ) ভাৰতীয় কৃষি খণ্ডৰ বহুমুখীকৰণৰ ১টি উদাহৰণ দিয়া।

উত্তৰঃ

(ছ) সোণালী বিপ্লব কি?

উত্তৰঃ ২৫। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কৃষি ঋণৰ পাৰ্থক্য কি?

উত্তৰঃ ২৬। গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্ৰাম্য উন্নয়নৰ লগত জড়িত দুটা বিষয় উল্লেখ কৰা।

উত্তৰঃ

২৭। এজন কৃষকে কৃষি ঋণ কিয় লবলগীয়া হয়? যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ

২৮। ভাৰত চৰকাৰে গ্ৰাম্য উন্নয়নৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আলোচনা কৰা।

উত্তৰঃ

২৯। ভাৰতীয় কৃষকে সাধাৰণতে মুখামুখী হোৱা সমাস্যাসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ

৩০। আত্ম সহায়ক গোট কি?

উত্তৰঃ

৩১। জৈৱিক সাৰ ব্যৱহাৰৰ সুবিধাবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ

৩২। গাঁও উন্নয়নৰ নিৰ্ণায়কবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ

৩৩। উত্তৰ দিয়া :

(ক) কৰ্মী জনসংখ্যাৰ অনুপাত কি দৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ (খ) নৈমিত্তিক নিয়োজন কি?

উত্তৰঃ

(গ) কোনবোৰ প্ৰতিষ্ঠান বিধিবদ্ধ খণ্ডৰ অন্তৰ্ভুক্ত?

উত্তৰঃ (ঘ) নিবনুৱা কোন?

উত্তৰঃ (ঙ) ঋতুজ নিবনুৱা কি?

উত্তৰঃ (চ) স্বনিয়োজন মানে কি?

উত্তৰঃ (ছ) প্রছন্ন বা ছদ্মবেশী নিবনুৱাৰ কি দৰে সৃষ্টি হয়?

উত্তৰঃ (জ) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইন কোন চনৰ পৰা বলবৎ কৰা হৈছে?

উত্তৰঃ

(ঝ) ব্যৱসায়িক প্ৰক্ৰিয়াৰ বহিঃ উৎস গ্রহণ কি?

উত্তৰঃ

(ঞ) মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ

৩৪। পার্থক্য দেখুওৱা : (ক) স্ব-নিয়োজন

উত্তৰঃ (খ) নৈমিত্তিক নিয়োজন

উত্তৰঃ

(গ) স্থায়ী বেতনভোগী কর্মী। উত্তৰঃ

৩৫। চমু উত্তৰ লিখা : (ক) ভাৰতবৰ্ষৰ গাঁও আৰু নগৰাঞ্চলত ১৯৯৯-২০০০ চনত কৰ্মী জনসংখ্যা অনুপাত কিমান আছিল?

উত্তৰঃ

(খ) নগৰ অঞ্চলত নিয়োগৰ প্ৰধান উৎসবোৰ কি কি?

উত্তৰঃ

(গ) এজন নিবনুৱাক তুমি কিহৰ ভিত্তিত চিনাক্ত কৰিবা তোমাৰ মতামত আগবঢ়োৱা।

উত্তৰঃ

(ঘ) ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন নিয়োগ সৃষ্টি আঁচনিৰ নাম লিখা।

উত্তৰঃ

(ঙ) ঋতুজনিত নিৱনুৱা আৰু ছদ্মবেশী নিবনুৱা—ব্যাখ্যা কৰা।

উত্তৰঃ

৩৬। ছদ্মবেশী নিবনুৱা কি? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

৩৭। শিক্ষিত নিবনুৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা। এই সমস্যা সমাধানৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ

৩৮। ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইনৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

৩৯। “গাঁও অঞ্চলত কর্মী জনসংখ্যা অনুপাত বেছি”–কথাষাৰৰ পৰ্যালোচনা কৰা।

উত্তৰঃ

৪০। উত্তৰ দিয়াঃ (ক) আন্তঃগাঁথনি বুলিলে কি বুজা?

উত্তৰঃ (খ) সামাজিক আন্তঃগাঁথনি কি?

উত্তৰঃ (গ) শক্তি সুৰক্ষা কি?

উত্তৰঃ (ঘ) এবিধ অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ

(ঙ) ভাৰতবৰ্ষত বর্তমান আণবিক শক্তিয়ে ;

উত্তৰঃ (চ) AYUSH কি?

উত্তৰঃ (ছ) ASHA কি?

উত্তৰঃ (জ) এবিধ ব্যৱসায়িক শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ ৪১। জৈৱ শক্তিক ইন্ধনৰ উৎস হিচাপে ব্যৱহাৰ কৰিলে কি অসুবিধা হয়?

উত্তৰঃ

৪২। ব্যৱসায়িক আৰু অনা-ব্যৱসায়িক শক্তিৰ উৎসৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ ৪৩। শক্তি খণ্ডত দেখা দিয়া সমস্যাবোৰ সমাধান কৰিবলৈ দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ ৪৪। পৰাম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ মাজত কি কি পার্থক্য আছে লিখা।

উত্তৰঃ ৪৫। দুবিধ নবীকৰণযোগ্য শক্তিৰ নাম লিখা।

উত্তৰঃ ৪৬। আন্তঃগাঁথনি বুলিলে কি বুঝা? অর্থনৈতিক উন্নয়নত আন্তঃগাঁথনিয়ে কিদৰে সহায় কৰে লিখা।

উত্তৰঃ

৪৭। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ যি কোনো দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ৪৮। আন্তঃগাঁথনি প্রধানকৈ কেই প্ৰকাৰৰ ? প্ৰতিবিধ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ৫০। শক্তিৰ উৎসসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ৫১। স্বাস্থ্য খণ্ডৰ বর্তমান স্থিতি সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

৫২। স্বাস্থ্য আন্তঃগাঁথনিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ কি কি?

উত্তৰঃ ৫৩। দ্বাদশ পৰিকল্পনাৰ মূল লক্ষ্য সমূহ কি কি?

উত্তৰঃ ৫৪। এখন দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ প্ৰাসংগিকতা আলোচনা কৰা।

উত্তৰঃ


Question Type By - Kishor Nath




Post Id:DABP002490