পাঠ-২
লগে-ভাগে গাওঁ আহাঁ
১) আকাশত কিহে গাজে ?
উত্তৰ:- আকাশত মেঘে গজে।
২) জাকে জাকে ---------------- আহে হিৰ হিৰ ।
উত্তৰ :- বৰষুণ ।
৩) ঢোল বাম খোল বাম ----------------.
উত্তৰ :- ৰতনপুৰত ।
৪) আমি বজাওঁ বাজনা ------------------------------.
উত্তৰ:- টোৰ টোৰ টোৰ ।
আকাশত মেঘে গাজে
গিৰ গিৰ গিৰ
জাকে জাকে বৰষুণ
আহে হিৰ হিৰ।
বেং বেং বেং অ' পাত বেং,
দীঘল দীঘল লেং পেং ঠেং
যোৱা যদি উঠি লোৱা
কলৰ ভূৰত।
ঢোল বাম খোল বাম
ৰতনপুৰত।
বগ অ' বগ, কৰি আছা জপ,
ডঁৰিকনা খলিহনা খালা টপাটপ,
ইয়াতেই মাজুলী
এয়ে ৰতনপুৰ
আমি বজাওঁ বাজনা
টোৰ টোৰ টোৰ!
Sri Mampi Kakati
Post ID: DABP007331