মোৰ ৰাগ কৰবীৰে পতা
মোৰ ৰাগ কৰবীৰে পতা
লবি পূজা
চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ !
তোৰে মুৰেৰে মই
ৰচিলোঁ কতনা গান
বুজা-নুবুজা
লবি পূজা
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
মনে মনে
সোণোৱালী সপোন বিভোৰ
সপোনৰো সপোনত
ছয়া ময়া ৰূপ জ্বলে তোৰ
সুৰৰ শতেক ফুলে
চকুৰ লোতক জ্বলে
নবজোৱা সুৰৰ বাঁহীটি বজা।
Type by Dipawali Bora
Post Id:DABP002540
0 Comments