বনৰীয়া আমি বনৰ চৰাই


বনৰীয়া আমি বনৰ চৰাই        

বনে বনে ফুৰোঁ অনাই বনাই 

অনাই বনাই আমি                

অনাই বনাই আমি                

অনাই বনাই অ অনাই বনাই।।

উ-উ-উ-উ 一 উ-উ, উ-উ-উ।


ভৈয়ামৰ মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী।। 

ঘৰৰ কথা আমি বনত পাতি

বনৰ কথা আমি ঘৰত পাতি।।

পৰ্বতৰ বননিত ফুৰিম বগাই

অনাই বনাই অ

অনাই বনাই।

উ-উ-উ-উ 一 উ-উ, উ-উ-উ।

বনৰীয়া আমি বনৰ চৰাই        

বনে বনে ফুৰোঁ অনাই বনাই 

অনাই বনাই আমি                

অনাই বনাই আমি                

অনাই বনাই অ অনাই বনাই।।

উ-উ-উ-উ 一 উ-উ, উ-উ-উ।


Type by Dipawali Bora 


Post Id:DABP002532